উৎকোচৰ গোচৰত চিবিআইয়ে গ্ৰেপ্তাৰ কৰিলে ৰে’লৱেৰ মুখ্য যান্ত্ৰিক অভিযন্তাক, ৪০ লাখ টকাৰ গহণাৰ লগতে নগদ ৬৩ লাখ টকা উদ্ধাৰ

কথাতে আছে এশ গৰু মাৰিলে বাঘৰো মৰণ। ঠিক তেনে দশাই হ’ল এজন ৰে’লৰ দুৰ্নীতিগ্ৰস্ত অভিযন্তাৰ।শেহতীয়াকৈ কেন্দ্ৰীয় ৰে'লৱেৰ মুখ্য যান্ত্ৰিক অভিযন্তা...

Read moreDetails

বঙাইগাঁৱৰ ধনতোলাত জুৱাৰীৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান, আটক তিনি জুৱাৰী

বঙাইগাঁও জিলাৰ ধনতোলাত বুধবাৰে সন্ধিয়া আৰক্ষীয়ে আচম্বিতে চলোৱা অভিযানত তিনিজন জুৱাৰীক আটক কৰিবলৈ সক্ষম হৈছে ৷ আৰক্ষীৰ জালত পৰা জুৱাৰী...

Read moreDetails

সুৰামত্ত অৱস্থাত পিতা-পুত্ৰক আক্ৰমণঃ নিলম্বিত হ’ল হোজাইৰ উপায়ুক্ত, অতিৰিক্ত উপায়ুক্ত

সুৰামত্ত অৱস্থাত জ্যেষ্ঠ নাগৰিকক আক্ৰমণ কৰি নিলম্বিত হ’ল হোজাইৰ উপায়ুক্ত, অতিৰিক্ত উপায়ুক্ত। হোজাই জিলাৰ উপায়ুক্ত আৰু অতিৰিক্ত উপায়ুক্তই সুৰাপান কৰি...

Read moreDetails

বঙাইগাঁও জিলা গঠনৰ তেত্ৰিশ বছৰ, ১১ – ১২ অক্টোৱৰত দুদিনীয়া কাৰ্যসূচীৰে প্ৰতিষ্ঠা দিৱস উদযাপনৰ প্ৰস্তুতি

চাওঁতে চাওঁতে বঙাইগাঁও জিলা গঠনৰ তেত্ৰিশ বছৰ পূৰ্ণ হ'বলৈ ওলাইছে ৷ অহা ১২ অক্টোৱৰত বঙাইগাঁও জিলাই তেত্ৰিশ বছৰ পূৰ্ণ কৰি...

Read moreDetails

দেশৰ নতুন চীফ অফ ডিফেন্স ষ্টাফ হ’ব লেফটেনেণ্ট জেনেৰেল (অৱসৰপ্ৰাপ্ত) অনিল চৌহান

হেলিকপ্টাৰ দুৰ্ঘটনাত জেনেৰেল বিপিন ৰাৱাটৰ মৃত্যুৰ ন মাহ পিছত বুধবাৰে চৰকাৰে দেশৰ শীৰ্ষ সামৰিক বিষয়া তথা বিশ্বৰ অন্যতম বৃহৎ সশস্ত্ৰ...

Read moreDetails

জম্মু-কাশ্মীৰত সেনাই নিধন কৰিলে ৩ জৈছ সন্ত্ৰাসবাদীক

পাকিস্তানী সন্ত্ৰাসবাদীয়ে অস্থিৰ কৰি ৰখা জম্মু-কাশ্মীৰত নিৰাপত্তাৰক্ষীয়ে যোৱা ২৪ ঘণ্টাত কুলগামত দুটা অভিযানত তিনিজন জৈছ-ই-মহম্মদ (জেইএম)ৰ সন্ত্ৰাসবাদীক হত্যা কৰে। আৰক্ষীয়ে...

Read moreDetails

২৬ ডিচেম্বৰৰ পৰা ৫ জানুৱাৰীলৈ অনুষ্ঠিত হ’ব ‘কমতাপুৰ মহোৎসৱ’

কমতাপুৰ স্বায়ত্ব শাসিত পৰিষদৰ প্ৰথম বৰ্ষপূৰ্তি অনুষ্ঠুপীয়াকৈ পালন কৰা হয় ৷ বৰ্ষপূৰ্তি উপলক্ষে উত্তৰ শালমাৰাস্থিত কমতাপুৰ স্বায়ত্ব শাসিত পৰিষদৰ সচিবালয়ত...

Read moreDetails

চাপৰত পাঁচ দুধৰ্ষ ডকাইত আৰক্ষীৰ জালত পৰাত স্থানীয় লোকে এৰিছে স্বস্তিৰ নিশ্বাস

ৰাইজৰ সজাগতা আৰু চাপৰ আৰক্ষীৰ তৎপৰতাৰ বাবেই ভয়ংকৰ ডকাইতি কাণ্ড সংঘটিত হোৱাৰ পৰা ৰক্ষা পৰিল চাপৰবাসী ।উল্লেখ্য গোৱালপাৰা জিলাৰ চুনাৰীৰ...

Read moreDetails

ৰাজস্থানৰ ৰাজনৈতিক সংকটঃ কি হ’ব মুখ্যমন্ত্ৰী অশোক গেহলটৰ ভৱিষ্যত? কংগ্ৰেছ হাইকমাণ্ডক সাক্ষাৎ কৰিবলৈ দিল্লী অভিমুখী গেহলট

কংগ্ৰেছৰ সভাপতি পদত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ মন মেলি এতিয়া যেন বিপদতহে পৰিছে ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলট। গেহলটে মুখ্যমন্ত্ৰী পদৰ পৰা পদ...

Read moreDetails

কেন্দ্ৰৰ পাঁচবছৰীয়া নিষেধাজ্ঞা মানি ল’লে পপুলাৰ ফ্ৰণ্ট অফ ইণ্ডিয়াই, সংগঠন ভংগৰ কথা ঘোষণা

ইছলামিক সন্ত্ৰাসবাদী সংগঠনৰ সৈতে বিভিন্ন প্ৰকাৰে জৰিত থকাৰ অভিযোগত কেন্দ্ৰীয় চৰকাৰে পপুলাৰ ফ্ৰণ্ট অৱ ইণ্ডিয়াক পাঁচ বছৰৰ বাবে নিষিদ্ধ কৰাৰৰ...

Read moreDetails
Page 1340 of 5969 1 1,339 1,340 1,341 5,969

Stay Connected

Recent News