দেশ

বিহাৰৰ নিৰ্বাচনত প্ৰাৰ্থী অমিতাভ বচ্চন! যুঁজ দিছে সুভাষ চন্দ্ৰ বসু আৰু মনমোহন সিঙেও, ঘটনাটো কি?

কথাতে কয় নামে কি কৰে, গুণেহে সংসাৰ তৰে। পিচে, নামৰ মাহাত্ম্যও অনেক। অন্ততঃ বিহাৰ বিধানসভা নির্বাচনৰ প্রার্থীৰ তালিকাখন চাই এই...

Read moreDetails

প্ৰবীণ অভিনেত্ৰী তথা গায়িকা সুলক্ষণা পণ্ডিতৰ ৭১ বছৰ বয়সত দেহাৱসান

"উলঝন" আৰু "চেহৰে পে চেহৰা"ৰ দৰে চিনেমাৰ বাবে পৰিচিত প্ৰবীণ অভিনেত্ৰী তথা সুকণ্ঠী গায়িকা সুলক্ষণা পণ্ডিতৰ হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ...

Read moreDetails

ধৰ্ষণৰ অপৰাধত যাৱজ্জীৱন কাৰাদণ্ডপ্ৰাপ্ত আছাৰামক অন্তৱৰ্তীকালীন জামিন গুজৰাট উচ্চ ন্যায়ালয়ৰ

যাৱজ্জীৱন কাৰাদণ্ড ভুগি থকা স্বঘোষিত গডমেন আছাৰাম বাপুক গুজৰাট উচ্চ ন্যায়ালয়ে অন্তৱৰ্তীকালীন জামিন মঞ্জুৰ কৰিছে। তেওঁৰ শাৰীৰিক অৱস্থা বিবেচনা কৰি...

Read moreDetails

দিল্লীত ভোট দিয়া বিজেপি নেতাই পুনৰ ভোট দিলে বিহাৰত! বিৰোধীৰ চাঞ্চল্যকৰ অভিযোগ

ৰাহুল গান্ধীৰ 'হাইড্ৰ'জেন বোমা'ৰ মাজতে বিজেপিৰ বিৰুদ্ধে পুনৰ 'ভোট চুৰি'ৰ অভিযোগক লৈ সৰৱ হৈ পৰিছে বিৰোধী। চলিত বৰ্ষৰ আৰম্ভণিতে দিল্লীত...

Read moreDetails

জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয় ছাত্ৰ সন্থাৰ নিৰ্বাচনত চাৰিওখন আসনত জয়ী বাওঁপন্থী, এবিভিপিৰ শোচনীয় পৰাজয়

জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয় ছাত্ৰ সন্থাৰ নিৰ্বাচনৰ ফলাফল ঘোষণা। বাওঁপন্থী ছাত্ৰ সংগঠনসমূহে কেন্দ্ৰীয় পেনেলৰ চাৰিওখন আসন লাভ কৰিছে। সভাপতি, উপ-সভাপতি, যুটীয়া...

Read moreDetails

বিহাৰত ফ্লপ হ’ব পাৰে NDA-ৰ ১৬০-ৰ সপোন! চাই লওক সম্পূৰ্ণ অংক

বিহাৰত বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ সমাপ্ত হ’ল। এইবাৰ এন ডি এৰ লক্ষ্য বহু কম। নীতিশ কুমাৰ আৰু তেওঁৰ মিত্ৰ...

Read moreDetails

ইনষ্টাগ্ৰামৰ বন্ধুক বিশ্বাস কৰি বিপদত নাবালিকা : বন্ধ হোটেলত দুদিন ধৰি ধৰ্ষণ সপ্তম শ্ৰেণীৰ ছাত্ৰীক

ভয়ংকৰ ৰূপ ল’লে ইনষ্টাগ্ৰামৰ বন্ধুত্বই। লক্ষ্নৌৰ এগৰাকী সপ্তম শ্ৰেণীৰ ছাত্ৰীৰ লগত সংঘটিত হ’ল এই ঘটনা। ভুক্তভোগী নাবালিকাগৰাকীৰ মাতৃয়ে জনোৱা অনুসৰি,...

Read moreDetails

বিহাৰ বিধানসভা নিৰ্বাচন : জানো আহক শেহতীয়া খবৰ সমূহ

আজি বিহাৰৰ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণ অনুষ্ঠিত হয়। আজি ৰাজ্যখনৰ ১৮খন জিলাৰ ১২১টা সমষ্টিত প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত...

Read moreDetails

বিবাহ বহিৰ্ভূত প্ৰেমৰ সম্পৰ্কৰ সন্দেহ! পত্নীৰ নাক কাটিলে স্বামীয়ে

মঙলবাৰে বিবাহ বহিৰ্ভূত প্ৰেমৰ সন্দেহত এজন ব্যক্তিয়ে কাটি পেলালে নিজ পত্নীৰ নাক। মধ্যপ্ৰদেশৰ ঝাবুৱা জিলাত সংঘটিত হৈছে এই নৃশংস ঘটনা।...

Read moreDetails

ৱাশ্বিংটন বাহিনীৰ দুৰ্দান্ত বলিং, চতুৰ্থ টি-২০ত অষ্ট্ৰেলিয়াক পৰাস্ত কৰি শৃংখলাত অগ্ৰগতি ভাৰতৰ

মাত্ৰ ১৬৭ ৰানৰ টাৰ্গেট। আজিকালি টি-২০ ক্ৰিকেটত একেবাৰে ডাঙৰ কথা নহয়। সেই কম ৰানৰ টাৰ্গেট দিও গোল্ড কোষ্টত ৱাশ্বিংটন সুন্দৰ,...

Read moreDetails
Page 431 of 1880 1 … 430 431 432 … 1,880

Stay Connected

Recent News