মুকলি হ’ল ড্ৰাইভাৰ বিহীন ইলেকট্ৰিক ৰব’টেক্সি! এবাৰ চাৰ্জ কৰিলেই চলিব ১৬ঘন্টা

ইলেকট্ৰিক বাহনৰ ক্ষেত্ৰত এক নতুন মাত্ৰাৰ সংযোগ ঘটিল। বৃহৎ অনলাইন শ্বপিং ছাইট সংস্থা এমাজনৰ ষ্টাৰ্ট-আপ কোম্পানী Zooxয়ে এক নতুন ইলেকট্ৰিক...

Read moreDetails

কৃষকৰ দাবী পূৰণ নহ’লে পুনৰ আমৰণ অনশনৰ ভাবুকি আন্না হাজাৰেৰ

তিনিখনকৈ কৃষি আইন বাতিলৰ দাবীত কুৰি দিন ধৰি দিল্লীৰ ৰাজপথত আন্দোলন অব্যাহত ৰখা কৃষকসকলৰ দাবীৰ প্ৰতি কোনো সঁহাৰি জনোৱা নাই...

Read moreDetails

১৯৭১ চনৰ যুদ্ধৰ নায়ক সকললৈ শ্ৰদ্ধা, আন্তঃৰাষ্ট্ৰীয় সীমান্তত ১১ ঘণ্টাত ১৮০ কিলোমিটাৰ দূৰত্ব দৌৰিলে বিএছএফৰ জোৱানে

১৯৭১ চনৰ ভাৰত-পাকিস্তান যুদ্ধৰ বীৰ জোৱান সকলক সন্মান জনোৱাৰ উদ্দেশ্যে ভাৰতীয় সীমান্ত সুৰক্ষা বাহিনীৰ জোৱানে একেৰাহে ১৮০ কিলোমিটাৰ দূৰত্ব দৌৰে।...

Read moreDetails

২০২২ চনত উত্তৰ প্ৰদেশৰ মুখ্য মন্ত্ৰী যোগী আদিত্যনাথক প্ৰত্যাহ্বান জনাবলৈ সাজু আম আদমী পাৰ্টি

আম আদমী পাৰ্টিয়ে ২০২২ চনৰ উত্তৰ প্ৰদেশ(য়ুপি) বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব বুলি দলটোৰ প্ৰমুখ তথা দিল্লীৰ মুখ্য মন্ত্ৰী অৰবিন্দ কেজৰিৱালে...

Read moreDetails

পাঁচ বছৰে বিছনাত পৰি আছে এটা পৰিয়ালৰ তিনি সদস্য : চৰকাৰ, দল সংগঠন, হৃদয়ৱান লোকলৈ সহায়ৰ আহ্বান

বঙাইগাঁও জিলাৰ মাণিকপুৰ আৰক্ষী থানাৰ অন্তৰ্গত ভাওঁবাৰীত এটা পৰিয়ালৰ তিনি জনকৈ সদস্য বহুদিনে পেৰালাইচিছ ৰোগত আক্ৰান্ত হৈ দীৰ্ঘ দিনৰে পৰাই...

Read moreDetails

ক’ৰ’ণা কালত হাজাৰ হাজাৰ মানুহেৰে নিৰ্বাচনী সভা পাতিব পাৰি; কিন্তু সংসদৰ অধিৱেশনহে পাতিব নোৱাৰি

দেশত ক’ৰ’ণা মহামাৰীৰ সমান্তৰালভাৱে নিৰ্বাচনী প্ৰচাৰ চলাব পাৰি, কিন্তু দেশৰ সংসদৰ অধিৱেশন অনুষ্ঠিত কৰিব নোৱাৰি। হাজাৰ হাজাৰ মানুহক মুকলি ঠাই...

Read moreDetails

১৩দিনৰ ভিতৰত দ্বিতীয়বাৰ! আজিৰে পৰা পুনৰ ৫০টকা বৃদ্ধি পালে ৰন্ধন গেছৰ দাম

অত্যাৱশ্যকীয় সামগ্ৰীৰ আকাশলংঘী মূল্যই ইতিমধ্যে সৰ্বসাধাৰণক জুৰুলা কৰিছে। তাৰ মাজতে পুনৰ বৃদ্ধি পালে ৰন্ধন গেছৰ দাম। সোমবাৰে মাজনিশাৰ জাৰি কৰা...

Read moreDetails

অগপত মোক্ষম আঘাত; দল এৰিলে বিধায়ক পবীন্দ্ৰ ডেকাই

অসম গণ পৰিষদ ত্যাগ কৰিলে পাটাছাৰকুছি সমষ্টিৰ বিধায়ক পবীন্দ্ৰ ডেকাই। আজি বিধায়কজনে এখন সংবাদমেল সম্বোধন কৰি দল ত্যাগ কৰাৰ কথা...

Read moreDetails

কৃষকে বিষপান কৰাটো কেতিয়াও চিন্তাৰ বিষয় নহয় কিন্তু পিজ্জা খোৱাটোহে বাতৰি : দিলজিৎ

কেন্দ্ৰীয় চৰকাৰৰ নতুন কৃষি আইনৰ বিৰুদ্ধে যোৱা ২০ দিন ধৰি ধাৰাবাহিকভাৱে দিল্লী সীমান্তৰ সমীপত প্ৰতিবাদ সাব্যস্ত কৰি থকা কৃষকসকলৰ সমৰ্থনত...

Read moreDetails

বিয়ালৈ আহিব নোৱাৰিব অতিথি! দৰাৰ পিতৃয়ে ৭০০অতিথিলৈ হোম ডেলিভাৰি কৰিলে বিয়াৰ খানা

বিয়া মানেই খোৱালোৱাৰ পয়োভৰ, আলহী-অতিথিৰ উলহ-মালহ। কিন্তু কৰ’না পৰিস্থিতিৰ মাজত বহুতেই বিয়া স্থগিত ৰাখিব লগীয়াও হৈছে। আন কিছুমানে নিমন্ত্ৰিতৰ তালিকা...

Read moreDetails
Page 2678 of 5999 1 … 2,677 2,678 2,679 … 5,999

Stay Connected

Recent News