ক’ভিড -১৯ ৰ দ্ৰুত সংক্ৰমণ ৰোধ কৰাৰ উদ্দেশ্যে গোলাঘাট জিলাত আজি দুটা কন্টেইনমেণ্ট জ'ন ঘোষণা কৰা হৈছে । জিলাখনৰ খুমটাই...
Read moreDetailsচৰকাৰ গঠন হোৱাৰ পাছত প্ৰথমবাৰলৈ অহা ২১ মে’ৰ দিনা অনুষ্ঠিত হ’ব বিধানসভাৰ প্ৰথমখন অধিৱেশন। তিনিদিনৰ বাবে অনুষ্ঠিত হ’ব বিধানসভাৰ এই...
Read moreDetailsকৰ্মসংস্কৃতিৰে এক আদৰ্শ হৈ পৰা এজন ব্যক্তি ,যি সমষ্টিবাসীৰ বাবে হৈ পৰিছে ত্ৰাণকৰ্তাস্বৰূপ। সমষ্টিবাসীৰ প্ৰত্যেকটো বিপদত যি কাষত থিয় হৈ...
Read moreDetailsপ্ৰথিতযশা সাহিত্যিক, সাংবাদিক, প্ৰজ্ঞাৰ সাধক হোমেন বৰগোহাঞিৰ মৃত্যুত সমগ্ৰ নগাঁও জিলাত গভীৰ শোকৰ ছাঁ পৰিছে। জিলাখনৰ বিভিন্ন দল সংগঠন, অনুষ্ঠান...
Read moreDetailsপ্ৰসিদ্ধ সাহিত্যিক, সাংবাদিক হোমেন বৰগোঁহাঞিৰ নশ্বৰ দেহৰ শেষকৃত্য আজি গুৱাহাটীৰ নৱগ্ৰহ শ্মশানত ৰাষ্ট্ৰীয় মৰ্যাদাৰে সম্পন্ন কৰা হয়। সম্পূৰ্ণ কোভিড প্ৰটোকল...
Read moreDetailsবিয়াৰ বাবে জমা ৰখা টকা কৰোণা আক্ৰান্ত ৰোগীসকলক প্ৰদান কৰিবলৈ ৰাখি মাত্ৰ ১৫০ টকাতে বিবাহ সম্পন্ন কৰিলে এহাল তাৰকা দম্পত্তিয়ে।...
Read moreDetailsভয়াৱহ ৰূপত অসমত কোভিডৰ গণ সংক্ৰমণ হ’বলৈ আৰম্ভ কৰিছে । দৈনিক ৬ হাজাৰৰো অধিক লোক আক্ৰান্ত হোৱাৰ লগতে যোৱা তিনিদিনত...
Read moreDetailsকৰোণাত আক্ৰান্ত ৰোগীসকলৰ শৰীৰত 'ব্লেক ফাংগাছ' বা মিউকোৰমাইকোচিচৰ সংক্ৰমণ বৃদ্ধি পাইছে। ইয়াৰ ফলত মহাৰাষ্ট্ৰৰ উদ্ধৱ ঠাকৰে চৰকাৰক সংকটত পেলাইছে, কিয়নো...
Read moreDetailsকালান্তক কোভিডে কাঢ়ি নিলে আৰু এগৰাকী প্ৰতিভাৱান অসমীয়াৰ প্ৰাণ। কোভিডত আক্ৰান্ত হৈ অৱশেষত নিয়তিৰ ওচৰত হাৰ মানিলে অসম সন্তান আদিত্য...
Read moreDetailsকৰোণা ভাইৰাচত আক্ৰান্ত হোৱাৰ পাছত মানসিক চাপ কমাবলৈ ডাৰ্ক চকলেট খাওক! এই আজৱ পৰামৰ্শ আগবঢ়াইছে কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী ডঃ হৰ্ষ বৰ্ধনে।...
Read moreDetailsGet the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd