দদৰা-শিঙিমাৰি কোভিড চিকিৎসালয় পৰিদৰ্শন; অক্সিজেন প্লান্ট নিৰ্মাণৰ ঘোষণা স্বাস্থ্যমন্ত্ৰীৰ

নতুন স্বাস্থ্য মন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰাৰ পিছতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সমষ্টিত উপস্থিত হৈ দেওবাৰে কোভিড হাস্পাতাল পৰিদৰ্শন কৰে...

Read moreDetails

ভাৰতীয় সীমান্তৰ বিদ্ৰোহী চহৰ মিনডাট, চীনলেণ্ডত নিয়ন্ত্ৰণ সাৱ্যস্ত ম্যানমাৰ সেনাৰ

ম্যানমাৰ সেনাৰ বিৰুদ্ধে মাত্ৰ কেইদিনমান আগেয়ে বিদ্ৰোহীয়ে হাতত অস্ত্ৰ তুলি লোৱা পশ্চিম চীন প্ৰদেশৰ এখন সৰু চহৰত প্ৰৱেশ কৰিছে ম্যানমাৰ...

Read moreDetails

ৰাজ্যত নতুনকৈ ৩,৬৫০গৰাকী লোক কৰ’নাত আক্ৰান্ত; ৫৬গৰাকীৰ মৃত্যু

ৰাজ্যৰ কোভিড পৰিস্থিতি উদ্বেগজনক হৈয়েই আছে। যোৱা ২৪ ঘন্টাত কালান্তক কোভিডে কাঢ়ি নিছে গৰাকী ৫৬ গৰাকী লোকৰ প্ৰাণ। বিগত ২৪...

Read moreDetails

অপ্ৰতিৰোধ্য কৰ’না! শিৱসাগৰতো নতুনকৈ ৬১ গৰাকীৰ দেহত ধৰা পৰিছে ক’ভিড পজিটিভ

সমগ্ৰ ৰাজ্যৰ লগতে শিৱসাগৰতো ক'ভিড আক্ৰান্তৰ সংখ্যা দৈনিক বৃদ্ধি পাবলৈ ধৰিছে। দেওবাৰে শিৱসাগৰত ৬১ গৰাকী লোকৰ দেহত ক'ভিড পজিটিভ পোৱা...

Read moreDetails

ৰাজ্যৰ প্ৰশাসনত ব্যাপক ৰদ-বদল : ৰাজ্যৰ বহু জিলাত নতুন উপায়ুক্তক দায়িত্ব প্ৰদান

আজি ৰাজ্য চৰকাৰে জাৰি কৰা এক নিৰ্দেশনা যোগে ৰাজ্যৰ কিছু সংখ্যক আইএএছ আৰু এচিএছ বিষয়াক ৰদ-বদল কৰি জিলাসমূহৰ উপায়ুক্ত হিচাপে...

Read moreDetails

কাজিৰঙাৰ পানবাৰী কৰিডৰত গাড়ী খুন্দাত পহুৰ মৃত্যু

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ এটা অতি গুৰুত্বপুৰ্ণ এনিমেল কৰিডৰ পানবাৰীত আজি গাড়ীৰ খুন্দাত এটা পহুৰ মৃত্যু হয়৷ উত্তৰ দিশে থকা কাজিৰঙা...

Read moreDetails

আজিয়েই আন্তঃজিলা ভ্ৰমণ কৰি লওঁক; সোমবাৰৰ পৰা আন্তঃজিলা যাতায়ত বন্ধ হোৱাৰ পূৰ্ণ সম্ভাৱনা

ৰাজ্যত ক্ৰমান্বয়ে কোভিড পৰিস্থিতি অধিক ভয়াৱহ হোৱাৰ দিশে আগবাঢ়িছে। সেয়েহে ৰাজ্য চৰকাৰ তথা জিলা প্ৰশাসনে কেতবোৰ ব্যৱস্থাপনা হাতত লোৱা পৰিলক্ষিত...

Read moreDetails

কোভিড পৰিস্থিতিৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীলৈ পত্ৰৰ যোগে ৯ টাকৈ দিহা দিলে কংগ্ৰেছ সভাপতি ৰিপুন বৰাই

ৰাজ্যৰ ভয়াৱহ পৰিস্থিতিৰ সন্দৰ্ভত সজাগ সচেনতাৰ পৰিচয় দাঙি ধৰি দেওবাৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই ৯ টাকৈ দিহাৰে মুখ্যমন্ত্ৰীলৈ এখন...

Read moreDetails

ব্ৰিটেইন আৰু ভাৰতৰ নতুন প্ৰজাতিৰ কৰোনাক প্ৰতিৰোধ কৰিবলৈ সক্ষম কোভাক্সিন প্ৰতিষেধক

ব্ৰিটেইন আৰু ভাৰতত সংহাৰ চলোৱা কৰোনাৰ দুয়োটা নতুন ষ্ট্ৰেইনক প্ৰতিৰোধ কৰিবলৈ সক্ষম কোভাক্সিন প্ৰতিষেধক। এই দাবী কৰিছে ভেকচিনটোৰ প্ৰস্তুতকাৰী প্ৰতিষ্ঠান...

Read moreDetails

গোবৰ আৰু গো-মূত্ৰই কোভিডৰ পৰা ৰক্ষা কৰিব নোৱাৰিলে বুলি মন্তব্য কৰি গ্ৰেপ্তাৰ হ’ল সাংবাদিক

গোবৰ আৰু গো-মূত্ৰই কোভিডৰ পৰা ৰক্ষা কৰিব নোৱাৰিলে বিজেপিৰ এজন ৰাজ্যিক সভাপতিক। এইদৰে মন্তব্য কৰি চৰকাৰৰ ৰোষত পৰিছে এগৰাকী সাংবাদিকসহ...

Read moreDetails
Page 2199 of 5984 1 … 2,198 2,199 2,200 … 5,984

Stay Connected

Recent News