জাফ্ৰাবাদ হিংসা: দেৱাংগনা কলিতাসহ ১২গৰাকীৰ বিৰুদ্ধে চাৰ্জশ্বীট দাখিল দিল্লী আৰক্ষীৰ

দিল্লী আৰক্ষীয়ে কা-বিৰোধী হিংসাত্মক প্ৰতিবাদত জৰিত থকাৰ অভিযোগত অসমৰ দেৱাংগনা কলিতাসহ ১২গৰাকী লোকৰ বিৰুদ্ধে মঙলবাৰে অভিযোগনামা দাখিল কৰিছে। হিংসাত্মক ঘটনাত...

Read moreDetails

ৰাজ্যত দ্ৰুতগতিত বৃদ্ধি পাইছে ক’ৰ’ণা আক্ৰান্তৰ সংখ্যা, তাৰ মাজতে এক সু-খবৰ

ৰাজ্যত অপ্ৰতিৰোধ্য ক'ৰ'ণাৰ সংক্ৰমণ। কিন্তু তাৰ মাজতে মঙলবাৰৰ দিনটোতো আহিছে পুনৰ এক ভাল খবৰ। মঙলবাৰৰ দিনটোত বৰ্তমানলৈকে ৫১গৰাকী ব্যক্তি ৰাজ্যত...

Read moreDetails

একাংশ সমাজ সচেতন ব্যক্তিৰ প্ৰচেষ্টাত নতুন জীৱন লাভ কৰিলে শিৱসাগৰৰ ভবেন গগৈয়ে

মানুহে মানুহৰ বাবে। বৰ্তমানৰ ব্যস্ততাপূৰ্ণ তথা যান্ত্ৰিকতা যুগত আজিও হেৰাই যোৱা নাই মানৱতা। আজিৰ আমাৰ সমাজত জীয়াই আছে একাংশ মানৱ...

Read moreDetails

“শিৱসাগৰ জিলা গাহৰি পালক সন্থা” গঠন

আফ্ৰিকান ছোৱাইন ফিভাৰৰ সংহাৰৰ মাজতে শিৱসাগৰৰ গাহৰিপালকসকলে মঙলবাৰে "শিৱসাগৰ জিলা গাহৰি পালক সন্থা" গঠন কৰিছে। শিৱসাগৰ জিলা পশু চিকিৎসালয় পেক্ষাগৃহত সমগ্ৰ...

Read moreDetails

এইবাৰ সাংসদে নহয়, বিজেপি বাৰ্তাই মুখ্যমন্ত্ৰী সজালে স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক

সৰু ল’ৰা-ছোৱালীৰ পৰা আৰম্ভ কৰি বয়োজ্যেষ্ঠলৈকে যদি প্ৰশ্ন কৰা হয় অসমৰ মুখ্যমন্ত্ৰী কোন? তেন্তে পোনপটীয়াকৈ তপৰাই উত্তৰ দিব সৰ্বানন্দ সোণোৱাল।...

Read moreDetails

জৈৱ বৈচিত্ৰ্যৰ প্ৰতি ভাবুকিৰে কয়লা খনন হ’বলৈ দিয়া নহ’ব; বিজেপি চৰকাৰক তীব্ৰ সমালোচনা ৰকিবুল হুছেইনৰ

শালেকী প্ৰস্তাৱিত সংৰক্ষিত বনাঞ্চলত কয়লাৰ মুক্ত খননৰ অনুমতি দিয়াক কেন্দ্ৰ কৰি বিভিন্ন দল সংগঠন সৰৱ হৈ উঠিছে। আজি লিডুৰ শালেকী...

Read moreDetails

অট্টালিকা নিৰ্মাণৰ অনুমতি শীঘ্ৰে লাভ কৰাটো সুনিশ্চিত কৰাৰ বাবে মুখ্যমন্ত্ৰীৰ নিৰ্দেশ

গুৱাহাটী মহানগৰীৰ জলাশয়সমূহ সংৰক্ষণ কৰি সৌন্দৰ্যবৰ্দ্ধনৰ বাবে যথোপযুক্ত পদক্ষেপ গ্ৰহণ কৰিবলৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি গুৱাহাটী পৌৰ নিগমক নিৰ্দেশ দিয়ে।...

Read moreDetails

হাজো হয়গ্ৰীৱ মাধৱ মন্দিৰৰ পুখুৰীৰ মাছৰ অস্বাভাৱিক মৃত্যু হোৱা ঘটনাৰ পৰ্যালোচনা মুখ্য মন্ত্ৰী সোণোৱালৰ

হাজোৰ হয়গ্ৰীৱ মাধৱ মন্দিৰৰ পুখুৰীত থকা মাছ অস্বাভাৱিকভাৱে মৃত্যু হোৱা বিষয়টো পৰ্যালোচনা কৰাৰ বাবে আজি মুখ্য মন্ত্ৰীৰ চৰকাৰী আৱাসগৃহৰ সভাকক্ষত...

Read moreDetails

দিল্লীৰ উপ ৰাজ্যপাল অনিল বাইজালৰ কাৰ্যালয়ৰ ১৩ গৰাকী লোক কোভিড১৯ত আক্ৰান্ত

দিল্লীৰ উপ ৰাজ্যপাল অনিল বাইজালৰ কাৰ্যালয়ৰ ১৩ গৰাকীকৈ লোকৰ শৰীৰত ধৰা পৰিছে কোভিড১৯ পজিটিভ। মঙলবাৰে উপ ৰাজ্যপালৰ কাৰ্যালয়ৰ এক সূত্ৰই...

Read moreDetails

দেৱাশিষ গগৈ গণ হত্যাৰ লগত জড়িত  মুঠ ১১ জন  অভিযুক্তক গ্ৰেপ্তাৰ

যোৰহাট জিলাৰ মৰিয়নীৰ গাভৰু চাহ বাগিচাত গণ হত্যাৰ বলি হোৱা দেৱাশিষ গগৈ হত্যাৰ লগত জড়িত  মুঠ ১১ জন  অভিযুক্তক বৰ্তমানলৈকে...

Read moreDetails
Page 3357 of 5985 1 … 3,356 3,357 3,358 … 5,985

Stay Connected

Recent News