বঙাইগাঁও আৰক্ষীয়ে শনিবাৰে সন্ধিয়া চৌৰাগুৰিত অবৈধ গাঞ্জাৰ বিৰুদ্ধে এক অভিযান চলায়৷ বঙাইগাঁও সদৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া জ্যোতি লাহনৰ নেতৃত্বত...
Read moreDetailsঅসম গণ পৰিষদৰ ভাতৃ সংগঠন অসম যুৱ পৰিষদে আজি শিৱসাগৰ নগৰৰ বহুকেইটা স্থানত চেনিটাইজেশ্যন কাৰ্যসূচী ৰূপায়ণ কৰে। শিৱসাগৰ সদৰ আৰক্ষী...
Read moreDetailsএল'পেথিক নিন্দা কৰি এতিয়া দেশৰ চিকিৎসক সমাজৰ ৰোষত পৰিছে যোগগুৰু বাবা ৰামদেৱ। ৰামদেৱৰ বিৰুদ্ধে চিকিৎসক সমাজে তীৰ্যক মন্তব্য কৰি থকাৰ...
Read moreDetailsৰাজ্যত সংঘটিত অন্য এক অতি জঘন্য যৌন শোষণৰ ঘটনা পোহৰলৈ আহিছে। এগৰাকী ১৩ বছৰীয়া কিশোৰীক নিজ ককাকে যৌন শোষণ চলাই...
Read moreDetailsৰাজ্যৰ কোভিড পৰিস্থিতিৰ সামান্য উন্নতি ঘটিছে যদিও পৰিস্থিতি এতিয়াও উদ্বেগজনক হৈয়েই আছে। আজিৰ দিনটোতে কোভিডে কাঢ়ি নিছে ৭৭ গৰাকী লোকৰ...
Read moreDetailsনগাঁও জিলাৰ চাহ বাগিচা অঞ্চলত ক'ভিডৰ ভয়াৱহ সংক্ৰমণ ঘটিছে। ইতিমধ্যে বাগিচা অঞ্চলৰ বহু লোক কোভিডত আক্ৰান্ত হৈছে। এনে পৰিস্থিতিৰ প্ৰতি...
Read moreDetailsৰাজ্যত অহা ৭ জুনৰ পৰা সামান্য আনলক প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ সম্ভাৱনাৰ কথা উল্লেখ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। তেওঁ কয়...
Read moreDetailsপ্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ শাসনৰ সপ্তম বৰ্ষপুৰ্তি উপলক্ষে এক চমকপ্ৰদ আঁচনি গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে। কাইলৈৰ পৰা আৰম্ভ হ’বলগীয়া এই...
Read moreDetailsশিশুৰ কলৰৱেৰে মুখৰিত হৈ থকা এখন বিদ্যালয়। এই বিদ্যালয় খনতে এটা সময়ত শ শ ছাত্ৰ-ছাত্ৰীয়ে অধ্যয়ন কৰিছিল। কিন্তু সেইখন বিদ্যালয়তে...
Read moreDetailsদেশত আতংকৰ সৃষ্টি কৰা কোভিডৰ দ্বিতীয় ঢৌৱে কেৱল সাধাৰণ মানুহৰ জীৱনে হানি কৰা নাই, কোভিড ৰোগীৰ চিকিৎসাত নিয়োজিত বহু চিকিৎসকৰো...
Read moreDetailsGet the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd