ৰাষ্ট্ৰীয় খেল পুৰস্কাৰৰ নিৰ্বাচন সমিতিত ক্ৰিকেটাৰ সেহৱাগ

শুকুৰবাৰে ক্ৰীড়া মন্ত্ৰ্যালয়ে ৰাষ্ট্ৰীয় খেল পুৰস্কাৰ ২০২০ৰ বাবে ১২ জনীয়া এখন নিৰ্বাচক সমিতি গঠন কৰি দিয়ে। এই সমিতিত প্ৰাক্তন ক্ৰিকেটাৰ...

Read moreDetails

অসমৰ সৰ্বকনিষ্ঠ কোভিড-১৯ ৰোগী হ’ল এটি ৯দিনীয়া কন্যা শিশু

ৰাজ্যখনৰ আটাইতকৈ কনিষ্ঠ হিচাপে হাইলাকান্দি জিলাৰ এটি ৯দিনীয়া কন্যা শিশু শুকুৰবাৰে কোভিড-১৯ পজিটিভ চিনাক্ত হৈছে। স্বাস্থ্য বিষয়াসকলে জানিবলৈ দিয়া অনুসৰি...

Read moreDetails

ৰাষ্ট্ৰীয় সংগীততো অৱহেলিত উত্তৰ-পূব; এইবাৰ প্ৰদ্যুৎ কিশোৰ দেববাৰ্মাৰ বিস্ফোৰণ

দেশৰ ৰাষ্ট্ৰীয় সংগীত ‘জনগণমন অধিনায়ক’ গীতটোত অসম তথা উত্তৰ-পূবক অৱহেলিত কৰাৰ অভিযোগ পূৰ্বেও এই অঞ্চলটোৰ বহু নেতাই উত্থাপন কৰিছিল। এইবাৰ...

Read moreDetails

বিজেপিয়ে বান সাহায্যৰ নামত অসমবাসীক মাথো ভুৱা প্ৰতিশ্ৰুতি দি আহিছে : কংগ্ৰেছ

সাম্প্রতিক ৰাজ্যখনৰ প্ৰলয়ংকাৰী বান আৰু গৰাখহনীয়াৰ মোকাবিলা কৰাত কেন্দ্র আৰু ৰাজ্যৰ বিজেপি চৰকাৰ চূড়ান্তভাৱে ব্যৰ্থ হোৱা বুলি গুৰুতৰ অভিযোগ উত্থাপন...

Read moreDetails

কি কাৰণত গ্ৰেপ্তাৰ হ’ব পাৰে বিৰাট কোহলি আৰু তামান্না ভাটিয়া?

ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক বিৰাট কোহলি গ্ৰেপ্তাৰ হ’ব পাৰে। অনলাইন জুৱা ছাইটৰ বিজ্ঞাপনত অংশগ্ৰহণ কৰাৰ অভিযোগত তেওঁক গ্ৰেপ্তাৰ কৰাৰ দাবী...

Read moreDetails

লকডাউনৰ সময়ত কৰা সহায়ৰ বাবে মুখ্য মন্ত্ৰী সোণোৱালক ধন্যবাদ জনালে ভূটানৰ ৰজাই

লকডাইনৰ সময়ত কৰা সহায়ৰ বাবে ভূটানৰ ৰজা জিগমে খেছাৰে অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালক ধন্যবাদ জ্ঞাপন কৰিছে। ভূটানৰ সম্ৰাটগৰাকীয়ে অসমৰ...

Read moreDetails

অযোধ্যাত ভূমি পূজাৰ ব্যাপক প্ৰস্তুতি! ক’ত চলিছে ১লাখ ১১হাজাৰ লাড়ু তৈয়াৰ কৰাৰ কাম?

অহা ৫ আগষ্টত দেশবাসীৰ বাবে এটা ঐতিহাসিক দিন হ’ব। এই দিনটোতে অযোধ্যাত ভূমি পূজাৰে ৰাম মন্দিৰ নিৰ্মাণৰ কামৰ শুভাৰম্ভ কৰা...

Read moreDetails

বৌদ্ধ ভীক্ষু সকলক সুৰক্ষা দিয়াৰ দাবী টিৰাপ স্বায়ত্ত শাসিত জিলা দাবী সমিতিৰ

বৌদ্ধ ভীক্ষু সকলক সুৰক্ষা দিয়াৰ দাবীৰে শুকুৰবাৰে মাৰ্ঘেৰিটা বৌদ্ধ বিহাৰ প্ৰাঙ্গণত এখনি সংবাদমেল আয়োজন কৰা হয়। টিৰাপ স্বায়ত্ত শাসিত জিলা...

Read moreDetails

সাংবাদিক ৰাজীৱ শৰ্মাৰ জামিন মঞ্জুৰ কৰিলে আদালতে

ধুবুৰীৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতে শুকুৰবাৰে এটা বৈদ্যুতিন মাধ্যমৰ স্থানীয় সাংবাদিক ৰাজীৱ শৰ্মাৰ সম্পূৰ্ণ জামিন মঞ্জুৰ কৰিছে। ইয়াৰ পূৰ্বে তেওঁক...

Read moreDetails

ক’ভিড-১৯: অসমত ১৮৬২ নতুন আক্ৰান্ত, ১২৭৭ চিকিৎসালয়ৰ পৰা মুকলি

১৮৬২গৰাকী ব্যক্তি অসমত শুকুৰবাৰে ক’ভিড পজিটিভ চিনাক্ত হোৱাৰ বিপৰীতে আৰোগ্য হৈ চিকিৎসালয়ৰ পৰা মুকলি হৈছে ১২৭৭গৰাকী। টেষ্টৰ তুলনাত অসমত ক’ভিড...

Read moreDetails
Page 3142 of 5987 1 … 3,141 3,142 3,143 … 5,987

Stay Connected

Recent News