DMCA.com Protection Status

দুবছৰলৈ নিষিদ্ধ বিশ্বৰ এক নম্বৰ অল ৰাউণ্ডাৰ চাকিব আল হাছান

আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদ চমুকৈ আই চি চিয়ে দুবছৰৰ বাবে নিষিদ্ধ কৰিলে বাংলাদেশ ক্ৰিকেট দলৰ এদিনীয়া আৰু টি-২০ৰ অধিনায়ক চাকিব আল...

Read more

শিশু শিক্ষা সমিতিৰ সদৌ অসম কুইজত নলবাৰীৰ মৃণাল লস্কৰ আৰু প্ৰজ্ঞাদীপ শ্ৰেষ্ঠ

শিশু শিক্ষা সমিতি অসমৰ উদ্যোগত আজি অনুষ্ঠিত সদৌ অসম ভিত্তিক কুইজ প্ৰতিযোগিতাত শংকৰদেৱ বিদ্যা নিকেতন, বৰভাগ, নলবাৰীৰ মৃণাল লস্কৰ আৰু...

Read more

কাকপথাৰত সংঘটিত শোকাৱহ পথ দুৰ্ঘটনাত থিতাতে নিহত বাইক আৰোহী

তিনিচুকীয়া জিলাৰ কাকপথাৰ আৰক্ষী থানাৰ অন্তৰ্গত  সোনজানৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত মঙলবাৰে সংঘটিত শোকাৱহ পথ দুৰ্ঘটনাত ৰাজীৱ ৰাজকোৱঁৰ (৩৫) নামৰ...

Read more

মাৰ্ঘেৰিটাত অনুমতিবিহীন কয়লা খনিত বন বিভাগৰ অভিযান; জব্দ ৪ হাজাৰ টন কয়লা

বনবিভাগৰ আপত্তিবিহীন প্ৰমানপত্ৰ নোলোৱাকৈ কয়লা খনন কৰি থকাৰ অভিযোগত বনবিভাগে উত্তৰ-পূব কয়লা ক্ষেত্ৰ মাৰ্ঘেৰিটাৰ অন্তৰ্গত টিকক অ চি পিত অতৰ্কিতে...

Read more

লেখাপানী আৰক্ষীক মেনেজ কৰি দীপাৱলীত লাখ লাখ টকাৰ মুকলি জুৱা

পোহৰৰ উৎসৱ দীপাৱলী যেণ পৰিণত হৈছে জুৱাৰ উৎসৱলৈ। তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা মহকুমাৰ অন্তৰ্গত লেখাপানীত দীপাৱলীৰ নিশাৰ পৰা আজি পুৱতি নিশালৈ...

Read more

ব্ৰহ্মপুত্ৰত পুনৰ অঘটন! ফেৰিৰ পৰা নদীৰ বুকুলৈ জাঁপ যুৱকৰ; ভিক্ষাৰীক দি গ’ল অন্তিমটো দান

গুৱাহাটীৰ পৰা উত্তৰ পাৰৰ ৰজা দুৱাৰ ঘাটলৈ যোৱা আৰ পি এল বুঢ়াদিয়া নামৰ ফেৰিখনৰ পৰা ব্ৰহ্মপুত্ৰৰ বুকুত হঠাতে এজন যাত্ৰীয়ে জঁপিয়াই...

Read more

ৰাজ্য চৰকাৰৰ জনসংখ্যা নীতিৰ সৈতে একমত আমছু; ধৰ্মৰ নামত ৰাজনীতিৰে সহজ সৰল লোকক বিপথে পৰিচালনা নকৰিবলৈ সকিয়নী

‘‘ৰাজ্য চৰকাৰৰ জনসংখ্যা নীতিৰ সৈতে আমছু একমত,’’ মঙলবাৰে গুৱাহাটীৰ দিছপুৰস্থিত ৰাজ্যিক কাৰ্য্যালয়ত এখন সংবাদমেলত আমছুৰ উপদেষ্টা আজিজুৰ ৰহমানে এনেদৰে মত...

Read more

লাওখোৱাৰ শালপাৰাত বিদ্যুতস্পৃষ্ট হৈ বনৰীয়া হাতীৰ মৃত্যু

হাতী-মানুহৰ সংঘাত অব্যাহত থকাৰ সময়তে নগাঁও জিলাৰ চামগুৰি সমষ্টিৰ অন্তৰ্গত লাওখোৱাৰ শালপাৰা অঞ্চলত মঙলবাৰে পুৱা এটা বনৰীয়া হাতীৰ মৃতদেহ উদ্ধাৰ...

Read more

মধ্যাহ্ন ভোজন কৰ্মীৰ কাম কাঢ়ি নি বেচৰকাৰী সংস্থাক দিয়াৰ সিদ্ধান্তৰ বিৰুদ্ধে শিলচৰত প্ৰতিবাদ

মধ্যাহ্ন ভোজন কৰ্মীসকলৰ হাতৰ পৰা নি ৰাজ্যৰ চৰকাৰী বিদ্যালয়বোৰত মধ্যাহ্ন ভোজন যোগানৰ দায়িত্ব বেচৰকাৰী সংস্থাক ঠিকা দিবলৈ ওলোৱা চৰকাৰৰ সিদ্ধান্তৰ...

Read more

বোকাখাতত ধনশিৰি নদীৰ বুকুত নাও দুৰ্ঘটনা; সন্ধানহীন এগৰাকী মহিলা

বোকাখাত মহকুমাৰ কুৰুৱাবাহী অঞ্চলৰ ভাটী শিঙাদৰীয়া গাঁৱৰ ধনশিৰি নদীত মঙলবাৰে সংঘটিত হোৱা নাও দুৰ্ঘটনাত নিৰু দাস নামৰ এগৰাকী মহিলা নিৰুদ্দেশ...

Read more
Page 3153 of 5158 1 3,152 3,153 3,154 5,158

Recent News