ৰাজ্যত জাৰি কৰা হ’ল নতুন এছ অ’ পি; ক’ত ক’ত থাকিব সম্পূৰ্ণ লকডাউন? চাওক সৱিশেষ

ৰাজ্যত স্বাস্থ্য বিভাগৰ তৰফৰ পৰা কাইলৈৰ পৰা এসপ্তাহৰ বাবে জাৰি কৰা হৈছে নতুন এছ অ’ পি। মঙলবাৰে স্বাস্থ্য মন্ত্ৰী কেশৱ...

Read moreDetails

দেশত ১১১দিনৰ ভিতৰত সৰ্বনিম্ন কৰ’নাৰ দৈনিক সংক্ৰমণ; ২৪ ঘন্টাত মৃত্যু ৫৫৩জনৰ

দেশত কৰ’নাৰ ডেল্টা প্ৰজাতিৰ আতংক এতিয়াও অব্যাহত আছে। সেইদৰে, আগষ্টতেই কৰ’নাৰ তৃতীয় ঢৌৰ আশংকাৰ কথা ব্যক্ত কৰিছে শেহতীয়া এক সমীক্ষাই।...

Read moreDetails

চলিত সপ্তাহতেই কেন্দ্ৰীয় মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ; মোদী কেবিনেটত ১৮ ‘নতুন মুখ’ অন্তৰ্ভুক্তিৰ সম্ভাৱনা

কেন্দ্ৰীয় মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ চলিত সপ্তাহতেই হোৱাৰ অনুমান কৰা হৈছে। এই জল্পনা-কল্পনাৰ মাজতে আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিজা বাসভৱনত এক গুৰুত্বপূৰ্ণ...

Read moreDetails

বঙাইগাঁও জিলাত নতুনকৈ ২৮ জন ব্যক্তি ক’ভিডত আক্ৰান্ত

বঙাইগাঁও জিলাত  সোমবাৰৰ দিনটোত নতুনকৈ ২৮ জন ব্যক্তি ক'ভিডত আক্ৰান্ত হৈছে ৷ আনহাতে সুস্থ হৈ উঠিছে ২৫ জনকৈ ৰোগী ৷...

Read moreDetails

বিজনীৰ কাৱাটিকা চাৰিআলিত ৩০ লক্ষাধিক টকাৰ ড্ৰাগছসহ আটক এজন সৰবৰাহকাৰী  

চিৰাং জিলাৰ বিজনী নিকটৱৰ্তী কাৱাটিকা চাৰিআলিত  আজি বিয়লিৰ ভাগত চিৰাং আৰক্ষীয়ে অভিযান এক অভিযান চলাই ৩০ লক্ষাধিক টকাৰ ড্ৰাগছসহ এজন...

Read moreDetails

ৰাজ্যত আজিৰ দিনটোত কিমান লোক ক’ভিডত আক্ৰান্ত হ’ল; মৃত্যুৰ সংখ্যা কিমান?

আজিৰ দিনটোতো ৰাজ্যত কোভিড পজিটিভিটিৰ হাৰ  ২ শতাংশৰ ওপৰতে আছে। ফলত ৰাজ্যৰ কোভিড পৰিস্থিতি পুনৰ অৱনমিত হোৱাৰ আশংকা প্ৰকট হৈ পৰিছে।...

Read moreDetails

টকিঅ’ অলিম্পিকৰ উদ্বোধনী অনুষ্ঠানত ভাৰতৰ পতাকা কঢ়িয়াই নিব মেৰীকম,মনপ্ৰীত সিঙে

ক'ৰ'নাতংকৰ মাজতে অনুষ্ঠিত হ'বলগীয়া টকিঅ' অলিম্পিকৰ উদ্বোধনী অনুষ্ঠানত ভাৰতৰ জাতীয় পতাকা কঢ়িয়াই নিব উত্তৰ পূৰ্বাঞ্চলৰ গৌৰৱ বক্সিং চেম্পিয়ন মেৰীকমৰ লগতে...

Read moreDetails

বঙাইগাঁৱত ক’ভিড যোদ্ধাৰ বাবে ভাৰতীয় জীৱন বীমা নিগমে আগবঢ়ালে পিপিই কিট

বঙাইগাঁওস্থিত ভাৰতীয় জীৱন বীমা নিগমৰ মাণ্ডলিক কাৰ্যালয়ৰ তৰফৰ পৰা আজি প্ৰতিষ্ঠানটোৰ সামাজিক দায়বদ্ধতা আঁচনিৰ অধীনত বঙাইগাঁও অসামৰিক চিকিৎসালয়লৈ ক'ভিড যোদ্ধাসকলৰ...

Read moreDetails

গ্ৰীষ্ম প্ৰবাহৰ পাৰ্শ্বক্ৰিয়া: কানাডাত বনজুয়ে কাঢ়িলে ৫০০ জনৰো অধিক লোকৰ প্ৰাণ

প্ৰচণ্ড গ্ৰীষ্ম প্ৰবাহৰ পৰিণতিত কানাডাত বিগত কিছুদিন ধৰি জ্বলি থকা বিধ্বংসী বনজুইয়ে আৰু অধিক বিধ্বংসী ৰূপ ধাৰণ কৰিছে। এতিয়াও নিৰ্বাপিত...

Read moreDetails

মহাৰাষ্ট্ৰ বিধানসভাত এবছৰৰ বাবে নিলম্বিত কৰা হ’ল ১২ গৰাকী বিজেপি বিধায়কক, কিন্তু কিয়?

মহাৰাষ্ট্ৰ বিধানসভাত আজি ১২ গৰাকীকৈ বিজেপি বিধায়কক এবছৰৰ বাবে বিধানসভাৰ পৰা নিলম্বিত কৰাৰ ঘটনাই ৰাজ্যখনত শিৱসেনাৰ সৈতে থকা বিজেপিৰ মতানৈক্যক...

Read moreDetails
Page 2071 of 5982 1 … 2,070 2,071 2,072 … 5,982

Stay Connected

Recent News