উচ্চতৰ মাধ্যমিকৰ ফলাফল : কলাত ষষ্ঠ স্থানেৰে বোকাখাতলৈ গৌৰৱ কঢ়িয়াইছে ভাৰ্গৱ ফুকনে

আজি ঘোষণা কৰা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফলত কলা শাখাত ভাৰ্গৱ ফুকনে ৰাজ্যৰ ভিতৰত ষষ্ঠ স্থান লাভ কৰি বোকাখাতলৈ গৌৰৱ...

Read moreDetails

উচ্চতৰ মাধ্যমিকৰ ফলাফল: কলাত দৰং, বিজ্ঞানত শিৱসাগৰ আৰু বাণিজ্যৰ শীৰ্ষত একেলগে চিৰাং,মাজুলী, পশ্চিম কাৰ্বি আংলং জিলা

আজি ঘোষণা কৰা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফলত বিভিন্ন শাখাত পাঁচখন জিলাই শীৰ্ষস্থান দখল কৰিছে। কলা শাখাৰ ফলাফলত দৰং জিলাই...

Read moreDetails

উচ্চতৰ মাধ্যমিকৰ বিজ্ঞান শাখাৰ শীৰ্ষ ১০ত মুঠ ২৫ গৰাকী ছাত্ৰ-ছাত্ৰী; চাওক তালিকা

আজি ঘোষণা কৰা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফলত বিজ্ঞান শাখাৰ শীর্ষ ১০ টা স্থানত আছে মুঠ ২৫ জন মেধাৱী শিক্ষাৰ্থী।...

Read moreDetails

উচ্চতৰ মাধ্যমিকৰ বাণিজ্য শাখাৰ শীৰ্ষ ১০ত মুঠ ২৪ গৰাকী ছাত্ৰ-ছাত্ৰী; সম্পূৰ্ণ তালিকা

আজি ঘোষণা কৰা উচ্চতৰ মাধ্যমিকৰ বাণিজ্য শাখাত ৰাজ্যৰ ভিতৰত মুঠ ২৪ জন শিক্ষাৰ্থীয়ে শীর্ষ দহটা স্থানৰ ভিতৰত স্থান লাভ কৰিছে।...

Read moreDetails

উচ্চতৰ মাধ্যমিকৰ কলা শাখাৰ শীর্ষ ১০’ত আছে মুঠ ৪৪ গৰাকী ছাত্ৰ-ছাত্ৰী; চাওক তালিকা

উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ কলা শাখাত ৰাজ্যৰ ভিতৰত প্ৰথম স্থানত আছে দুগৰাকী মেধাৱী ছাত্ৰী। পূবালী ডেকা পাথৰিঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয়...

Read moreDetails

উচ্চতৰ মাধমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণা: বিজ্ঞানত অবিনাশ কলিতা, কলাত পূবালী ডেকা, শ্ৰদ্ধা বৰগোহাঁই আৰু বাণিজ্যত কৃষ্ণা মাহেশ্বৰীৰ শীৰ্ষ স্থান

আজি অসম উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হৈছে। পৰীক্ষাৰ ফলাফল অনুসৰি, কলা শাখাৰ শীৰ্ষত দুজনে স্থান লাভ কৰিছে।...

Read moreDetails

ভাৰতত যোৱা ২৪ ঘণ্টাত ক’ৰ’নাত আক্ৰান্তৰ সংখ্যাই গঢ়িলে নতুন ৰেকৰ্ড

দেশত যোৱা কিছু দিনৰ পৰা সাংঘাটিকভাৱে বৃদ্ধি পাবলৈ ধৰিছে ক’ৰ’নাৰ সংক্ৰমণ। ২৪ ঘণ্টাৰ অন্তৰালত স্বাস্থ্য মন্ত্ৰ্যালয়ে জাৰি কৰি থকা তথ্যই...

Read moreDetails

শিৱসাগৰ নগৰৰ এটা অঞ্চল ৫ দিনে ডুব গৈ আছে দিখৌ নদীৰ পানীত; কাণসাৰ নাই প্ৰশাসনৰ

শিৱসাগৰ নগৰৰ এটা অঞ্চল বিগত ৫দিন ধৰি দিখৌ নদীৰ পানীত ডুব গৈ আছে। কিন্তু এই বিষয়ত চৰকাৰ তথা পৌৰ বিভাগে...

Read moreDetails

কেনেকৈ মৃত্যু হৈছিল সুশান্ত সিং ৰাজপুতৰ? ওলাল মৰণোত্তৰ পৰীক্ষাৰ ফাইনেল ৰিপ’ৰ্ট

অভিনেতা সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ পাছত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিয়েই ইয়াক আত্মহত্যাৰ ঘটনা বুলি কৈছিল। ইয়াৰ পাছত প্ৰাথমিক মৰণোত্তৰ পৰীক্ষাতো...

Read moreDetails

মণিপুৰত সুৰক্ষিত বিজেপিৰ চৰকাৰ

এন পি পিৰ সমৰ্থনেৰে মণিপুৰত সুৰক্ষিত হৈছে এন বীৰেন সিং নেতৃত্বাধীন বিজেপি চৰকাৰ। কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ, বিজেপিৰ ৰাষ্ট্ৰীয়...

Read moreDetails
Page 3279 of 5986 1 … 3,278 3,279 3,280 … 5,986

Stay Connected

Recent News