আজি হঠাৎ নগাঁও লোকসভা সমষ্টিৰ অন্তৰ্গত নগাঁও টাউনত ‘প্ৰদ্যুত বৰদলৈ নিৰুদ্দেশ’ শীৰ্ষক পোষ্টাৰ নিশাটোৰ ভিতৰতে কোনো অজ্ঞাত লোকে আঁৰি থৈ...
Read moreDetailsআৰু দুগৰাকী লোক দেওবাৰে অসমত ক’ভিড-১৯ পজিটিভ চিনাক্ত হৈছে আৰু ৰাজ্যত মুঠ আক্ৰান্ত ৩৫২লৈ বৃদ্ধি পাইছে। আক্ৰান্ত লোক দুজন সৰুসজাই...
Read moreDetailsশিৱসাগৰত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল; অসমৰ বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়ামৰ প্ৰতিগৰাকী ব্যক্তি নিৰোগী হৈ থাকিবলৈ চৰকাৰে বান্ধি দিয়া নীতি নিয়ম মানি...
Read moreDetailsমুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ঈদ-উল-ফিতৰ উপলক্ষে ৰাজ্যৰ ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ লগতে সমূহ অসমবাসীলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছে। এক বিবৃতিৰ জৰিয়তে...
Read moreDetailsনৰ্থ ইষ্ট ইলেক্ট্ৰিকেল পাৱাৰ ক’ৰ্পৰেশ্যন( NEEPCO)ৰ ৰঙানদীৰ বান্ধৰ পানী এৰি দিয়াৰ ফলত আজিও অপৰিৱৰ্তিত হৈ আছে লখিমপুৰৰ বান পৰিস্থিতি। হাইড্ৰ...
Read moreDetailsহাফলঙৰ ছনটিলাৰ জে এন ভি কেম্পাছ, চহৰ জয়শ্ৰী আৰু হোটেল হাফলং কনটেইনমেন্ট জ’ন হিচাপে ঘোষণা কৰিছে ডিমা হাচাও জিলা প্রশাসনে।...
Read moreDetailsক’ৰ’না মহামাৰীৰ পৰিপ্ৰেক্ষিতত আকস্মিকভাৱে ঘোষণা কৰা ল’কাডাউনে সৃষ্টি কৰা অভূতপূৰ্ব পৰিস্থিতিয়ে হঠাতে প্ৰব্ৰজিত শ্ৰমিকৰ প্ৰসংগ আমাৰ সমুখলৈ লৈ আনিছে। তেওঁলোকৰ...
Read moreDetailsসামুদ্ৰিক ধুমুহা আম্ফানৰ প্ৰভাৱ অসম আৰু মেঘালয়ত বিশেষভাৱে নপৰিলেও অৱশ্যে উত্তৰ পূৱৰ ৰাজ্যসমূহত সঘনাই হৈ থকা বৃষ্টিপাতৰ ফলত বিচ্ছিন্নভাৱে কিছু...
Read moreDetailsনাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলনত জড়িত থকাৰ অভিযোগত দিল্লী আৰক্ষীয়ে শনিবাৰে (২৩ মে’) জৱাহাৰলাল নেহৰু বিশ্ববিদ্যালয়ত অধ্যয়নৰত অসমৰ এগৰকী ছাত্ৰীক...
Read moreDetailsচৌদিশে কৰ’না ভাইৰাছ মহামাৰীয়ে আতংকৰ পৰিৱেশ সৃষ্টি কৰিছে। লকডাউনৰ ফলত মানুহে ঘৰত সোমাই থাকিয়েই বিশ্বৰ বিভিন্ন ঘটনাৰ খৱৰ লোৱাৰ লগতে...
Read moreDetailsGet the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd