কামৰূপ মহানগৰ জিলাৰ নতুন উপায়ুক্তৰ দায়িত্ব ল’লে বিশ্বজিৎ পেগুৱে

যোৱা ২১ জানুৱাৰিত কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত পদৰ পৰা বীৰেন্দ্ৰ মিট্টালে বিদায় লোৱাৰ পিছতে কালি অৰ্থাৎ মঙলবাৰে ভাৰতীয় প্ৰশাসনীয় সেৱাৰ...

Read moreDetails

উদ্ভট মন্তব্য বিধেয়কখন বুজি নোপোৱা মুখ্য মন্ত্ৰীৰ : অসমত ১৭৮জন হিন্দু বাংলাদেশীয়েহে নাগৰিকত্ব পাব

নাগৰিকত্ব সংশোধনী বিধেয়কখন আইনত পৰিণত হ’লে অসমত মাত্ৰ ১৭৮জন হিন্দু বাংলাদেশীয়েহে নাগৰিকত্ব পাব বুলি এক উদ্ভট মন্তব্য কৰিছে অসমৰ মুখ্য...

Read moreDetails

বিশ্বনাথত নতুন আৰক্ষী অধীক্ষকৰ কাৰ্য্যভাৰ গ্ৰহণ; সাংবাদিকৰে বৈঠক

ৰাজ্যৰ কেইবাখনো জিলাৰ প্ৰসাশনিক বিষয়া সকলক কিছুদিন পূৰ্বে সাল সলনি কৰা হৈছিল। সেই অনুসৰি বিশ্বনাথ জিলাতো সলনি হয় উপায়ুক্তৰ আৰু আৰক্ষী...

Read moreDetails

উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদ পুনৰ শাসকীয় দল বিজেপিৰ দখলত

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা আৰু বিজেপি বিৰোধী ঢৌ ৰাজ্যখনৰ সৰ্বত্ৰে চলি থকা সত্ত্বেও উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনত শাসকীয়...

Read moreDetails

শিৱসাগৰত বলেৰ’ পিক আপে মহতিয়ালে বাইক আৰোহীক; থিতাতে নিহত এজন

শিৱসাগৰ জিলাৰ দৰিকাপাৰত মঙলবাৰেে নিশা প্ৰায় ৯.৩০ মান বজাত সংঘটিত এক শোকাৱহ পথ দুৰ্ঘটনাত এজন লোকে প্ৰাণ হেৰোৱাব লগা হয়।...

Read moreDetails

মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে ৰঙিয়া থানাত এজাহাৰ

এজন দায়িত্বশীল ব্যক্তি হৈয়ো কেৱল ৰাজনৈতিক স্বাৰ্থ সিদ্ধিৰ বাবেই ধাৰাবাহিকভাৱে আৰু হেলাৰঙে উৎকট সাম্প্ৰদায়িক মন্তব্য দি অহা বিজেপিৰ মন্ত্ৰী হিমন্ত...

Read moreDetails

শিৱসাগৰৰ নৱ নিযুক্ত উপায়ুক্তৰ সৈতে সাংবাদিকৰ বৈঠক

শিৱসাগৰ জিলাৰ নৱ নিযুক্ত উপায়ুক্ত ডঃ সুব্ৰমনি আয়াৰ লক্ষ্মণনে যোৱা ২০ জানুৱাৰিত কাৰ্য্যভাৰ গ্ৰহণ কৰাৰ পাছত মঙ্গলবাৰে জিলাখনৰ সাংবাদিকসকলৰ মাজত চিনাকী...

Read moreDetails

নগাঁৱত গাড়ীসহ গ্ৰেপ্তাৰ মণিপুৰৰ দুৰ্ধৰ্ষ চোৰাং চিকাৰী

নগাঁও আৰক্ষীয়ে এক গোপন সূত্ৰৰ পম খেদি সোমবাৰে নিশা অভিযান চলাই এজন দুৰ্ধৰ্ষ চোৰাং চিকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। আৰক্ষীয়ে...

Read moreDetails

‘বিধেয়কখনৰ ভুল বাখ্যা হৈছে’ বুলি কোৱা মুখ্য মন্ত্ৰীয়ে কিমান বুজি পায় নাগৰিকত্ব বিধেয়কখন?

নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত নীৰৱতা অৱলম্বন কৰি থকা অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল যোৱা কেইদিনমানৰ ভিতৰত হঠাৎ বিধেয়কখনৰ সপক্ষে সৰৱ...

Read moreDetails

ৰাষ্ট্ৰীয় ৰাজনীতিক প্ৰভাৱিত কৰিবলৈ দিল্লীত অখিল-পলাশ

ৰাজ্যসভাত নাগৰিকত্ব বিধেয়ক বিৰোধী অৱস্থান লোৱাৰ বাবে ৰাষ্ট্ৰীয় ৰাজনৈতিক দলসমূহক প্ৰভাৱিত কৰাৰ চেষ্টাৰে নতুন দিল্লীত বাহৰ পাতিছে অখিল গগৈ আৰু...

Read moreDetails
Page 4675 of 5967 1 4,674 4,675 4,676 5,967

Stay Connected

Recent News