মোক বাংলাদেশী বুলি কৈ ইতিকিং কৰাটো আছিল মোৰ বাবে অতি বেদনাদায়ক : ছিৰাজ

'বিগত দুবছৰো অধিক কাল ধৰি মানসিক, শাৰীৰিক আৰু অৰ্থনৈতিক সংকটত ভূগি সম্প্ৰতি জুৰুলা হৈ পৰিছোঁ। একাংশ মানুহে মোক বাংলাদেশী বুলি...

Read moreDetails

সন্দেহজনক নাগৰিকৰ দাদাগিৰি : উচ্ছেদৰ বাবে যোৱা ডি এফ অ’সহ বনকৰ্মীৰ দলক ভয়াবহ আক্ৰমণ

নগাঁও-শোণিতপুৰ জিলাৰ সীমামুৰীয়া বুঢ়াচাপৰি সংৰক্ষিত অভয়াৰণ্যৰ লাঠিমাৰী চৰত বেদখলকাৰীক উচ্ছেদ কৰিবলৈ যাওঁতে ৩ জানুৱাৰি অৰ্থাৎ বৃহস্পতিবাৰে এক অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি...

Read moreDetails

কংগ্ৰেছক দিয়াৰ দৰে আগন্তুক নিৰ্বাচনত বিজেপিকো শিক্ষা দিবলৈ সকলো আদিবাসী লোককে আহ্বান আছাৰ

ৰাজ্যখনৰ বিভিন্ন ঠাইত বসবাস কৰি থকা আদিবাসী লোকসকলক জনজাতিকৰণ প্ৰদান কৰা হ'ব বুলি বিজেপি চৰকাৰে যি প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল সেয়া...

Read moreDetails

শিক্ষিত নিবনুৱাৰ বাবে সুখবৰ : ৰাজ্যৰ শিক্ষানুষ্ঠানত শীঘ্ৰে ৯ হাজাৰ শিক্ষকক দিয়া হ’ব নিযুক্তি

চৰকাৰী মাধ্যমৰ শিক্ষানুষ্ঠান সমূহৰ শিক্ষাগত মান উন্নত কৰাৰ লক্ষ্যৰে ৰাজ্য চৰকাৰে অতি শীঘ্ৰে শিক্ষক নিযুক্তিৰ প্ৰক্ৰিয়া আৰম্ভ কৰিব। ৩ জানুৱাৰিত...

Read moreDetails

বিজেপিয়ে নাগৰিকত্ব বিধেয়কৰ জৰিয়তে অসমবাসীক গভীৰ সংকটৰ গৰাহলৈ ঠেলি দিছে : অশ্বিনী কুমাৰ চেতিয়া

নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত বৃহস্পতিবাৰৰ পৰা ৰাজ্যৰ বিভিন্ন অঞ্চলৰ সমান্তৰালকৈ শিৱসাগৰতো ৭০টা সংগঠনৰ প্ৰতিনিধিয়ে অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে।...

Read moreDetails

আঁচনি ৰূপায়নৰ ক্ষেত্ৰত স্বচ্ছতা আৰু তৎপৰতা প্ৰদৰ্শন কৰক : বিষয়া-কৰ্মচাৰীলৈ মন্ত্ৰী তপন গগৈৰ আহ্বান

আজি শিৱসাগৰৰ উপায়ুক্তৰ কাৰ্যালয় কক্ষত গড়কাপ্টানী আৰু শক্তি বিভাগৰ ৰাজ্যিক মন্ত্ৰী  তপন গগৈৰ সভাপতিত্বত আৰু অসম পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষ...

Read moreDetails

মোদী চৰকাৰে অসমীয়াৰ সৈতে মাছ-বেঙৰ খেলটো খেলিছে, কিয় ক’লে অখিলে?

সৰু ল’ৰা-ছোৱালীৰ সৈতে জ্যেষ্ঠসকলে খেলা গৰৈ মাছ আৰু বেঙৰ খেলবিধেই মোদী চৰকাৰে অসমীয়া জাতিৰ সৈতে খেলিছে বুলি মন্তব্য কৰি বৃহস্পতিবাৰে...

Read moreDetails

৫ গৰাকী ৰহিঙীয়াক মণিপুৰ ম্যানমাৰৰ কৰ্তৃপক্ষৰ হাতত অৰ্পণ

৭ গৰাকী ৰহিঙীয়াক ম্যানমাৰলৈ প্ৰত্যাৰ্পণ কৰাৰ ৩ মাহৰ পাছত আজি ৩ জানুৱাৰি বৃহস্পতিবাৰে আৰু ৫গৰাকী ৰহিঙীয়াক মণিপুৰ সীমান্তৰে ম্যানমাৰৰ কৰ্তৃপক্ষৰ...

Read moreDetails

মোদীনমিকছৰ বিষম ফল! দেশত ছপা বন্ধ ২০০০ টকীয়া মুদ্ৰাৰ

নৰেন্দ্ৰ মোদীৰ বিমুদ্ৰাকৰণৰ সিদ্ধান্ত দেশৰ বাবে বিপৰ্য্যয়হে হ’ল বুলি বৰ্ষিত তীব্ৰ সমালোচনাৰ পিছত এইবাৰ প্ৰধান মন্ত্ৰী প্ৰৱৰ্তিত ২০০০ টকীয়া মুদ্ৰাৰ...

Read moreDetails

বিধানসভাত আসন সংৰক্ষণ কৰিলেই সুৰক্ষিত নহয় খিলঞ্জীয়া : উপমন্যু হাজৰিকা

‘’কেৱল বিধানসভাত খিলঞ্জীয়াৰ বাবে আসন সংৰক্ষিত কৰিলেই সুৰক্ষিত নহ’ব খিলঞ্জীয়া’। আজি গুৱাহাটী প্ৰেছ ক্লাৱত আয়োজিত এক সংবাদমেলত নৰ্থ ইষ্ট নাওৰ...

Read moreDetails
Page 4726 of 5967 1 4,725 4,726 4,727 5,967

Stay Connected

Recent News