দেশত সংহাৰী ৰূপ ধাৰণ কৰিছে কোভিড১৯-এ। আক্ৰান্তৰ লগতে দেশত কোভিড১৯ৰ আক্ৰান্তৰ চিকিৎসাত নিয়োজিত সন্মুখ যোদ্ধা তথা চিকিৎসক আৰু অন্যান্য চিকিৎসাকৰ্মীয়ো...
Read moreDetailsৰাজ্যত পুনৰ ১০৮৮ গৰাকী কোভিড১৯ পজিটিভ চিনাক্ত কৰা হৈছে। ইয়াৰ ৬৪৯ গৰাকীয়েই গুৱাহাটীৰ মহানগৰীৰ। এক টুইটৰ যোগে ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী...
Read moreDetailsক’ৰ’নাতংকৰ মাজতে পুনৰ জনগণৰ মূৰত প্ৰচণ্ড মাৰ শোধাবলৈ লৈছে চৰকাৰে। এইবাৰ হেণ্ড চেনিটাইজাৰত চৰকাৰে লগাব ১৮ শতাংশ জি এছ টি।...
Read moreDetails৭১৫গৰাকী ব্যক্তিয়ে অসমত বুধবাৰে ক’ভিড-১৯ৰ পৰা আৰোগ্য লাভ কৰাৰ বিপৰীতে দুজনে প্ৰাণ হেৰুৱাইছে। আৰোগ্য লাভ কৰা সকলোকে চিকিৎসালয়ৰ পৰা যাবলৈ...
Read moreDetailsযোৰহাট জিলা প্ৰশাসনে ক’ভিড-১৯ৰ ব্যাপক সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি সদৰ চহৰ আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বৃহস্পতিবাৰৰ পৰা অনিৰ্দিষ্টকালীন লকডাউন ঘোষণা...
Read moreDetailsবজালী আৰু নামনিৰ কেইবাখনো জিলাত বানপানী প্ৰাকৃতিক কাৰণত হোৱা নাই৷ ইয়াৰ প্ৰধান কাৰণ হ'ল ভুটানৰ কুৰিশ্বু নদীবান্ধ প্ৰকল্প৷ এই মন্তব্য অসম...
Read moreDetailsকৰ'নাৰ সৈতে মোকাবিলা কৰাত ৰাজ্য চৰকাৰ চূড়ান্তভাৱে ব্যৰ্থ হৈছে, অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই বুধবাৰে কয়। “কোভিড১৯ নিয়ন্ত্ৰণ কৰা, এই পৰিস্থিতি...
Read moreDetailsদুটা দিনৰ শ্বাসৰুদ্ধকাৰী পৰিবেশৰ শেষত আজি কাজিৰঙাৰ বাগৰি বনাঞ্চলৰ সমীপৰ বাঘমাৰী অঞ্চলৰ প্ৰবীণ বৰা নামৰ লোক জনৰ বাসগৃহত আশ্ৰয় লোৱা...
Read moreDetailsএজন কাকো খাটিৰ নকৰা ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া। নাম তেওঁৰ অশোক লাভাছা। বিগত লোক সভাৰ নিৰ্বাচনৰ সময়ত বৰ্তমানৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ...
Read moreDetailsকোভিড্-১৯ মহামাৰী সংক্ৰমণৰ ফলত দেশজুৰি চলি থকা লকডাউন প্ৰভাৱে অৰ্থনৈতিক আৰু সামাজিক ভাৱে সৰ্বসাধাৰণ ৰাইজক চৰম বিপৰ্যয়ৰ দিশে গতি কৰোৱাৰ...
Read moreDetailsGet the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd