কোভিড সাহায্য পুঁজিলৈ ৫০ কোটিৰো অধিক টকাৰ বৰঙণি আগবঢ়াইছে পাঁচখন গাঁৱে

১ কোটি দুই কোটি নহয়। কোভিড সাহায্য পুঁজিলৈ মুঠ ৫০ কোটিৰো অধিক টকাৰ বৰঙণি আগবঢ়াইছে পাঁচখন গাঁওৱে। কোভিড সাহায্য পুঁজিলৈ...

Read moreDetails

জুবিনে মন্ত্ৰীৰ দুৱাৰে দুৱাৰে ঘূৰি ফুৰাৰ প্ৰয়োজন নাছিল; বৰপেটাত জুবিনক সমালোচনা সাংসদ অজিত ভূঞাৰ

''বিজেপিয়ে পুজিপতিৰ স্বাৰ্থত কাম কৰে ৷ বিজেপি দলে অসমক আৰু অসমবাসীক ধ্বংসৰ পিনে ঠেলি দিছে,'' এই বিস্ফোৰক অভিযোগ ৰাজ্যসভাৰ সাংসদ...

Read moreDetails

শিৱসাগৰত ভাৰত ত্যাগ আন্দোলনৰ লগত সংগতি ৰাখি ভাৰত বচাও কাৰ্যসূচী

আজি দেশজুৰি ট্ৰেড য়ুনিয়ন আৰু কৰ্মচাৰী ফেডাৰেশ্যন সমূহৰ যৌথ মঞ্চ আহ্বানত কেইবাটাও দাবীৰ ভিত্তিত ভাৰত বচাও আন্দোলনৰ কাৰ্যসূচী শিৱসাগৰতো শ্ৰমিক...

Read moreDetails

কোভিড প’জিটিভ বাংলাদেশী ক্ৰিকেটাৰ মোশ্ৰাফ হুছেইন

কোভিড-১৯ৰ দ্বাৰা সংক্ৰমিত হৈছে বাংলাদেশী ক্ৰিকেটাৰ মোশ্ৰাফ হুছেইন। কোভিড-১৯ৰ দ্বাৰা সংক্ৰমিত হোৱা ক্ৰিকেটাৰ গৰাকী বৰ্তমান সময়ত নিজ গৃহত কোৱাৰেণ্টাইন হৈ...

Read moreDetails

ভাৰতীয় হকী দলৰ ফৰৱাৰ্ড মনদীপ সিং ক’ভিড-১৯ত আক্ৰান্ত

ভাৰতীয় হকী দলৰ ফৰৱাৰ্ড মনদীপ সিং ক’ভিড-১৯ত আক্ৰান্ত হৈছে। আজি ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণ চমুকৈ চাইয়ে এই কথা জনাইছে। মনদীপ সিঙকে...

Read moreDetails

জোঁৱায়েকৰ শিৰশ্ছেদ কৰি হাতত খণ্ডিত মুণ্ড লৈ আৰক্ষী থানাত আত্মসমৰ্পণ শহুৰেকৰ

শহুৰেকে নিজৰ জোৱায়েকৰ শিৰশ্ছেদ কৰাৰ এক লোমহৰ্ষক ঘটনা সংঘটিত হৈছে অন্ধপ্ৰদেশত। এই নাৰকীয় ঘটনাটো সংঘটিত হৈছে দেওবাৰে অন্ধপ্ৰদেশৰ পূৱ গোদাবৰী...

Read moreDetails

ক’ৰ’নাৰ পৰা আৰোগ্য হৈ উঠা মধ্যপ্ৰদেশৰ মুখ্য মন্ত্ৰী শিৰৱাজ সিং চৌহানে কৰিব প্লাজমা দান

ক'ৰ'না ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হোৱাৰ পাছত সুস্থ হৈ উঠা মধ্যপ্ৰদেশৰ মুখ্য মন্ত্ৰী শিৱৰাজ সিং চৌহানে প্লাজমা দান কৰিব বুলি ঘোষণা...

Read moreDetails

কোকৰাঝাৰত সেনা-আৰক্ষীৰ অভিযানত বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ

সোমবাৰে কোকৰাঝাৰত সেনা আৰু আৰক্ষীৰ যুটীয়া অভিযানত বোমা, গ্ৰেনেড আৰু এ কে-৫৬ ৰাইফলকে ধৰি বৃহৎ পৰিমাণৰ বিস্ফোৰক সামগ্ৰী আৰু ধন...

Read moreDetails

UAE-ত হ’বলগীয়া আই পি এল ২০২০ত চকু দিছে বাবা ৰামদেৱৰ পতঞ্জলিয়ে

ক’ৰ’না ভাইৰাছৰ বাবে স্থগিত হৈ থকা আই পি এল এতিয়া ১৯ ছেপ্তেম্বৰৰ পৰা ১০ নৱেম্বৰলৈকে য়ুনাইটেড আৰৱ এমিৰেটছ চমুকৈ য়ুএইত...

Read moreDetails

অসম আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্ত কোভিড-১৯ পজিটিভ

আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তৰ কোভিড-১৯ পজিটিভ। আজি কৰা এন্টিজেন টেষ্টত তেওঁৰ দেহত ধৰা পৰিছে ক'ৰ'ণা ভাইৰাছৰ উপস্থিতি। CPRO ৰাজীৱ...

Read moreDetails
Page 3121 of 6000 1 … 3,120 3,121 3,122 … 6,000

Stay Connected

Recent News