কাশ্মীৰত পাক সেনাৰ গুলীত নিহত ভাৰতীয় জোৱান

  লাডাখত চীন-ভাৰতৰ সেনাৰ মাজত উত্তেজনা অব্যাহত থকাৰ সময়তে শুকুৰবাৰে কাহিলী পুৱাতে পাক সেনাৰ আক্ৰমণত নিহত হয় ভাৰতীয় সেনাৰ এজন...

Read moreDetails

আজৱ কাণ্ড: সৎকাৰ কৰাৰ তিনিদিন পাছত ‘জী’ উঠিল কৰ’নাত মৃত ব্যক্তি!

সৎকাৰ কৰাৰ তিনিদিন পাছত ‘জী’ উঠিল এগৰাকী কৰ’নাত আক্ৰান্ত হৈ মৃত্যু হোৱা ব্যক্তি। স্বাভাৱিকতে এনে ঘটনাত স্তম্ভিত হৈ পৰে পৰিয়ালৰ...

Read moreDetails

ক’ভিড-১৯ৰ বাবে ২০২১ৰ জুনলৈকে পিছুৱাই দিয়া হ’ল এছিয়া কাপ

ক’ৰ’নাৰ আতংকৰ প্ৰতি লক্ষ্য ৰাখি চলিত বছৰৰ ছেপ্তেম্বৰত অনুষ্ঠিত হ’ব লগীয়া এছিয়া কাপ অহা বছৰৰ জুনলৈকে পিছুৱাই দিয়াৰ সিদ্ধান্ত গ্ৰহণ...

Read moreDetails

আঁতৰা নাই লাডাখ সংকটঃ অহা সপ্তাহত চীনৰ সৈতে পুনৰ আলোচনাত বহিব ভাৰত

পূৱ লাডাখত চীনৰ সেনাই আক্ৰমণ চলাই ২০ জনকৈ ভাৰতীয় সেনাৰ প্ৰাণ কাঢ়ি নিয়া ঘটনাৰ উত্তেজনা এতিয়াও মাৰ যোৱা নাই। চীনা...

Read moreDetails

আটাছুৰ প্ৰাক্তন মুখ্য উপদেষ্টা, ৰাজ্যিক বিজেপিৰ কাৰ্যনিৰ্বাহক সদস্য অশ্বিনী চেতিয়াৰ অকাল মৃত্যু

ৰাজ্যৰ এগৰাকী সম্ভাৱনাপূৰ্ণ যুৱ নেতা অশ্বিনী চেতিয়াৰ যোৱা নিশা গুৱাহাটীৰ এখন ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত অকাল মৃত্যু ঘটে। দীৰ্ঘদিন ধৰি দুৰাৰোগ্য...

Read moreDetails

আৰক্ষীৰ লোকক গুলীয়াই হত্যা কৰা বিকাশ ডুবেৰ মৃত্যু ঘটিল এনকাউণ্টাৰত

উত্তৰ প্রদেশৰ কানপুৰত আৰক্ষীৰ আঠজন লোকক গুলীয়াই হত্যা কৰাৰ গোচৰত অভিযুক্ত কুখ্যাত অপৰাধী বিকাশ ডুবেৰ এনকাউণ্টাৰত মৃত্যু হয়। উত্তৰ প্ৰদেশৰ...

Read moreDetails

কাৰ্যালয়ৰ মহিলা কৰ্মচাৰীক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগত গ্ৰেপ্তাৰ আয়ুসৰ সঞ্চালক

উৰিষ্যাৰ ৰাষ্ট্ৰীয় আয়ুস অভিযানৰ সঞ্চালক বিভূ প্ৰসাদ সাৰংগিক ভূৱনেশ্বৰত থকা তেওঁৰ কাৰ্যালয়ৰ এগৰাকী মহিলা কৰ্মচাৰীক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগত বৃহস্পতিবাৰে...

Read moreDetails

জে ই ই, নীটৰো পাঠ্যক্ৰম হ্ৰাসৰ সম্ভাৱনা ব্যক্ত কৰিলে কৰ্তৃপক্ষই

  ক’ৰ’ণাতংকৰ বাবেই চি বি এছ ইৰ ৩০ শতাংশ পাঠ্যক্ৰম হ্ৰাস কৰাৰ পিছত এইবাৰ অভিযান্ত্ৰিক শাখাত অধ্যয়ন কৰিব বিচৰা ছাত্ৰ-ছাত্ৰী...

Read moreDetails

অখিল গগৈক সোণোৱাল চৰকাৰে হত্যা কৰিব বিচাৰিছে নেকি?-শৃংখল চলিহা

অখিল গগৈক সৰ্বানন্দ সোনোৱাল চৰকাৰে হত্যা কৰিব বিচাৰিছে নেকি? এই প্ৰশ্ন বীৰ লাচিত সেনাৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক শৃংখল চলিহাৰ। বৃহস্পতিবাৰে শিৱসাগৰত...

Read moreDetails

ৰাজ্যত নতুনকৈ ৫৬৮গৰাকী কোভিড-১৯পজিটিভ; গুৱাহাটীত আক্ৰান্ত ৩৫৫গৰাকী

ৰাজ্যখনত বৃহস্পতিবাৰে নতুনকৈ ৫৬৮গৰাকী লোকৰ দেহত কোভিড-১৯পজিটিভ পোৱা গৈছে। ইয়াৰ ভিতৰত অকল গুৱাহাটীতে ৩৫৫গৰাকী লোক আক্ৰান্ত হৈছে। ৰাজ্যখনত মুঠ কোভিড-১৯...

Read moreDetails
Page 3220 of 5986 1 … 3,219 3,220 3,221 … 5,986

Stay Connected

Recent News