অচিৰেই ভুটানৰ নতুন পৰ্য্যটন নীতি; ভাৰতীয় পৰ্য্যটকে দিব লাগিব “দৈনিক কৰ”

বিশ্বৰ পৰ্য্যটন মানচিত্ৰত শীৰ্ষত থকা ভাৰতৰ চুবুৰীয়া দেশ ভুটানৰ নতুন পৰ্য্যটন নীতিয়ে অসুবিধাত পেলাব পাৰে ভাৰতীয়সকলক। বিশ্বৰ বিভিন্ন ঠাইৰ পৰ্য্যটকৰ...

Read moreDetails

দেওবাৰৰ পৰা ঐতিহাসিক হৰ্ণবিল ফেষ্টিভেল; পৰ্যটকক আদৰিবলৈ সাজু নাগালেণ্ড

দেওবাৰৰ পৰা নাগালেণ্ডৰ ঐতিহাসিক কিছমা গাঁৱত দহদিনীয়া কাৰ্য্যসূচীৰে আৰম্ভ হ’ব ২০১৯ বৰ্ষৰ হৰ্ণবিল ফেষ্টিভেল। নাগালেণ্ড চৰকাৰে ইতিমধ্যে উত্তৰ-পূবৰ বৃহৎ পৰ্যটন...

Read moreDetails

‘অসম দিৱস’ উপলক্ষে শংকৰদেৱ কলাক্ষেত্ৰ ৰাজ্যিক ভিত্তিক কুইজ প্ৰতিযোগিতা

শংকৰদেৱ কলাক্ষেত্ৰৰ ড০ বাণীকান্ত কাকতি প্ৰেক্ষাগৃহত ‘আজি জনতাৰ চৰকাৰ মাই গভ অসম’ৰ উদ্যোগত তথা সাংস্কৃতিক সঞ্চালকালয়ৰ সহযোগত ‘প্ৰজ্ঞা অসম’ শীৰ্ষক...

Read moreDetails

জলবায়ুৰ স্বাৰ্থত নিৰামিষ খাদ্যাভ্যাসক উদগনি দিবলৈ মোদীলৈ পত্ৰ হলিউডৰ পামেলা এণ্ডাৰছনৰ

হলিউডৰ এগৰাকী জনপ্ৰিয় অভিনেত্ৰী পামেলা এণ্ডাৰছনে ভাৰতৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ এখন পত্ৰ লিখি নিৰামিষ খাদ্য্যভ্যাসক উদগনি দিবলৈ আহ্বান জনাইছে।...

Read moreDetails

গাংগুলীৰ প্ৰচেষ্টাত ক্ৰিকেট পৰামৰ্শদাতা সমতিলৈ পুনৰ উভতি অহাৰ সম্ভাৱনা শচীন-লক্ষ্মণৰ

ভাৰতীয় দলৰ দুই তাৰকা প্ৰাক্তন ক্ৰিকেটাৰ শচীন টেণ্ডুলকাৰ আৰু ভি ভি এছ লক্ষ্মণ ক্ৰিকেট পৰামৰ্শদাতা সমিতি (চি এ চি)লৈ পুনৰ উভতি...

Read moreDetails

মূল সমস্যাৰ পৰা দেশবাসীৰ দৃষ্টি আঁতৰাবলৈ চৰকাৰে NRC আৰু CAB-ক অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিছে : জয়ৰাম ৰমেশ

দেশৰ মূল সমস্যা অৰ্থনৈতিক বিপৰ্য্যয়ৰ পৰা দেশবাসীৰ মনোযোগ আঁতৰাই ৰাখিবলৈ কেন্দ্ৰৰ বিজেপি চৰকাৰখনে এন আৰ চি আৰু “কেব”ক মূল অস্ত্ৰ...

Read moreDetails

নাগৰিকত্ব বিধেয়ক বাতিলৰ দাবীত পুৰণিগুদামত আছুৰ চাইকেল ৰেলী

জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত নগাঁৱৰ পুৰণিগুদামত আজি ছাত্ৰ সন্থাই সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ। নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত...

Read moreDetails

দুম্বুৰ জলবিদ্যুৎ প্ৰকল্পত চেল্ফী উঠিবলৈ গৈ যুৱকৰ সলিল সমাধি

ত্ৰিপুৰাৰ গোমতী জিলাৰ দুম্বুৰ জলবিদ্যুৎ প্ৰকল্পত শুকুৰবাৰে চেল্ফী উঠিবলৈ গৈ ৰাজেশ আগৰৱালা(২৮) নামৰ এজন যুৱকে প্ৰাণ হেৰুৱাবলগীয়া হোৱা ঘটনাক কেন্দ্ৰ...

Read moreDetails

উমানন্দ ঘাটত উদ্ধাৰ হিন্দুৰ দেৱ-দেৱীৰ বৃহৎ সংখ্যক মূৰ্তি; পানীত ভাঁহি উঠিল ভগৱানৰ মূৰ্তি

মহানগৰীৰ উজান বজাৰৰ উমানন্দ ঘাটত আজি বৃহৎ সংখ্যক ভগৱানৰ মূৰ্তি উদ্ধাৰৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। আজি দুপৰীয়া প্ৰায় ১ বজাত...

Read moreDetails

বিজেপি চৰকাৰৰ সামগ্রিক ব্যর্থতাৰ প্ৰতিবাদত বোকাখাতত কংগ্ৰেছৰ প্ৰতিবাদ

দেশৰ ভয়াবহ অর্থনৈতিক মন্দাৱস্থা, নিবনুৱা সমস্যা, নিত্য ব্যৱহার্য সামগ্রীৰ আকাশলংঘী মূল্য বৃদ্ধিকে ধৰি বিজেপি চৰকাৰৰ সামগ্রিক ব্যর্থতাৰ প্ৰতিবাদত আজি বোকাখাতত...

Read moreDetails
Page 3892 of 5978 1 3,891 3,892 3,893 5,978

Stay Connected

Recent News