অসমত ২৩৭২ নতুন ক’ভিড আক্ৰান্ত, পজিটিভৰ হাৰ ৪.২৫%

২৩৭২গৰাকী ব্যক্তি অসমত বৃহস্পতিবাৰে ক’ভিড১৯ পজিটিভ চিনাক্ত হৈছে। এইসকলৰ ভিতৰত আছে— কামৰূপ মহানগৰৰ ৪৭০, নগাঁৱৰ ১৯৭, কাছাৰৰ ১৬৩, ডিব্ৰুগড়ৰ ১২৮,...

Read moreDetails

ঠেলামৰাৰ ঘটনা: ডিজিপিক তদন্তৰ নিৰ্দেশ মুখ্য মন্ত্ৰীৰ

অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে শোণিতপুৰ জিলাৰ ঠেলামৰাৰ ঘটনাৰ তদন্তৰ বাবে আৰক্ষী সঞ্চালকপ্ৰধানক দায়িত্ব দিছে। অসমৰ অতিৰিক্ত আৰক্ষী সঞ্চালকপ্ৰধান (আইন-শৃংখলা)...

Read moreDetails

উদমাৰী চাহ বাগিছাত চিকিৎসাৰ অভাৱত এগৰাকী শ্ৰমিকৰ মৃত্যুক কেন্দ্ৰ কৰি প্ৰতিবাদ

নগাঁও জিলাৰ চামগুৰি আৰক্ষী থানাৰ অন্তৰ্গত উদমাৰী চাহ বাগিছাত কৰ্মৰত এজন শ্ৰমিকৰ মৃত্যুক কেন্দ্ৰ কৰি আজি এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি...

Read moreDetails

ৰাজ্যত পুনৰ কোভিডত আক্ৰান্ত হৈ ৫ জনৰ মৃত্যু

ক’ৰ’ণা ভাইৰাছত আক্ৰান্ত হৈ ৰা্জ্যত পুনৰ ৫ জন লোকৰ মৃত্যু ঘটিছে। স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি নিশা কৰা টুইটত...

Read moreDetails

শোণিতপুৰ ঠেলামৰাৰ ঘটনা : কিয় আইন হাতত তুলি একাংশই সৃষ্টি কৰিলে জিঘাংসাৰ?

শোণিতপুৰ জিলাৰ ঠেলামৰাৰ ভঙাশিঙৰি অঞ্চলত ৰাম মন্দিৰৰ ভূমি পুজন উপলক্ষে বজৰং দলে বাইকৰেলী বাহিৰ কৰাৰ সময়তে সৃষ্টি হৈছিল এক অপ্ৰীতিকৰ...

Read moreDetails

মহানগৰীৰ বিভিন্ন স্থানত বাঁহী, ঢোল বজাই সংগ্ৰহ কৰিছে বান সাহায্য

উৎকট গৰম, উৎকট গৰমকো নেওচি মানৱতাৰ খাতিৰত ওলাই আহিছে এওঁলোক৷ এওঁলোকৰ লক্ষ্য বান সাহায্য সংগ্ৰহ কৰা। মহানগৰীৰৰ বিভিন্ন স্থানৰ লগতে ৰাজ্যৰ বিভিন্ন স্থানত এক...

Read moreDetails

ইতিহাসত প্ৰথম: কাশ্মীৰ সীমান্তত মোতায়েন কৰা হ’ল মহিলা সেনা দল

ইতিহাসৰ পৃষ্ঠাত ভাৰতে ইটোৰ পিটত সিটোকৈ নতুন ঘটনাৰ সংযোজন ঘটাই গৈছে। কালি প্ৰায় ৫০০ বছৰীয়া বিবাদৰ অন্তত অযোধ্যাত ৰাম মন্দিৰৰ...

Read moreDetails

লখিমপুৰত আহোম যুগৰ প্ৰাচীন ৰূপৰ মুদ্ৰা আৰু খাৰু উদ্ধাৰ!

লখিমপুৰ জিলাৰ এখন ভিতৰুৱা গাঁৱত আহোম যুগৰ বুলি অনুমান কৰা ১৪টা প্ৰাচীন ৰূপৰ মুদ্ৰা আৰু এযোৰ খাৰু উদ্ধাৰ কৰা হৈছে।...

Read moreDetails

উচ্চতম ন্যায়ালয়ৰ পৰাই হেৰাল সুৰা সম্ৰাট বিজয় মালিয়াৰ গোচৰৰ নথি

সুৰা সম্ৰাট বিজয় মালিয়াৰ বিৰুদ্ধে থকা আদালত অৱমাননাৰ গোচৰৰ নথিয়েই এইবাৰ হেৰাই থাকিল উচ্চতম ন্যায়ালয়ৰ পৰা। বিজয় মালিয়াই তেওঁৰ কিংফিছাৰ...

Read moreDetails

নিৰ্বাচনৰ পূৰ্বে বিধায়ক শ্বেৰমান আলীৰ ভেটিত কঁপনি তুলিছে এ আই য়ু ডি এফে

বাঘবৰ সমষ্টিৰ বিধায়ক শ্বেৰমান আলী আহমেদৰ ভেটিত কঁপনি তুলি নিৰ্বাচনৰ পূৰ্বে এআইয়ুডিএফ দলে কছৰৎ আৰম্ভ কৰিছে। কংগ্ৰেছৰ শক্তিশালী দুৰ্গ সমষ্টিটোত...

Read moreDetails
Page 3122 of 5987 1 … 3,121 3,122 3,123 … 5,987

Stay Connected

Recent News