ভাৰত বন্ধৰ সমৰ্থন কৰিও বন্ধ পালন নকৰিলে দিল্লীৰ অ’টো-টেক্সী ইউনিয়নে : কিন্তু কিয় ?

কেন্দ্ৰীয় চৰকাৰে প্ৰণয়ন কৰাৰ তিনিখন কৃষি আইন বাতিলৰ দাবীত মংগলবাৰে দেশৰ কৃষক সংগঠনসমূহে আহ্বান দিয়া ভাৰত বন্ধলৈ দিল্লীৰ অ’টো-টেক্সী ইউনিয়নে...

Read moreDetails

পৃথিৱীৰ উচ্চতম শৃংগ মাউণ্ট এভাৰেষ্টৰ নতুন জোখ প্ৰকাশ কৰিলে নেপাল চৰকাৰে

পৃথিৱীৰ উচ্চতম শৃংগ মাউণ্ট এভাৰেষ্টৰ নতুন জোখ প্ৰকাশ কৰিছে নেপাল চৰকাৰে। নেপাল চৰকাৰে শেহতীয়াভাৱে জাৰি কৰা মাউণ্ট এভাৰেষ্টৰ উচ্চতা হৈছে...

Read moreDetails

২১ ডিচেম্বৰৰ পৰা পৰ্যটকৰ বাবে মুকলি হ’ব মেঘালয়ৰ পৰ্যটন স্থানৰ দুৱাৰ

কোভিড-১৯ৰ সংক্ৰমণৰ বাবে নমাহৰ বিৰতিৰ অন্তত মেঘালয় চৰকাৰে ৰাজ্যখনৰ পৰ্যটন স্থান সমূহ পৰ্যটক সকলৰ বাবে ২১ ডিচেম্বৰৰ পৰা মুকলি কৰি...

Read moreDetails

ভাৰত বন্ধত ২০০ ট্ৰাকেৰে আহি চিঙ্ঘু সীমান্তত উপস্থিত বিশাল সংখ্যক কৃষক : কি কৰিলে আৰক্ষীয়ে?

কেন্দ্ৰীয় চৰকাৰে প্ৰণয়ন কৰা তিনিখন কৃষি আইন বাতিলৰ দাবীত আজি দেশৰ কৃষক সংগঠনসমূহৰ আহ্বান জনোৱা ৪ ঘণ্টীয়া ভাৰত বন্ধই সমগ্ৰ...

Read moreDetails

আমেৰিকাই কৰা ভয়ংকৰ অপৰাধ ক্ষমাৰ অযোগ্য; চীনৰ বিস্ফোৰণ

কৰ’নাক লৈ আমেৰিকাৰ কঠোৰ সমালোচনা কৰিছে চীনে। চীনৰ সংবাদপত্ৰ গ্লোবেল টাইমছৰ মতে কৰ’না অতিমাৰীত বিপৰ্যস্ত হৈছে আমেৰিকা। প্ৰতিবেদনত দাবী কৰা...

Read moreDetails

বিশ্বনাথটো ভাৰত বন্ধৰ সৰ্বাত্মক প্ৰভাৱ : কৃষি আইনৰ প্ৰতিলিপিসহ প্ৰধানমন্ত্ৰী মোদীৰ প্ৰতিকৃতি দাহ

দেশৰ কৃষক সংগঠনসমূহে আজি আহ্বান জনোৱা ভাৰত বন্ধক অসমৰ বিভিন্ন দল সংগঠনে সমৰ্থন জনোৱা দেখা গ'ল। অসমৰ বিভিন্ন প্ৰান্তৰ লগতে...

Read moreDetails

৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি প্ৰতিবাদত বহিল এজন কৃষক; অখিল গগৈৰ মুক্তিৰ দাবী পাঁচবছৰীয়া কণমাণিৰ

নৰেন্দ্ৰ মোডী চৰকাৰে দেশৰ কৃষকৰ ওপৰত জাপি দিব বিচৰা কৃষক বিৰোধী আইনৰ বিৰুদ্ধে সমগ্ৰ দেশত প্ৰতিবাদৰ জোৱাৰ উঠিছে। কৃষকৰ এই...

Read moreDetails

আপৰ দাবী; গৃহবন্দী কৰা হৈছে মুখ্য মন্ত্ৰী অৰবিন্দ কেজৰিৱালক

আম আদমী পাৰ্টিৰ প্ৰমুখ তথা দিল্লীৰ মুখ্য মন্ত্ৰী অৰবিন্দ কেজৰিৱালক দিল্লী আৰক্ষীয়ে গৃহবন্দী কৰা বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰিছে দলটোৰ...

Read moreDetails

কৃষকৰ ভাৰত বন্ধৰ সৰ্বাত্মক প্ৰভাৱ শিৱসাগৰত; কেইবাজনো বন্ধৰ সমৰ্থনকাৰীক আটক

বিজেপি চৰকাৰে দেশত কৃষক বিৰোধী যি আইন প্ৰণয়ণ কৰিবলৈ লৈছে তাৰ প্ৰতিবাদত আজি কৃষক সংগঠন সমূহে আহ্বান জনোৱা ভাৰত বন্ধৰ...

Read moreDetails

কৰ’না সংকটৰ মাজতে WHOফাউণ্ডেশ্যনৰ চিইঅ’ পদত ভাৰতীয় মূলৰ ব্যক্তি অনিল ছোনী

কৰ’না পৰিস্থিতিৰ মাজতে বিশ্ব স্বাস্থ্য সংস্থা (WHO)ৰ ভূমিকাক লৈ বহু প্ৰশ্নৰ অৱতাৰণা হৈছিল। তাৰমাজতে বিশ্ব স্বাস্থ্য সংস্থাৰ সহযোগী সংস্থা হিচাপে...

Read moreDetails
Page 2690 of 5988 1 … 2,689 2,690 2,691 … 5,988

Stay Connected

Recent News