DMCA.com Protection Status

এসময়ৰ কটনৰ ছাত্ৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে কি ক’লে এতিয়াৰ কটনিয়ানক?

১৯৬৯ চনত মেট্ৰিক পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ হৈ বহুতৰ পৰামৰ্শ নুশুনি তেওঁ বিজ্ঞানৰ সলনি কটন কলেজত কলা শাখাত নাম ভৰ্তি...

Read more

আপোন বনৰীয়া হাতীক অন্তিম বিদায় কলিয়াবৰৰ হাতীমূৰাবাসীৰ

কলিয়াবৰ মহকুমাৰ হাতীমূৰাৰ টেঙাবাৰীৰ ব্ৰহ্মপুত্ৰৰ কাষত আজি যোৱা প্ৰায় তিনিবছৰ ধৰি অঞ্চলটোত থিতাপি লৈ গাঁৱৰ ৰাইজৰ চিনাকি হৈ পৰা এটা...

Read more

বিজেপিয়ে ৰাজ্যসভাৰ এখন আসন এৰি দিব অগপক : প্ৰাৰ্থী হ’ব প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী বীৰেন্দ্ৰ বৈশ্য

অহা ৭ জুনত হ’বলগীয়া ৰাজ্যসভাৰ নিৰ্বাচনত অসম গণ পৰিষদক এখন আসন এৰি দিব বিজেপিয়ে। এই আসনখনত প্ৰতিদ্বন্দিতা কৰিব অসম গণ...

Read more

দেহাৰ কেন্সাৰক ভাল ৰিজাল্টেৰে উত্তৰ দিলে শিৱসাগৰৰ নিহাৰিকাই

চেষ্টাৰ অসাধ্য একো নাই। লগতে আত্মবিশ্বাস, উৎসাহ আৰু নিৰ্দিষ্ট লক্ষ্য থাকিলে সফলতাৰ দিশত কোনো বাধাই হোঙাৰ হ’ব নোৱাৰে। তাৰেই প্ৰমাণ...

Read more

নাগালেণ্ডত এন এছ চি এনৰ আক্ৰমণত চহিদৰ এজন অসমৰ কালিদাস শৰ্মা

শনিবাৰে নাগালেণ্ডৰ মন জিলাত সশস্ত্ৰ বিদ্ৰোহীৰ দ্বাৰা আছাম ৰাইফলছৰ ওপৰত সংঘটিত ভয়ংকৰ আক্ৰমণত অসমৰ এজন জোৱান চহিদ হ’বলগীয়া হ’ল। কালিদাস...

Read more

ই ভি এমৰ সলনি নিৰ্বাচন আয়োগক পেপাৰ বেলট প্ৰৱৰ্তন কৰাৰ আহ্বান উপমন্যু হাজৰিকাৰ

‘মানুহে ভোট দিছে, ই ভি এমত অহা নাই, এইটো চিধা কথা।‘ সদ্য সমাপ্ত লোকসভা নিৰ্বাচনত ২১,০০০ ভোট লাভ কৰি পৰাজিত...

Read more

বিজেপিৰ বিজয়ত উল্লাস কংগ্ৰেছী গৌতমৰ : অস্বস্তিত কংগ্ৰেছ

বৰাকৰ অবিসম্বাদী কংগ্ৰেছ নেতা প্ৰাক্তন মন্ত্ৰী গৌতম ৰয়ে বিজেপিৰ বিজয়ত মুকলিভাৱে উল্লাস প্ৰদৰ্শন কৰা বিষয়কলৈ অস্বস্তিত পৰিছে কংগ্ৰেছ। বৰাকৰ দুখন...

Read more

বেডমিন্টন এছিয়া কাউন্সিলৰ উপ সভাপতি পদলৈ নিৰ্বাচিত ড০ হিমন্ত বিশ্ব শৰ্মা

ভাৰতীয় বেডমিন্টন সংস্থাৰ সভাপতি ড০ হিমন্ত বিশ্ব শৰ্মা বেডমিন্টন এছিয়া কাউন্সিলৰ উপ সভাপতি পদলৈ নিৰ্বাচিত হৈছে। শনিবাৰে অনুষ্ঠিত নিৰ্বাচনত শৰ্মাই...

Read more

নৱম স্থান দখলেৰে দিন-হাজিৰা কৰা পিতৃ-মাতৃৰ মুখত হাঁহি বিৰিঙালে ধুবুৰীৰ মানিক ৰয়ে

সদ্য ঘোষিত উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ ফলাফলত ধুবুৰীৰ গোলকগঞ্জৰ এটা দিন হাজিৰা কৰি পৰিয়ালৰ মেধাৱী সন্তান মানিক ৰয়ে কলা শাখাত...

Read more
Page 3545 of 5158 1 3,544 3,545 3,546 5,158

Recent News