ক’লা পতাকা-আছু নেতা প্ৰহাৰ: চৰকাৰৰ ক্ষমা প্ৰাৰ্থনা দাবী হীৰেন গোহাঁইৰ

নাগৰিকত্ব বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদৰূপে মুখ্য মন্ত্ৰীৰ লগতে শাসকীয় বিজেপি নেতাসকলক ক’লা পতাকা দেখুওৱাৰ “অপৰাধ”ত ৰাজ্যজুৰি বিক্ষোভকাৰীক “গ্ৰেপ্তাৰ” আৰু নলবাৰীত কেইজনমান...

Read moreDetails

আকৌ পুৰণি ৰেকৰ্ড বজালে মুখ্য মন্ত্ৰীয়ে, ”বিধেয়কক লৈ শংকিত হোৱাৰ কাৰণ নাই”

নাগৰিকত্ব (সংশোধনী) বিধেয়কক লৈ অসমৰ খিলঞ্জীয়া জনসাধাৰণ শংকিত হোৱাৰ কোনো কাৰণ নাই বুলি আজি মাজুলীৰ পৱিত্ৰ ভূমিৰ পৰা দ্ব্যৰ্থহীন ভাষাৰে...

Read moreDetails

লজ্জাজনক!! মুখ্য মন্ত্ৰীক ফ’বিয়াৰ পৰা বচাবলৈ পানীকেঁচুৱাৰ গাৰ পৰাও খুলিলে ক’লা কাপোৰ

বক্তালৈ জোতা দলিওৱাৰ ভয়ত কাকো সভাগৃহলৈ জোতা পিন্ধি সোমাবলৈ নিদিয়া কৌতুকটোৰ দৰেই হৈছেগৈ অসমৰ মুখ্য মন্ত্ৰীৰ দশা। ক’লা পতাকাৰ আতংকই...

Read moreDetails

কোকৰাঝাৰত তিনি দিনীয়া ঔদ্যোগিক সামগ্ৰীৰ প্ৰদৰ্শনী আৰু বিক্ৰী মেলা উদ্বোধন

আত্মসহায়ক গোটৰ দ্বাৰা উৎপাদিত সামগ্ৰীসমূহ প্ৰদৰ্শন আৰু বিক্ৰীৰ উদ্দেশ্য আগত ৰাখি কোকৰাঝাৰৰ জিলা উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰত (DICC) এখন প্ৰদৰ্শনীৰ...

Read moreDetails

বিজেপিৰ গুণ্ডাগিৰিৰ প্ৰতিবাদত শিৱসাগৰত আছুৰ ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ

যোৱা ২৭ জানুৱাৰিত নলবাৰীৰ ঘগ্ৰাপাৰত সদৌ অসম ছাত্ৰ সন্থাৰ কৰ্মীক বিজেপিৰ গুণ্ডাবাহিনীয়ে আৰক্ষী থানাৰ ভিতৰত গৈ আক্ৰমণ কৰাৰ প্ৰদিবাদত সমগ্ৰ...

Read moreDetails

৩১ জানুৱাৰিৰ পৰা আইআইটি গুৱাহাটীৰ আলচেৰিংগা মহোৎসৱ

গুৱাহাটীৰ ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান অৰ্থাৎ আইআইটি গুৱাহাটীৰ বাৰ্ষিক সাংস্কৃতিক কাৰ্যসূচী জানুৱাৰিৰ ৩১ তাৰিখৰ পৰা ফেব্ৰুৱাৰিৰ ৩ তাৰিখলৈকে অনুষ্ঠিত হ’ব। ২০১৯ৰ...

Read moreDetails

উত্তৰ লখিমপুৰৰ হাতীলুঙত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ আছুৰ

নাগৰিকত্ব (সংশোধনী) বিধেয়কৰ বিৰুদ্ধে আৰু দেওবাৰে নলবাৰীত শাসকীয় বিজেপিৰ কৰ্মীয়ে আছু কৰ্মীৰ ওপৰত সংঘটিত কৰা আক্ৰমণৰ প্ৰতিবাদত আছুৰ লখিমপুৰ আৰু...

Read moreDetails

ঐতিহাসিক শিৱসাগৰৰ পৰা দ্বিতীয় শৰাইঘাটৰ ৰণ হুংকাৰ আটাছুৰ

নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬  বাতিল আৰু  ছয় জনগোষ্ঠীক শীঘ্ৰে জনজাতিকৰণৰ দাবীত শিৱসাগৰ বৰ্ডিং খেলপথাৰত আজি  সদৌ তাই আহোম ছাত্ৰ সন্থাৰ...

Read moreDetails

জাতিধ্বংসী বিধেয়কৰ বিৰোধিতা কৰিবলৈ সংঘবদ্ধ হ’ল উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজনৈতিক দল

উত্তৰ-পূৰ্বাঞ্চলৰ ১১ টাকৈ ৰাজনৈতিক দলে মঙলবাৰে এখন অভিৱৰ্তনত মিলিত হৈ সৰ্বসন্মতভাৱে নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬’ৰ বিৰোধিতা কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।...

Read moreDetails

অসমৰ ৭১.৭ শতাংশ শিশুৱে নামভৰ্তি কৰে চৰকাৰী বিদ্যালয়ত

এটা শেহতীয়া সমীক্ষাত প্ৰকাশ যে অসমৰ ৬ বছৰৰ পৰা ১৪ বছৰ বয়সীয়া প্ৰায় ৭১.৭ শতাংশ শিশুৱে চৰকাৰী বিদ্যালয়ত নামভৰ্তি কৰে।...

Read moreDetails
Page 4657 of 5968 1 4,656 4,657 4,658 5,968

Stay Connected

Recent News