‘শ্ৰমিকসকলক কংগ্ৰেছে উচটনি দিছে, চৰকাৰে এটা ছিষ্টেমত কাম কৰি আছে’ : ৰাঃ বিজেপিৰ সভাপতি ৰণজিৎ দাস

'কালি আমাৰ ৰাষ্ট্রীয় সভাপতি জে পি নড্ডাৰ লগত ক'ৰ কমিটিৰ ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে বাৰ্তালাপ হৈছিল৷ ক'ৰ'নাৰ বাবে চৰকাৰে লোৱা পদক্ষেপক...

Read moreDetails

বিয়াৰ বাবে জমা কৰি ৰখা ২লাখ টকাৰে প্ৰব্ৰজিত শ্ৰমিকক খাদ্য খুৱাইছে এগৰাকী অটো চালকে

কৰ’না ভাইৰাছৰ এই সংকটকালত মানৱতাৰ এক উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিছে মহাৰাষ্ট্ৰৰ পুনেৰ এগৰাকী ৩০ বছৰীয়া অটোচালকে। নিজৰ বিয়াৰ বাবে অটোচালকগৰাকীয়ে...

Read moreDetails

JMCHৰ ফ’ৰ্মৰ সৈতে মৰিয়নীত দুটিকৈ নবজাতকৰ মৃতদেহ উদ্ধাৰ

যোৰহাট জিলাৰ মৰিয়নীত আজি দুটিকৈ নবজাতক শিশুৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই সমগ্ৰ অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে। মৰিয়নী নগৰৰ ১নং ৱাৰ্ডৰ...

Read moreDetails

অসমত তিনিজনলৈ বৃদ্ধি কোভিড-১৯ত মৃত্যু হোৱা লোকৰ সংখ্যা

কোভিড-১৯ আক্ৰান্তত মৃত্যু হোৱা লোকৰ সংখ্যা তিনিজনলৈ বৃদ্ধি পালে। আজি দিনৰ ১১.০৫ বজাত GMCH-ত চিকিৎসাধীন হৈ থকা অৱস্থাতে উক্ত লোকজনৰ...

Read moreDetails

চীনৰ পৰা সামৰিলে ব্যৱসায়; ভাৰতত ৮০০ কোটি টকাৰ বিনিয়োগ কৰিব LAVAই

চীনক বিদায় জনাই ভাৰতত নতুন কৰি ব্যৱসায় আৰম্ভ কৰাৰ বাবে সাজু হৈছে  LAVA ইন্টাৰনেশ্যনেলে। কোম্পানীটোৱে মোবাইল তৈয়াৰ কৰা আৰু ইয়াৰ...

Read moreDetails

ৰাজ্যত পুনৰ দুজন ক’ভিড-১৯ পজিটিভ; ১০২লৈ বৃদ্ধি পালে আক্ৰান্ত সংখ্যা

অসমত আজি পুনৰ দুজন ব্যক্তিৰ দেহত ক’ভিড-১৯ পজিটিভ ধৰা পৰিছে। ব্যক্তি দুজনৰ এজন যোৰহাটৰ আৰু আনজনৰ ঘৰ নগাঁৱত। টুইটাৰ যোগে...

Read moreDetails

তীব্ৰ গতিত অগ্ৰসৰ হৈছে ঘূৰ্ণীবতাহ ‘আমফান’; যিকোনো সময়তে বিধ্বংসী ৰূপ লোৱাৰ সম্ভাৱনা

সময়ৰ লগে লগে আৰু শক্তিশালী হৈ উঠিছে ঘূৰ্ণীবতাহ ‘আমফান’। অহা কেইঘন্টামানৰ ভিতৰতে ই ভয়ংকৰ ৰূপ ধাৰণ কৰাৰ আশংকা দেখা গৈছে।...

Read moreDetails

নগাঁৱৰ পুৰণিগুদামত মীন পালকৰ দুৰৱস্থা; পুখুৰীৰ পাৰত পেলাই দিছে শ শ মৰা মাছ

লকডাউনৰ বাবে ৰাজ্যৰ মীন পালক সকলৰ এতিয়া পানীত হাঁহ নচৰা অৱস্থা হৈছে। নগাঁও জিলাৰ পুৰণিগুদাম-চলচলিৰ এজন মীন পালকৰ বৰ্তমান হাহাকাৰ...

Read moreDetails

বাংলাদেশী চিকিৎসকে বিচাৰি পালে কৰ’না ভাইৰাছৰ দৰৱ; ৰোগী সুস্থ হৈ উঠাৰ দাবী

গোটেই বিশ্বৰে এতিয়া দৃষ্টি নিৱদ্ধ হৈ আছে কৰ’না ভাইৰাছৰ ভেকচিনৰ ওপৰত। বিভিন্ন দেশৰ গৱেষক-চিকিৎসা বিজ্ঞানীয়ে ইয়াৰ বাবে ব্যস্ত হৈ পৰিছে।...

Read moreDetails

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত ১১খন ৰাজ্যই মুকলি কৰিলে ৫০হাজাৰ কয়েদী; অসমত কিমান?

কৰ’না সংক্ৰমণৰ আশংকালৈ লক্ষ্য কৰি উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত ৰাজ্যসমূহে কাৰাগাৰসমূহত বন্দী হৈ থকা কয়েদীক মুকলি কৰি দিয়াৰ কাম আৰম্ভ কৰিছে।...

Read moreDetails
Page 3414 of 5984 1 … 3,413 3,414 3,415 … 5,984

Stay Connected

Recent News