বিধ্বংসী চাইক্ল’ন তাওকতৰ আগমনত কম্পমান বহু ৰাজ্য, কৰ্ণাটকত ব্যাপক সংহাৰলীলা

সাগৰীয় নিম্নচাপৰ ফলত সৃষ্টি হোৱা বিধ্বংসী চাইক্ল’ন তাওকতে এতিয়া বিভিন্ন ৰাজ্যৰ বাসিন্দাসকলৰ মনত ত্ৰাসৰ সৃষ্টি কৰিছে। বিধ্বংসী সাগৰীয় ধুমুহাজাকে আজি...

Read moreDetails

বিশ্বনাথৰ এখন ক’ভিড শূন্য গাঁও, গাঁওবাসীৰ প্ৰচেষ্টাক বহুতৰে প্ৰশংসা

সমগ্ৰ ৰাজ্যতে ক’ভিড আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাই থকাৰ সময়তো বিশ্বনাথৰ উত্তৰাঞ্চলৰ মিজিকাজান অঞ্চল সম্পূৰ্ণ কৰ’ণামুক্ত৷ বিশ্বনাথৰ মিজিকাজান ৰ লোকসকলে চৰকাৰৰ...

Read moreDetails

তিনিচুকীয়া জিলাৰ টিংৰাই বজাৰত গ্ৰেনেড বিস্ফোৰণ সন্দৰ্ভত এজনক গ্ৰেপ্তাৰ

তিনিচুকীয়া জিলাৰ ডিগবৈৰ টিংৰাই বজাৰত  দুৰ্বৃত্তই সংঘটিত কৰা গ্ৰেনেড বিস্ফোৰণ সন্দৰ্ভত আজি আৰক্ষীয়ে এজন লোকক  গ্ৰেপ্তাৰ কৰিছে। ডিগবৈৰ তামুলী বনগাঁৱৰ...

Read moreDetails

আশাৰ বতৰা! দেশত নিম্নগামী হৈছে কৰ’না আক্ৰান্তৰ সংখ্যা; আৰোগ্যৰ হাৰো বৃদ্ধি

দেশত কৰ’না সংক্ৰমণৰ ঘটনা একেৰাহে তিনিদিন ধৰি কিছু নিম্নগামী হৈ আছে। সেইদৰে দেশত কৰ’না আৰোগ্যৰ হাৰো বৃদ্ধি পাইছে। কৰ’নাৰ বৰ্তমান...

Read moreDetails

প্ৰধানমন্ত্ৰী মোদীৰ বিৰুদ্ধে পোষ্টাৰিং কৰি দিল্লীত গ্ৰেপ্তাৰ ২৫ গৰাকী লোক, কি লিখিছিল পোষ্টাৰত?

দেশত ক’ৰ’নাই সংহাৰৰ সৃষ্টি কৰি থকাৰ সময়তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে পোষ্টাৰিং কৰি গ্ৰেপ্তাৰ হ’বলগীয়া হ’ল ২৫ জনক লোক। দিল্লী...

Read moreDetails

পৰিস্থিতি বুজাত ভুল কৰিছে! কৰ’নাক লৈ কেন্দ্ৰকে জগৰীয়া কৰিলে মোহন ভাগৱতে

কৰ’নাৰ প্ৰথমটো ঢৌৰ পাছত কেন্দ্ৰীয় চৰকাৰে সঠিকভাৱে পৰিস্থিতিৰ পৰ্যালোচনা কৰাত ব্যৰ্থ হৈছে। এই দাবী ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ মুৰব্বী মোহন...

Read moreDetails

কোভিড-১৯ত আক্ৰান্ত হৈ কলিয়াবৰত প্ৰথমজন ৰোগীৰ মৃত্যু; যোৱা ২৪ ঘন্টাত ৬৪জন আক্ৰান্ত

মাৰাত্মক কোভিড-১৯ত আক্ৰান্ত হৈ কলিয়াবৰত প্ৰথমজন ৰোগীৰ মৃত্যু ঘটিছে। মৃত ব্যক্তিজন কলিয়াবৰৰ দলগাঁৱৰ সাগৰ শইকীয়া। মুম্বাইৰ ব্যক্তিগত কোম্পানী এটাত কৰ্মৰত...

Read moreDetails

টিংৰাইৰ গ্ৰেনেড বিস্ফোৰণত জড়িত দুৰ্বৃত্তৰ ফটো প্ৰকাশ আৰক্ষীৰ; সন্ধান দিওতালৈ পুৰষ্কাৰ ঘোষণা

তিনিচুকীয়া আৰক্ষীয়ে ১৪ মে’ৰ দিনা ডিগবৈৰ টিংৰাই বজাৰৰ গ্ৰেনেড বিষ্ফোৰণৰ সংক্ৰান্তত সামাজিক মাধ্যমৰ জৰিয়তে দুৰ্বৃত্তৰ ফটো প্ৰকাশ কৰিছে ৷ তিনিচুকীয়া...

Read moreDetails

শিৱসাগৰ ষ্টেশ্যন চাৰিআলিৰ দৈনিক বজাৰত বিধ্বংসী অগ্নিকাণ্ড; জুইত জাহ গ’ল ৩১ খনকৈ দোকান

আজি পুৱতি নিশা শিৱসাগৰত সংঘটিত হয় এক বিধ্বংসী অগ্নিকাণ্ড। অগ্নিকাণ্ডত জাহ যায় প্ৰায় ৩১ খনকৈ দোকান। অগ্নিকাণ্ডটোত প্ৰায় পঞ্চাশ লাখ...

Read moreDetails

প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ কনভয় দুৰ্ঘটনাগ্ৰস্ত; আহত তিনিজন নিৰাপত্তাৰক্ষী

প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ কনভয় শনিবাৰে দুৰ্ঘটনাগ্ৰস্ত হয়। বোকাখাতৰ লখৌজানত প্ৰাক্তন মুখ্যমন্ত্ৰী সোণোৱালৰ কনভয়ৰ পায়লট গাড়ীখন দুৰ্ঘটনাগ্ৰস্ত হয়। বিপৰীত দিশৰ...

Read moreDetails
Page 2201 of 5984 1 … 2,200 2,201 2,202 … 5,984

Stay Connected

Recent News