বিদ্যালয়ত বেয়া ফলাফল দেখুওৱাৰ বাবেই পিতৃয়ে জুই লগাই হত্যা কৰিলে ১২ বছৰীয়া পুত্ৰক

হায়দৰাবাদত এগৰাকী পিতৃয়ে নিজৰ ১২ বছৰীয়া সন্তানে পঢ়াত ভাল ফলাফল দেখুৱাব নোৱাৰা বাবে বৃহস্পতিবাৰে পুত্ৰৰ শৰীৰত অগ্নি সংযোগ কৰে। আৰক্ষীয়ে...

Read moreDetails

মহাজোঁটত জঁট! সাম্প্ৰদায়িক মন্তব্যৰ বাবে আজমলক গৰিহণা-সকীয়নি অজিত ভুঞাৰ

বুধবাৰে ধুবুৰীৰ গৌৰীপুৰৰ এক নিৰ্বাচনী প্ৰচাৰ সভাত সাম্প্ৰদায়িক মন্তব্য কৰি এতিয়া মহাজোঁটৰ অন্তৰ্গত আঞ্চলিক গণ মৰ্চাৰ সভাপতি অজিত ভুঞাৰ ৰোষত...

Read moreDetails

দেশৰ মাটিত পদাৰ্পন কৰিয়ে প্ৰথমে পিতৃৰ সমাধিত শ্ৰদ্ধাঞ্জলি যুৱ তাৰকা ব’লাৰ মহম্মদ চিৰাজৰ

অষ্ট্ৰেলিয়াৰ মাটিত ঐতিহাসিক টেষ্ট শৃংখলাত বিজয় সাব্যস্ত কৰাৰ পাছত দেশৰ মাটিত উপস্থিত হৈয়ে ঘৰলৈ যোৱাৰ পূৰ্বে স্বৰ্গগামী পিতৃৰ সমাধিলৈ গৈ...

Read moreDetails

কৃষি আৰু উদ্যান শস্যৰ তিনিদিনীয়া ৰাষ্ট্ৰীয় প্ৰদৰ্শনীৰ শুভাৰম্ভ: বিদেশৰ প্ৰতিনিধিৰ অংশগ্ৰহণ

আজিৰে পুৱাৰে পৰা বোকাখাতৰ ৰাজহুৱা খেলপথাৰত আৰম্ভ হৈছে কৃষি আৰু উদ্যান শস্যৰ এক ৰাষ্ট্ৰীয় প্ৰদৰ্শনী৷ অসম চৰকাৰৰ কৃষি,পশুপালন আৰু উদ্যান...

Read moreDetails

অযোধ্যাত ৰাম মন্দিৰ নিৰ্মাণৰ বাবে ১ কোটি টকাৰ ব্যক্তিগত অনুদান গৌতম গম্ভীৰৰ পৰিয়ালৰ

ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অপেনিং বেটছমেন তথা দিল্লীৰ বিজেপি সাংসদ গৌতম গম্ভীৰ আৰু তেওঁৰ পৰিয়ালে অযোধ্যাত নিৰ্মাণ হ’বলগীয়া ৰাম মন্দিৰৰ...

Read moreDetails

দ্বিতীয় শ্ৰেণীৰ ভাৰতীয় দলৰ হাতত বিধ্বস্ত কেংগেৰু বাহিনী! কিয় হজম হোৱা নাই ৰিকি পন্টিঙৰ?

আপাতত: এটা দ্বিতীয় শ্ৰেণীৰ ভাৰতীয় দলৰ হাতত কেনেকৈ পৰাজিত হ’ল অষ্ট্ৰেলিয়া? এই অংকৰ উত্তৰ বিচাৰি পোৱা নাই অষ্ট্ৰেলিয়াৰ প্ৰাক্তন অধিনায়ক...

Read moreDetails

দিল্লীৰ ‘আউটাৰ ৰিং ৰোড’ত ট্ৰেক্টৰ ৰেলীৰ অনুমতি দিয়া নহয়, প্ৰতিবাদী কৃষকক জনালে আৰক্ষীয়ে

গণৰাজ্য দিৱসত প্ৰতিবাদী কৃষক সকলে দিল্লীত অনুষ্ঠিত কৰিবলৈ বিচৰা ট্ৰেক্টৰ ৰেলী সন্দৰ্ভত আৰক্ষীৰ সৈতে বৃহস্পতিবাৰে এখন বৈঠকত বহে। কৃষক আৰু...

Read moreDetails

তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ ১৮ সংখ্যক সমাৱৰ্তনত অংশগ্ৰহণ কৰিব প্ৰধান মন্ত্ৰী মোদীয়ে

ভাৰতৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২২ জানুৱাৰিত অনুষ্ঠিত হ’বলগীয়া তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ ১৮ সংখ্যক সমাৱৰ্তনত অংশগ্ৰহণ কৰিব। দেশৰ শিক্ষা বিভাগে...

Read moreDetails

বাক্সাত বনৰীয়া হাতীৰ আক্ৰমণত এগৰাকী পঞ্চাশোৰ্দ্ধৰ ব্যক্তিৰ কৰুণ মৃত্যু

বাক্সা জিলাৰ বাৰাপেটা অঞ্চলত বনৰীয়া হাতীৰ আক্ৰমণত জয়দেৱ দাস নামৰ এগৰাকী পঞ্চাশোৰ্দ্ধৰ ব্যক্তিয়ে প্ৰাণ হেৰুৱাবলগীয়া হোৱা ঘটনাই সমগ্ৰ অঞ্চলটোত শোকৰ...

Read moreDetails

ছেৰাম ইনষ্টিটিউটত অগ্নিকাণ্ড; কোভিশ্বিল্ডৰ সুৰক্ষাক লৈ সৃষ্টি হৈছে উদ্বিগ্নতা

দেশত কৰ’না ভেকচিনৰ প্ৰস্তুত কৰা পৰীক্ষাগাৰ পুনেৰ ছেৰাম ইনষ্টিটিউটত সংঘটিত হৈছে অগ্নিকাণ্ডৰ ঘটনা। বৃহস্পতিবাৰে দুপৰীয়া ইনষ্টিটিউটটোৰ টাৰ্মিনেলত জুই ৰগাৰ খৱৰ...

Read moreDetails
Page 2548 of 5987 1 … 2,547 2,548 2,549 … 5,987

Stay Connected

Recent News