খেলখনৰ ১৭তম অ’ভাৰত অভিষেক শৰ্মাৰ বলত ছয় কোবাই শুভমন গীলে কলকাতা নাইট ৰাইডাৰ্ছৰ বাবে চলিত আইপিলত প্ৰথমটো বিজয় আজুৰি আনে।...
Read moreDetailsকেন্দ্ৰৰ বিতৰ্কিত কৃষি বিধেয়কৰ বিৰোধিতাৰে মন্ত্ৰীসভা ত্যাগ কৰাৰ পাছত এইবাৰ NDAএৰিলে শিৰোমণি আকালি দলে। আকালি দলৰ নেতা সুখবীৰ সিং বাদলে...
Read moreDetailsঅসম আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখাই (চিআইডি) শনিবাৰে আৰক্ষীৰ উপ-পৰিদৰ্শকৰ পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল কেলেংকাৰিৰ সৈতে জড়িত এজন লোকক তিনিচুকীয়াৰ পৰা গ্ৰেপ্তাৰ...
Read moreDetailsসমগ্ৰ অসমত ক’ৰ’না ভাইৰাছৰ ভয়াবহ সংক্ৰমণ অব্যাহত আছে। ৰাজ্য চৰকাৰৰ হাতৰ পৰা ক্ৰমাৎ অসমৰ ক’ৰ’নাৰ পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰলৈ গতি কৰিছে।...
Read moreDetailsৰাষ্ট্ৰীয় পুৰস্কাৰ প্ৰাপ্ত কবিৰাজ, আয়ুৰ্বেদ বিশাৰদ, বিশিষ্ট সত্ৰীয়া শিল্পী তথা বৰপেটা চহৰৰ মেটুৱাকুছি নিবাসী খনীন্দ্ৰ নাথ বায়নৰ আজি পুৱতি নিশা...
Read moreDetailsআজি অসম সংগ্ৰামী মঞ্চ এৰি নতুন আঞ্চলিক ৰাজনৈতিক দল অসম জাতীয় পৰিষদৰ সৈতে চামিল হ’ল অদীপ ফুকন। অসম সংগ্ৰামী মঞ্চৰ...
Read moreDetailsকেন্দ্ৰীয় চৰকাৰে শেহতীয়াকৈ গ্ৰহণ কৰা কৃষি বিধেয়কৰ বিৰুদ্ধে সমগ্ৰ দেশজুৰি ব্যাপক গণ আন্দোলন আৰম্ভ হৈছে। দেশৰ বিভিন্ন প্ৰান্তত ৰাজপথলৈ ওলাই...
Read moreDetailsকোভিড-১৯য়ে সমগ্ৰ বিশ্বৰ লগতে অসমৰ পৰ্য্যটন ক্ষেত্ৰত বহু পৰিমাণে বেয়া প্ৰভাৱ পেলোৱাৰ লগতে ক্ষতি সাধন কৰিছে। লকডাউনৰ সময়ছোৱাত বহু হাজাৰ...
Read moreDetailsৰাম মাধৱৰ সলনি বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদকৰ দায়িত্ব পালে মঙ্গলদৈৰ সাংসদ দিলীপ শইকীয়াই। শণিবাৰে নতুনকৈ বিজেপিৰ ৰাষ্ট্ৰীয় সমিতি গঠন হয়।...
Read moreDetailsবড়োভূমিত বি টি চি নিৰ্বাচনৰ গৰম বতাহ বলি থকাৰ মাজতে বিভিন্ন দল-সংগঠনে অবৈধ অস্ত্ৰৰ প্ৰসংগকলৈ বোকা চটিওৱাৰ ৰাজনীতি আৰম্ভ কৰিছে।...
Read moreDetailsGet the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd