লখিমপুৰৰ নিৰ্বাচনী সমদল যোগ দি অগপ বিধায়কক চোকা সমালোচনা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

অসমৰ আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ বাবে প্ৰচাৰ অভিযান ক্ৰমাৎ তীব্ৰতৰ হৈ পৰিছে। শেহতীয়াভাৱে বিজেপি দলৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ বাবে লখিমপুৰত...

Read moreDetails

চৰকাৰৰ ব্যৰ্থতা উদঙাই হিমন্তই মুখ্য মন্ত্ৰী সোণোৱালৰ বিৰুদ্ধে যুদ্ধ আৰম্ভ কৰিছে : তৰুণ গগৈ

হিমন্ত বিশ্বই মুখ্য মন্ত্ৰী হোৱাৰ যাৱতীয় কুচকাৱাজ ইতিমধ্যে আৰম্ভ কৰিছে। সেয়ে তেওঁ মুখ্য মন্ত্ৰী সোণোৱালৰ বিৰুদ্ধে যুদ্ধ আৰম্ভ কৰি দিছে।...

Read moreDetails

সমগ্ৰ ৰাজ্যৰ লগতে বিশ্বনাথটো সদৌ অসম নাৰ্ছ সন্থাৰ অনিৰ্দ্দিষ্টকালীন কৰ্মবিৰতি

নাৰ্ছসকলৰ দৰমহা গাঁথনিত থকা বিসংগতি দূৰ কৰা, ষ্টাফ নাৰ্ছক সমহাৰত দৰমহা প্ৰদান কৰা, ষ্টাফ নাৰ্ছৰ চাকৰি বিধি প্ৰকাশ কৰা আদি...

Read moreDetails

মানস অভয়াৰণ্যত চলি থকা শেহতীয়া জৰীপত বিৰল প্ৰজাতিৰ জীৱ আৱিষ্কাৰ

কেমেৰা ট্ৰেপিং (দূৰ নিয়ন্ত্ৰিত ব্যৱস্থাৰে ফটো তোলা) পদ্ধতিৰ জৰিয়তে প্ৰথমবাৰৰ বাবে চলোৱা এটা জৰীপত মানস ৰাষ্ট্ৰীয় উদ্যানত থকা জৈৱ বৈচিত্ৰৰ...

Read moreDetails

প্ৰাৰ্থিত্ব প্ৰদানত ধনৰ লেনদেনৰ অভিযোগ : বৰপেটা ৰাজীৱ ভৱনত কংগ্ৰেছ কৰ্মীয়ে ওলমালে তলা

প্ৰাৰ্থিত্বকেন্দ্ৰিক সংঘাতে ক্ৰমাৎ জুৰুলা কৰিছে প্ৰধান বিৰোধী দল কংগ্ৰেছক। পঞ্চায়ত নিৰ্বাচনত দলটোৱে দলীয় প্ৰাৰ্থিত্ব প্ৰদানত ধনৰ লেনদেন হোৱা বুলি চৰ্চিত...

Read moreDetails

আগন্তুক নিৰ্বাচনত অগপ কোনো ‘ফেক্টৰ’ নহয় : প্ৰশান্ত ফুকন

হিমন্ত বিশ্ব শৰ্মাৰ পিছত এইবাৰ প্ৰশান্ত ফুকনে আক্ৰমণৰ লক্ষ কৰি লৈছে অগপক। নিৰ্বাচনী প্ৰচাৰৰ বাবে মাজুলীত উপস্থিত হোৱা বিধায়কজনে কয়...

Read moreDetails

বোকাখাতত কংগ্ৰেছৰ নিৰ্বাচনী কাৰ্যালয় লণ্ড-ভণ্ড : সন্দেহৰ আঙুলি অগপ দললৈ

পঞ্চায়ত নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ক্ৰমাৎ উত্তপ্ত হৈ পৰিছে ৰাজ্যৰ ৰাজনীতি। ক'ৰবাত যদি প্ৰাৰ্থীক আক্ৰমণ, ক'ৰবাত ভাঙি...

Read moreDetails

নামনি অসমত বদৰুদ্দিন আজমল সাংসদ হোৱাটো দুৰ্ভাগ্যজনক : ৰঞ্জিৎ দাস

আগন্তুক পঞ্চায়ত নিৰ্বাচনত ৰাজ্যৰ অধিকাংশ পঞ্চায়ত তথা জিলা পৰিষদ বিজেপিয়ে দখল কৰিব। এতিয়াও যি সকল যুৱক-যুৱতীয়ে কংগ্ৰেছ কৰি আছে তেওঁলোক...

Read moreDetails

‘দ্য উইক’ আলোচনীত পৰেশ বৰুৱাৰ সাক্ষাৎকাৰ : কাল্পনিক বুলি ক’লে আলফা স্বাধীনে

দেশৰ এখন আগশাৰীৰ আলোচনী ‘দ্য উইক’ৰ ‘২ ডিচেম্বৰ ২০১৮’ সংখ্যাত আলফাৰ সেনাধ্যক্ষ পৰেশ বৰুৱাৰ এটা আছুতীয়া সাক্ষাৎকাৰ প্ৰকাশ পাইছিল। উক্ত...

Read moreDetails

১৬ বছৰ অনূৰ্ধ্বৰ মাৰাথান দৌৰত প্ৰথম স্থান অধিকাৰ কোকিলাৰ ছানিয়া মিৰ্জাৰ

দেওবাৰে বঙাইগাঁও জিলাৰ মাৰোৱাৰী যুৱ মঞ্চৰ উদ্যোগত ১৬ বছৰ অনূৰ্ধ্বৰ এখনি মাৰাথন দৌৰ প্ৰতিযোগিতা অনুষ্ঠিত হৈ যায়। প্ৰতিযোগিতাখনত কোকিলাৰ নিকটৱৰ্তী...

Read moreDetails
Page 4826 of 5962 1 4,825 4,826 4,827 5,962

Stay Connected

Recent News