অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ অধীনত থকা শিৱসাগৰৰ অসম টাই যাদুঘৰৰ দূৰাৱস্থা দেখি ক্ষোভ প্ৰকাশ কৰে ৰাজ্যৰ শিক্ষা, স্বাস্থ্য, বিত্ত তথা...
Read moreDetailsখানাপাৰাস্থিত পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক ড০ যদুমণি কছাৰীৰ বিৰুদ্ধে উত্থাপিত হৈছে মহিলাৰ শ্লীলতা হানি কৰাৰ অভিযোগ। এগৰাকী মহিলা...
Read moreDetailsঅসমৰ জাতীয় অস্তিত্ব ৰক্ষাৰ আন্দোলনৰ পিছত বিদেশী বহিষ্কাৰৰ দাবীৰে সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বত যি সংগ্ৰাম হৈছিল সেই আন্দোলনে সমগ্ৰ...
Read moreDetailsকেৰালাৰ এগৰাকী শিক্ষাব্ৰতী শিক্ষয়িত্ৰী। নাম তেওঁৰ মিনি কৰমান। ৪৪ বছৰীয়া এই গৰাকী শিক্ষয়িত্ৰীয়ে নিতৌ ১৭ কিলোমিটাৰ পথ খোজকাঢ়ি যাবলগীয়া হয়...
Read moreDetailsৰাজ্য চৰকাৰে চাকৰিৰ নামত খোলা বেহা ইতিমধ্যে, ৰাইজৰ আগত মুকলিকৈ ফাদিল হৈ পৰিছে। যোৱা চাৰে চাৰিটা বছৰত বিভিন্ন চৰকাৰী বিভাগৰ...
Read moreDetailsপুনৰ আন্দোলন আৰম্ভ কৰিছে ৰাভা জাতীয় সংগঠনে। ছয় ৰাভা জাতীয় সংগঠনৰ আহ্বানত আৰু দুধনৈ আঞ্চলিক ৰাভা ছাত্ৰ সন্থা, দুধনৈ আঞ্চলিক...
Read moreDetailsবলাৎকাৰৰ ৰাজধানীত পৰিণত হৈছে যোগী আদিত্যনাথ নেতৃত্বাধীন ৰাজ্য উত্তৰ প্ৰদেশ। উত্তৰ প্ৰদেশৰ হাথৰাছত এগৰাকী দলিত সম্প্ৰদায়ৰ যুৱতীক বলাৎকাৰ কৰি মৃত্যুৰ...
Read moreDetailsবিশ্ব স্বাস্থ্য সংস্থাই (WHO)ই কৰ’নাৰ চিকিৎসাত ৰেমডিচিভিৰ দৰৱৰ ব্যৱহাৰ কাৰ্যত: বাতিল কৰিছে। সংস্থাৰ দাবী যে এই এন্টিভাইৰেল দৰৱবিধ ব্যৱহাৰৰ ফলত...
Read moreDetailsকাঠফুলাৰ দৰে গঢ়ি উঠা অবৈধ সুৰাৰ ঘাটি উচ্ছেদক লৈ শিৱসাগৰ জিলাৰ আমগুৰি হালোৱাটিঙত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। একাংশ লোকে...
Read moreDetailsবিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা নীতি সমূহৰ বিৰুদ্ধে সদাসৰৱ হৈ থকা কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে এইবাৰ ক’ৰ’না নিয়ন্ত্ৰণৰ বাবে...
Read moreDetailsGet the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd