ৰাণু মণ্ডলক নিজৰ ভিডিঅ’ গানৰ ৰিমিক্সত কণ্ঠ দিয়াৰ অ’ফাৰ ৰাখী সাৱন্তৰ

ছচিয়েল মিডিয়াৰ চাঞ্চল্য ৰাণু মণ্ডল এতিয়া মুম্বাইত বহু চৰ্চিত ষ্টাৰ হৈ পৰিছে। গায়িকা ৰাণু মণ্ডল দেশজুৰি জনপ্ৰিয় হৈ পৰিছে। শেহতীয়াকৈ...

Read moreDetails

আৰক্ষীৰ অভিযানত দুজন দুৰ্ধৰ্ষ এন ডি এফ বি (এচ)ৰ কেডাৰ আটক

আৰক্ষীৰ অভিযানত ওদালগুৰি জিলাৰ ভাৰত-ভুটান সীমান্তৰ শান্তিপুৰ এলেকাৰ পৰা ৭ ছেপ্তেম্বৰ অৰ্থাৎ দেওবাৰে নিষিদ্ধ ঘোষিত উগ্ৰপন্থী সংগঠন এন ডি এফ...

Read moreDetails

ছুইজাৰলেণ্ডৰ পৰা আহিছে ক’লা ধনৰ তালিকা; শংকিত একাংশই খালী কৰিছে একাউন্ট

ছুইছ বেংকত একাউন্ট থকা ভাৰতীয়ৰ ভাৰত চৰকাৰলৈ আহিবলৈ আৰম্ভ কৰিছে। চলিত মাহতে ছুইছ বেংকত একাউন্টৰ সৈতে জড়িত কিছু তথ্য ভাৰত...

Read moreDetails

মানসিক বিকাৰগ্ৰস্ত যুৱতীক ধৰ্ষণ কৰি হানি-খুচি হত্যা

উজনি অসমৰ তিনিচুকীয়া জিলাৰ ধলা আৰক্ষী থানাৰ অন্তৰ্গত ধলা বজাৰত শনিবাৰে নিশা কোনো দুৰ্বৃত্তই এগৰাকী মানসিক বিকাৰগ্ৰস্ত যুৱতীক হানি খুচি...

Read moreDetails

ৰাজ্যৰ ৫০শতাংশ চাহ বাগিচাৰ হাস্পাতলত নাই এজনো চিকিৎসক : বিধায়ক দুৰ্গা ভুমিজ

‘’ৰাজ্যৰ ৫০ শতাংশ চাহ বাগিচাৰ হাস্পাতলত নাই এজনো চিকিৎসক।’’ দেওবাৰে গুৱাহাটীৰ প্ৰেছ ক্লাৱত অসম চাহ জনজাতি বিকাশ কমিটিৰ উপদেষ্টা তথা...

Read moreDetails

ডঃ নিৰুপমা মহন্তৰ আত্মজীৱনী “জীৱন জলধিৰ ঢৌ নিৰুপম” উন্মোচন

অসম লেখিকা সংস্থাৰ শিৱসাগৰ শাখাৰ উদ্যোগত শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়ত দেওবাৰে অনুষ্ঠিত হোৱা এক অনুষ্ঠানত ডঃ নিৰুপমা মহন্তৰ এখনি গ্ৰন্থ উন্মোচন...

Read moreDetails

গুৱাহাটী মহানগৰীত ঘৰচীয়া হাতীৰ আক্ৰমণত এজনৰ মৃত্যু

গুৱাহাটীৰ কাহিলিপাৰাৰ দক্ষিণ গাৱঁত আজি এটা ঘৰচীয়া হাতীৰ আক্ৰমণত আঘাতপ্ৰাপ্ত হৈ হাতীটোক চোৱাচিতাৰ সৈতে জড়িত হৈ থকা এজন লোকৰ মৃত্যু...

Read moreDetails

চৰকাৰ সমালোচনাত ৰকিবুল

কংগ্ৰেছ নেতা ৰকিবুল হুছেইন সৰৱ হৈছে বিজেপি চৰকাৰ সমালোচনাত। দেওবাৰে অসম কেৰম ফেডাৰেচনৰ সভাপতিৰূপে পুনৰ নিৰ্বাচিত হোৱাৰ পিছতে সাংবাদিকৰ সৈতে...

Read moreDetails

ডিব্ৰুগড়ত ব্ৰাউন ছুগাৰসহ এজনক গ্ৰেপ্তাৰ

ডিব্ৰুগড় আৰক্ষীয়ে আজি ৪৭৫ গ্ৰাম ব্ৰাউন ছুগাৰসহ এজন ব্যক্তিক গ্ৰেপ্তাৰ কৰে। ধৃত ব্যক্তিজনক ডিব্ৰুগড় নগৰৰ কালিবাৰিৰ মহম্মদ ছফিকুল আলী বুলি...

Read moreDetails

মহানগৰীৰ চূণচালিৰ ৰামচিং চাপৰিত গা ধুবলৈ গৈ ব্ৰহ্মপুত্ৰত বুৰ যোৱা ৪জন কিশোৰৰ মৃতদেহ উদ্ধাৰ

মহানগৰীৰ চূণচালিৰ ৰামচিং চাপৰিত আজি ব্ৰহ্মপুত্ৰত গা ধুবলৈ গৈ পানীত বুৰ যোৱা চাৰিজন কিশোৰৰ মৃতদেহ উদ্ধাৰ কৰিছে এছ ডি আৰ এফ আৰু...

Read moreDetails
Page 4098 of 5974 1 4,097 4,098 4,099 5,974

Stay Connected

Recent News