চাকৰিৰ পৰা নিলম্বিত হ'ল হাৰাঙ্গাজাও আৰক্ষী থানাৰ তেতিয়াৰ অ'চি উপ-পৰিদৰ্শক অংশু ৰাজকুমাৰ। যোৱা কালি ডিমা হাছাও জিলাৰ নতুন কৈ অহা...
Read moreDetailsল’কডাউনৰ সময়ত বিভিন্ন ঠাইত আৱদ্ধ লোক সকল নিজ ৰাজ্যলৈ উভতি অহাৰ সময়তে চৰকাৰ তথা প্ৰশাসনে ব্যৱস্থা কৰা কোৱাৰেণ্টাইন কেন্দ্ৰৰ আসন...
Read moreDetailsবিশ্বজুৰি মহামাৰী ক’ৰ’না ভাইৰাছে ভয়াৱহ ৰূপ ধাৰণ কৰাৰ সময়তে আজি ভাৰতত পালন কৰা হৈছে পবিত্ৰ ঈদ ঊল ফিটৰ। ভাৰতৰ অন্য প্ৰান্তৰ...
Read moreDetailsহাজোৰ পাচলি ব্যৱসায়ী সনাতন ডেকাৰ হত্যাকাণ্ডৰ ন্যায় বিচাৰি অভিনৱ পদ্ধতিৰে প্ৰতিবাদ কৰিছে এটি মুছলমান পৰিয়ালে। আজি পবিত্ৰ ঈদৰ দিনটোত হাতত...
Read moreDetailsঅসমত পুনৰ ৩৯ গৰাকী ব্যক্তিৰ দেহত ক’ভিড-১৯ পজিটিভ চিনাক্ত হৈছে, ইয়াৰ সৈতে ৰাজ্যত বৰ্তমানলৈকে আক্ৰান্ত ৰোগীৰ সংখ্যা ৪৬৬ জনলৈ বৃদ্ধি...
Read moreDetailsবিজ্ঞানীয়ে দাবী কৰিছে যে কৰ’না ভাইৰাছ আক্ৰান্ত ৰোগীয়ে ১১দিনৰ পাছত সংক্ৰমণ বিয়পাব নোৱাৰে। nypost.comৰ প্ৰতিবেদন অনুসৰি, ছিংগাপুৰ নেশ্যনেল চেন্টাৰ ফৰ...
Read moreDetailsৰাজ্য জোকাৰি যোৱা হাজোৰ সনাতন ডেকাৰ হত্যাকাণ্ডৰ দুই মূল অভিযুক্তক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। ভাৰতীয় দণ্ডবিধিৰ ১২০(বি)/৩০২ ধাৰাৰ অধীনত...
Read moreDetailsদুমাহ ধৰি বন্ধ হৈ থকাৰ পাছত সোমবাৰৰ পৰা ঘৰুৱা বিমান সেৱা আৰম্ভ হৈছে। বিমানৰ ভাড়া কেন্দ্ৰীয় চৰকাৰে ইয়াৰ যাত্ৰাৰ সময়ৰ...
Read moreDetailsঅসমত আজি ৩৫ গৰাকী ব্যক্তিৰ দেহত ক’ভিড-১৯ পজিটিভ চিনাক্ত হৈছে, ইয়াৰ সৈতে ৰাজ্যত বৰ্তমানলৈকে আক্ৰান্ত ৰোগীৰ সংখ্যা ৪২৭ জনলৈ বৃদ্ধি...
Read moreDetailsউত্তৰ কোৰিয়াৰ একনায়কত্ববাদী শাসক কিম জং উনক প্ৰায় কুৰি দিনৰ পাছত পুনৰ ৰাজহুৱা স্থানত দেখা গৈছে। উত্তৰ কোৰিয়াৰ ৰাষ্ট্ৰপতিগৰাকী দেশৰ...
Read moreDetailsGet the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd