Covid-19 Update: দেশত ২৪ ঘন্টাত কৰ’নাত ২০ জন লোকৰ মৃত্যু; ৯০ হাজাৰ অতিক্ৰম সক্ৰিয় ৰোগীৰ সংখ্যা

যোৱা কেইমাহমানত কৰোনাত মৃত্যুৰ সংখ্যা তথা চিকিৎসালয়ত ভৰ্তি হোৱাৰ হাৰ যথেষ্ট হ্ৰাস পাইছিল। সেইকাৰণে জনসাধাৰণৰ এক বৃহৎ অংশই মাৰাত্মক ভাইৰাছৰ...

Read moreDetails

দিখৌত জাপ দি আত্মহত্যা কৰা শিৱসাগৰৰ স্বাস্থ্য কৰ্মী শিখা শইকীয়াৰ ঘটনাৰ নতুন মোৰ; মাতৃৰ এজাহাৰ

শিৱসাগৰৰ স্বাস্থ্য কৰ্মী শিখা শইকীয়াৰ আত্মহননৰ ঘটনাই নতুন মোৰ লৈছে। আৰক্ষীয়ে এতিয়ালৈকে ফাদিল কৰা নাই শিখা শইকীয়াৰ ছুইচাইড নোট। আনহাতে,...

Read moreDetails

Assam HS results 2022: ২৭জুনত ঘোষণা কৰা হ’ব উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাৰ ফলাফল; জনালে মুখ্যমন্ত্ৰীয়ে

অহা ২৭ জুনত ঘোষণা কৰা হ’ব উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাৰ ফলাফল। পুৱা ৯ বজাত পৰীক্ষাৰ ফলাফলসমূহ ঘোষণা কৰা হ’ব। মুখ্যমন্ত্রী...

Read moreDetails

আমেৰিকা যুক্তৰাষ্ট্ৰত বাতিল কৰা হৈছে গৰ্ভপাতৰ সাংবিধানিক অধিকাৰ

আমেৰিকা যুক্তৰাষ্ট্ৰত উচ্চতম ন্যায়ালয়ে ৫০ বছৰ আগতে এক গোচৰত গৰ্ভপাতক বৈধতা প্ৰদান কৰা এটা ৰায় সলনি কৰাৰ কথা বিবেচনা কৰি...

Read moreDetails

Rahul Gandhi’s office attacked: কেৰালাত ৰাহুল গান্ধীৰ সাংসদ কাৰ্যালয়ত এছএফআইৰ তাণ্ডৱ; চিপিআইএমৰ বিৰুদ্ধে ক্ষোভ কংগ্ৰেছৰ

কেৰালাত এছএফআইৰ (SFI) বিৰুদ্ধে ৰাহুল গান্ধীৰ সাংসদ কাৰ্যালয় লণ্ডভণ্ড কৰাৰ অভিযোগ উত্থাপিত হৈছে। স্থানীয় কংগ্ৰেছ নেতাসকলে অভিযোগ কৰিছে যে এছএফআই...

Read moreDetails

অনুবাদ সাহিত্যৰ বাবে বিশিষ্ট লেখক ডঃ সঞ্জীৱ উপাধ্যায়লৈ সাহিত্য অকাডেমী বঁটা

সাহিত্য অকাডেমীয়ে শুকুৰবাৰে অনুবাদ সাহিত্যৰ বাবে অকাডেমী বঁটাসমূহ ঘোষণা কৰিছে। বিশ্বনাথৰ গেলাপুখুৰী নিবাসী তথা ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ৰ প্ৰাণী বিজ্ঞান বিভাগৰ...

Read moreDetails

‘যদি অগ্নিবীৰসকলে পেঞ্চন নাপায়, সাংসদ-বিধায়কেও পেঞ্চন নোলোৱাকৈ থাকিব পাৰিবনে?,’ বৰুণ গান্ধীৰ প্ৰশ্ন

আকৌ এবাৰ নিজৰ দলৰ চৰকাৰৰ বিৰুদ্ধেই সৰৱ হ’ল সাংসদ বৰুণ গান্ধী।বিজেপি নেতা বৰুণ গান্ধীয়ে মোদীৰ চৰকাৰক বিভিন্ন বিষয়কলৈ বাৰে বাৰে...

Read moreDetails

ৰাষ্ট্ৰপতি নিৰ্বাচনঃ জনজাতি ভোটাৰৰ মন মুহিবলৈ দ্ৰৌপদী মুৰ্মুক প্ৰক্ষেপ বিজেপিৰ!

১৮ জুলাইত অনুষ্ঠিত হ’ব ৰাষ্ট্ৰপতি নিৰ্বাচন। দ্ৰৌপদী মুৰ্মুৰ প্ৰাৰ্থিত্বৰ বিষয়ে বহুত আলোচনা কৰা হৈছে। তেওঁ এক বৃহৎ সম্ভাৱনাৰে জনজাতীয় সম্প্ৰদায়ৰ...

Read moreDetails

বিশ্বনাথত কিশোৰীক ধৰ্ষণঃ ৰঙাঘৰৰ আলহী হ’ল ৫০ উৰ্ধৰ ব্যক্তি

এক ধৰ্ষণ কাণ্ডই জোকাৰি গৈছে বিশ্বনাথক। কিশোৰীক ধৰ্ষণ কৰি ৰঙাঘৰৰ আলহী হ'ল ৫০ উৰ্ধৰ ব্যক্তি । বিশ্বনাথৰ ছোৱাগুৰীত সংঘটিত হৈছে...

Read moreDetails

পৰী হিলৈদাৰীলৈ ২০২১ বৰ্ষৰ অনুবাদ সাহিত্যৰ অকাডেমি বঁটা

অসমীয়া সাহিত্যৰ বাবে আন এক সুখবৰ। অসমৰ পৰী হিলৈদাৰীলৈ ২০২১ বৰ্ষৰ অনুবাদ সাহিত্যৰ অকাডেমি বঁটা আগবঢ়োৱা হৈছে। মামং দাইৰ "The...

Read moreDetails
Page 1471 of 5971 1 1,470 1,471 1,472 5,971

Stay Connected

Recent News