নাওবৈচাৰ ঘটনা: ‘এনেদৰে শিলা বৰ্ষণ কৰিলে লগে লগে গুলীয়াই দিয়াৰ ব্যৱস্থা কৰক’

বৃহস্পতিবাৰে সন্ধিয়া নাওবৈচাৰ পানধোৱাৰ এক মছজিদত জুম বান্ধি নামাজ পঢ়াৰ সময়ত এনে কাম নকৰিবলৈ আহ্বান জনাবলৈ যোৱা আৰক্ষীৰ দলক শিলাবৰ্ষণ...

Read moreDetails

কোভিড-১৯ৰ লকডাউনৰ মাজতে জ্যেষ্ঠ নাগৰিকৰ বাবে গোৱালপাৰাত ব্যতিক্ৰমী প্ৰয়াস

কোভিড-১৯ৰ লকডাউনৰ মাজতে গোৱালপাৰা জিলা প্ৰশাসনে এক উদ্ভাৱনমূলক ব্যৱস্থা গ্ৰহণ কৰি জ্যেষ্ঠ নাগৰিকসকলৰ বাবে ‘মিছন গোৱালপাৰা কেয়াৰ্ছ’নামেৰে এক অভিযান আৰম্ভ...

Read moreDetails

মাইক হাছীৰ শ্ৰেষ্ঠ শত্ৰু একাদশত ভাৰতৰ তিনিগৰাকী ক্ৰিকেটাৰ

সাধাৰণতে প্ৰায়বোৰ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটাৰকে নিজৰ নিজৰ পচন্দৰ আধাৰত টেষ্ট, এদিনীয়া আৰু টি-২০ৰ সৰ্বশ্ৰেষ্ঠ একাদশ নিৰ্বাচিত কৰা দেখো। কিন্তু এই ক্ষেত্ৰত...

Read moreDetails

লকডাউন আখ্যান: ৰোগী সাজি এম্বুলেন্সত গৈ বিয়া পাতি আনিলে কইনা আৰু…

লকডাউনৰ সময়তে দেশত এনে কিছুমান আজৱ ঘটনা পোহৰলৈ আহিছে য’ত কিছু লোকে আৰক্ষীৰ চকুত ধূলি মাৰি নিজৰ ইপ্সিত কাম সমাপন...

Read moreDetails

ক’ৰ’না প্ৰতিৰোধী যুঁজত আগবঢ়োৱা ভাৰতৰ অৰিহনাক প্ৰশংসা আমেৰিকী সাংসদৰ

বিশ্বজুৰি অব্যাহত আছে ক’ৰ’না ভাইৰাছৰ সংহাৰ। ক’ৰ’নাৰ বিৰুদ্ধে যুঁজ দি থকাৰ সময়তে ভাৰত বিশ্ব নেতাৰ ৰূপত আত্মপ্ৰকাশ কৰা বুলি আমেৰিকাৰ...

Read moreDetails

কৰ’নাত আক্ৰান্ত হ’ল ৰাছিয়াৰ প্ৰধান মন্ত্ৰী মিখাইল মিছুস্তিন

ৰাছিয়াৰ প্ৰধান মন্ত্ৰী মিখাইল মিছুস্তিনৰ দেহত ধৰা পৰিছে কোভিড-১৯। বৃহস্পতিবাৰে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনৰ সৈতে এখন ভিডিঅ’ কনফাৰেন্সিৰ জৰিয়তে হোৱা...

Read moreDetails

লকডাউনৰ প্ৰভাৱ! ভাৰততেই ১৩ কোটি লোকে হেৰুৱাব পাৰে সংস্থাপন

কৰ’না ভাইৰাছে ইতিমধ্যে আতংকিত কৰি ৰাখিছে। কিন্তু গোটেই বিশ্বতে কৰ’না মহামাৰীয়ে কেবল জীৱনে কাঢ়ি নিয়াই নহয়, এতিয়া কোটি কোটি লোকক...

Read moreDetails

ৰাজ্যপালে সংবিধানৰ চৰ্ত উলংঘা কৰিছে : সাংসদ বিশ্বজিৎ দৈমাৰীৰ বিস্ফোৰণ

বিটিচিত হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন শাসকীয় পৰিষদখনৰ পাঁচ বছৰীয়া শাসনকালৰ যৱনিকাৰে বিটিচিক ৰাজ্যপালৰ শাসনৰ আওতাত নিয়াকলৈ বড়োভূমিত বিজেপিৰে মিত্ৰ দল বিপিএফ...

Read moreDetails

বাহিৰত আবদ্ধ অসমৰ লোকক ঘূৰাই অনাৰ বাবে সমিতি গঠন

লকডাউনৰ বাবে অসমৰ বাহিৰত আবদ্ধ লোকসকলক পৰ্য্যায়ক্ৰমে ৰাজ্যলৈ ঘূৰাই অনাৰ বাবে অতিৰিক্ত আৰক্ষী সঞ্চালকপ্ৰধান (আইন-শৃংখলা) জি পি সিঙৰ অধ্যক্ষতাত এখন...

Read moreDetails

শিৱসাগৰত উপায়ুক্তই মুকলি কৰিলে আত্মসহায়ক গোটৰ হস্তনিৰ্মিত এখন মাস্কৰ বিপণী

অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ অন্তৰ্গত মহিলা আত্মসহায়ক গোটৰ দ্বাৰা ক'ৰ’না ভাইৰাছ প্ৰতিৰোধৰ উদ্দেশ্যে প্ৰস্তুত কৰি উলিওৱা মাস্কৰ এখন বিপণী...

Read moreDetails
Page 3475 of 5984 1 … 3,474 3,475 3,476 … 5,984

Stay Connected

Recent News