দেশ

জীৱনৰ প্ৰতি ভাবুকি! লালু তনয় তেজ প্ৰতাপক ‘Y+’ নিৰাপত্তা প্ৰদান

দল আৰু পৰিয়ালৰ পৰা বহিষ্কাৰ হোৱাৰ পাছত লালুৰ পুত্ৰ তেজ প্ৰতাপে নতুন দল গঠন কৰি বিহাৰৰ ৰাজনীতিত প্ৰৱেশ কৰিছে। বিহাৰৰ...

Read moreDetails

জীৱন সংগী বাছনি কৰাৰ সিদ্ধান্ত সম্পূৰ্ণ ব্যক্তিগত, এয়া পৰিয়াল বা সমাজৰ সিদ্ধান্ত নহয়: দিল্লী উচ্চ ন্যায়ালয়

প্ৰেম হওক বা বিবাহ - জীৱনৰ এই দুটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত সম্পূৰ্ণ ব্যক্তিগত। ইয়াত কাৰো হস্তক্ষেপ কৰাৰ অধিকাৰ নাই। শেহতীয়াকৈ এটা...

Read moreDetails

অষ্ট্ৰেলিয়া শৃংখলা জয় কৰি হাতত ট্ৰফী লৈ সূৰ্যকুমাৰ; ‘স্পৰ্শটো কৰিব পাৰিলোঁ’, এছিয়া কাপ বিতৰ্কক কটাক্ষ!

ভাৰতে পুনৰবাৰ অষ্ট্ৰেলিয়াৰ মাটিত ইতিহাসৰ সৃষ্টি কৰিলে। সূৰ্যকুমাৰ যাদৱৰ নেতৃত্বত ভাৰতীয় দলটোৱে পাঁচখন খেলৰ টি-২০ শৃংখলাত ২-১ ব্যৱধানত জয়লাভ কৰি...

Read moreDetails

মূৰত উফি? আজিয়েই সমস্যাটোৰ ওপৰত থকা ৫টা ভুল ধাৰণা আঁতৰাওক

শীতকালৰ আৰম্ভণিতে উফিৰ সমস্যা বাঢ়ি যায়। ফলত মূৰৰ ছাল খজুৱতি আৰু চুলি সৰা সমস্যা নিমিষতে বাঢ়ি যায়। বহু মহিলাই এই...

Read moreDetails

উমা চেত্ৰীৰ আদৰণি বিতৰ্ক: সংবাদমেল সম্বোধন ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডৰ সচিব দেৱজিৎ শইকীয়াৰ

বিশ্বকাপ ২০২৫ৰ খিতাপ জয় কৰি বৃহস্পতিবাৰে অসমত উপস্থিত হয় ক্ৰিকেটাৰ উমা চেত্ৰী। কিন্তু গৃহভূমিত উপযুক্ত আদৰণি লাভ নকৰিলে ক্ৰিকেটাৰগৰাকীয়ে। বিমানবন্দৰত...

Read moreDetails

গণহত্যাৰ অভিযোগত নেতান্যাহুৰ বিৰুদ্ধে তুৰস্কৰ গ্ৰেপ্তাৰী পৰোৱানা: ইজৰাইলৰ তীব্ৰ প্ৰতিক্ৰিয়া

ইজৰাইলৰ আক্ৰমণত, গাজাত হোৱা গণহত্যাৰ অভিযোগত ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহু আৰু তেওঁৰ চৰকাৰৰ উচ্চপদস্থ বিষয়াসকলৰ বিৰুদ্ধে তুৰস্কই শুকুৰবাৰে গ্ৰেপ্তাৰী পৰোৱান...

Read moreDetails

নেচনেল হেৰাল্ড ধন সৰবৰাহৰ গোচৰ: ২৯ নৱেম্বৰত শুনানি গ্ৰহণ কৰিব দিল্লী আদালতে

নেচনেল হেৰাল্ড ধন সৰবৰাহৰ গোচৰৰ অভিযোগনামা (Charge Sheet) গ্ৰহণ কৰিব নে নকৰে, সেই সন্দৰ্ভত ২৯ নৱেম্বৰত দিল্লীৰ আদালতে নিজৰ সিদ্ধান্ত...

Read moreDetails

জেলত ধৰ্ষণকাৰীক পঞ্চতাৰকাযুক্ত হোটেলৰ দৰে সুবিধা! ক’ত এই আজৱ ঘটনা?

পুনৰ শিৰোনামত বেংগালুৰু। এইবাৰ চৰ্চিত হৈছে বেংগালুৰুৰ পৰাপ্পানা অগ্রহাৰা কেন্দ্ৰীয় কাৰাগাৰ। অভিযোগ অনুসৰি কুখ্যাত কয়দীসকলে কাৰাগাৰৰ ভিতৰত মোবাইল ফোন ব্যৱহাৰ...

Read moreDetails

১ৰ পৰা ১৯ ডিচেম্বৰলৈ অনুষ্ঠিত হ’ব সংসদৰ শীতকালীন অধিৱেশন

সংসদৰ শীতকালীন অধিৱেশন ১ ডিচেম্বৰৰ পৰা ১৯ ডিচেম্বৰলৈ অনুষ্ঠিত হ’ব বুলি সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেন ৰিজিজুৱে শনিবাৰে ঘোষণা কৰে। পূৰ্বে...

Read moreDetails

অচিৰেই ভাৰত আহি পাব আফ্ৰিকাৰ ৮টা চিতা; কুনো ৰাষ্ট্ৰীয় উদ্যানত মুকলিৰ প্ৰস্তুতি

বহু দশকৰ পূৰ্বে ভাৰতত বিলুপ্ত হোৱা চিতাৰ সংখ্যা বৃদ্ধিৰ লক্ষ্যৰে আৰম্ভ কৰা ‘প্ৰকল্প চিতা পুনৰ পৰিচয় কাৰ্যসূচী’ৰ অধীনত অতি সোনকালে...

Read moreDetails
Page 429 of 1880 1 … 428 429 430 … 1,880

Stay Connected

Recent News