কৰ্মচাৰীৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰলৈ কেইটামান পৰামৰ্শ সচিবালয় সেৱা সন্থাৰ

ল'কডাউন কিছু পৰিমাণে শিথিল হোৱাৰ পাছত ৰাজ্যজুৰি চৰকাৰী কাৰ্য্যালয়লৈ উভটিছে বিষয়া কৰ্মচাৰী। অসম সচিবালয়তো আজিৰে পৰা ৩৩ শতাংশ কৰ্মচাৰীৰে আৰম্ভ...

Read moreDetails

পেঙেৰীত বনৰীয়া হাতীৰ উপদ্ৰৱ; দোকান গৃহৰ লগতে বাসগৃহ লণ্ড-ভণ্ড

ক'ৰ'না ভাইৰাছ মহামাৰীৰ সংক্ৰমণ প্ৰতিৰোধ কৰিবলৈ সমগ্ৰ দেশজুৰি ল’কডাউনৰ অব্যাহত থকাৰ মাজতে বনৰীয়া হাতীয়ে পেঙেৰীত তাণ্ডৱ চলাই দুখন দোকান সহ...

Read moreDetails

ল’কডাউনৰ সময়ছোৱাত মহানগৰীৰ আৰ্তজনৰ কাষত থিয় দিলে মধ্য গুৱাহাটী ছাত্ৰ সন্থা

ল'কডাউনৰ ফলত ৰাজ্যৰ বিভিন্ন প্ৰান্তত দৰিদ্ৰ মানুহৰ অৰ্থনৈতিকভাৱে অৱস্থা বেয়া হৈছে। তেওঁ‌লোকে প্ৰয়োজনীয় খাদ্য সামগ্ৰীৰ অভাৱত পৰা পৰিলক্ষিত হৈছে। এনে...

Read moreDetails

প্ৰতি গৰাকী উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকক তিনি দিনৰ অন্তৰে অন্তৰে জিলাৰ দায়িত্বত থকা মন্ত্ৰীৰ সৈতে বৈঠকত মিলিত হোৱাৰ আহ্বান মুখ্য মন্ত্ৰী সোণোৱালৰ

লকডাউনৰ নীতি-নিয়ম পালন কৰা আৰু এই ক্ষেত্ৰত যিবোৰ শিথিলতা অনা হৈছে সেই ক্ষেত্ৰত সামাজিক দূৰত্ব বজাই ৰাখি তাক সঠিক ৰূপন...

Read moreDetails

লোকসভাৰ সচিবালয়ৰ ‘হাউছকীপাৰ’ৰ শৰীৰত ক’ৰ’না ভাইৰাছ; এঘাৰজনক কোৱাৰেন্টাইন

ৰাষ্ট্ৰপতি ভৱনৰ পিছত এইবাৰ লোকসভাৰ সচিবালয়তো ওলাল কোভিড-১৯ পজিটিভ। লোকসভাৰ সচিবালয়ৰ এজন 'হাউছকীপাৰ'ৰ শৰীৰত ধৰা পৰিছে ক’ৰ’না ভাইৰাছৰ উপস্থিতি। লোকসভাৰ...

Read moreDetails

ল’কডাউনৰ মাজতে কৰ্তব্যৰত আৰক্ষী, চিকিৎসা আৰু সংবাদকৰ্মীক তামুলপুৰত আছুৰ সম্বৰ্ধনা

ল’কডাউনৰ মাজতেই সামাজিক দূৰত্ব বজাই ৰাখি আজি তামুলপুৰত সদৌ বাকছা জিলা ছাত্র সন্থা আৰু তামুলপুৰ আঞ্চলিক ছাত্ৰ সন্থাই এক প্ৰশংসনীয়...

Read moreDetails

বৰপেটাত জলসম্পদ মন্ত্ৰী কেশৱ মহন্তৰ বৈঠক; মথাউৰি নিৰ্মাণৰ কাম-কাজৰ পৰ্যালোচনা

ল'কডাউনৰ ফলত যাতে সমাগত বাৰিষাৰ পূৰ্বে ৰাজ্যৰ ভঙা মথাউৰি সমূহৰ নিৰ্মাণৰ কাম স্তব্ধ নহয় তাৰ প্ৰতি বিশেষ গুৰুত্ব প্ৰদান কৰিছে...

Read moreDetails

শিৱসাগৰত জাপানী এনকেফেলাইটিছ, মেলেৰিয়া প্ৰতিৰোধমূলক টাস্ক ফ’ৰ্চৰ বৈঠক

শিৱসাগৰত ক’ভিড-১৯ৰ সমান্তৰালকৈ জাপানী এনকেফেলাইটিছ আৰু মেলেৰিয়া ৰোগ প্ৰতিৰোধৰ বাবেও জিলা প্ৰশাসনে স্বাস্থ্য বিভাগৰ জৰিয়তে আগতীয়া প্ৰস্তুতি আৰম্ভ কৰিছে। বাৰিষাৰ...

Read moreDetails

ৰাজ্যৰ শেহতীয়া পৰিস্থিতি সন্দৰ্ভত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ গুৰুত্বপূৰ্ণ বৈঠক; কামৰূপ মেট্ৰ’ৰ পৰিস্থিতি পৰ্যালোচনা

ক’ৰ’নাৰ সংক্ৰমণ ৰোধৰ সমান্তৰালভাৱে ৰাজ্যৰ অৰ্থনীতি ধৰি ৰখাৰ অৰ্থে বিভিন্ন কাম-কাজ আৰম্ভ কৰা সন্দৰ্ভত আজি কামৰূপ মহানগৰ জিলা উপায়ুক্তৰ কাৰ্য্যালয়ত...

Read moreDetails

এডিটৰ্ছ গীল্ড অৱ ইণ্ডিয়াৰ পৰা পদত্যাগ অৰ্ণৱ গোস্বামীৰ; সম্পাদকীয় নীতি আপোচ কৰাৰ অভিযোগ গোস্বামীৰ

ৰিপাব্লিক টিভিৰ সম্পাদক তথা এংকৰ অৰ্ণৱ গোস্বামীয়ে এডিটৰ্ছ গীল্ড অৱ ইণ্ডিয়াৰ সদস্য পদ ত্যাগ কৰিছে। ৰিবাব্লিক টিভিৰ নিজৰ লাইভ অনুষ্ঠানত...

Read moreDetails
Page 3510 of 5984 1 … 3,509 3,510 3,511 … 5,984

Stay Connected

Recent News