সংযোগী শিক্ষা কৰ্মী সন্থাৰ ৰাজভৱন যাত্ৰা : আদবাটতে আৰক্ষীৰ বাধা

বৃহস্পতিবাৰে হাতীগাঁৱৰ শেৱালি পথৰ পৰা স্থায়ী নিযুক্তি প্ৰদান কৰাৰ দাবীত সংযোগী শিক্ষাকৰ্মী সকলে ৰাজভৱনলৈকে এক প্ৰতিবাদী সমদল বাহিৰ কৰে যদিও আৰক্ষী প্ৰশাসনে দিচপুৰস্থিত...

Read moreDetails

আজিৰে পৰা দ্বিতীয় গুৱাহাটী আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ ২০১৮

আজিৰে পৰা গুৱাহাটীত আৰম্ভ হৈছে দ্বিতীয় গুৱাহাটী আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ ২০১৮। লাটভিয়া, লিথুৱানিয়া, চাৰ্বিয়াৰ ৰাষ্ট্ৰদূতৰ লগতে অসম. উত্তৰ পূব, দক্ষিণ...

Read moreDetails

চৰকাৰী কৰ্মচাৰীলৈ বিজেপিৰ অ’ফাৰ : ১৫ লাখলৈকে ঋণ লৈ সাজিব পাৰিব আপোন ঘৰ

ৰাজ্যখনৰ চৰকাৰী কৰ্মচাৰীসকলৰ গৃহ নিৰ্মাণৰ বাবে বিশেষ সুবিধা প্ৰদানৰ কথা চিন্তা কৰিছে ৰাজ্য চৰকাৰে। তেনে এক উদ্দেশ্যেৰে বৃহস্পতিবাৰে ৰাজ্য চৰকাৰে...

Read moreDetails

বোৰ্খা বনাম ইউনিফৰ্ম: নগাঁৱৰ এ ডি পি কলেজৰ অধ্যক্ষ-বিধায়ক আমিনুলৰ মাজত লাগিছে কি?

নগাঁৱৰ আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ৰ অধ্যক্ষই ছাত্ৰ-ছাত্ৰীৰ বাবে ইউনিফৰ্ম বাধ্যতামূলক কৰি দিয়া নিৰ্দেশৰ প্ৰতিক্ৰিয়াত ধিং সমষ্টিৰ এ আই ইউ দি...

Read moreDetails

লখিমপুৰত শিপিনী সমাৰোহ : ২০ শতাংশ ৰেহাইত শিপিনীক প্ৰদান কৰা হ’ব সূতা

মাজুলী, বিশ্বনাথ, ধেমাজি, লখিমপুৰকে ধৰি চাৰিখন জিলাৰ শিপিনী সকলক সামৰি ৰাজ্য চৰকাৰৰ হস্ততাঁত বস্ত্ৰ শিল্প সঞ্চালকালয়ে উত্তৰ লখিমপুৰত আজিৰে পৰা...

Read moreDetails

বনকৰা যুৱতীক নিৰ্যাতনৰ অভিযোগ : গুৱাহাটীত ৰকিবুল হুছেইনৰ ভগ্নীৰ ঘৰত আৰক্ষীৰ অভিযান

বনকৰা যুৱতীক শাৰীৰিক নিৰ্যাতন চলোৱাৰ অভিযোগত বৃহস্পতিবাৰে দিনৰ প্ৰায় ২-৩০ মান বজাত মহানগৰীৰ গান্ধীবস্তি তিনিআলিত থকা প্ৰাক্তন মন্ত্ৰী তথা কংগ্ৰেছী...

Read moreDetails

তামুলপুৰত লাউপাৰা মেধি চুবুৰী গঞা নামঘৰৰ বাৰ্ষিক মহোৎসৱৰ সামৰণি

বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ অন্তৰ্গত লাউপাৰা মেধি চুবুৰী গঞা নামঘৰৰ ৫৪ সংখ্যক বাৰ্ষিক মহোৎসৱ ২৪ আৰু ২৫ অক্টোবৰত দুদিনীয়া কাৰ্যসূচীৰে...

Read moreDetails

ইউনাইটেড গ্ৰাম্য স্বৰোজগাৰ প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ দ্বাৰা ১০ দিনীয়া প্ৰশিক্ষণ

ইউনাইটেড গ্ৰাম্য স্বৰোজগাৰ প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ দ্বাৰা গোলাঘাটৰ অসম ৰাজ্যিক নগৰীয়া জীৱিকা অভিযান প্ৰেক্ষাগৃহত আজিৰ পৰা এটা ১০ দিনীয়া আচাৰ, পাপৰ...

Read moreDetails

বৰপাত্ৰ আলি নিৰ্মাণৰ দাবীত আটাছুৰ পথ অৱৰোধ

শিৱসাগৰ নগৰৰ পৰা প্ৰায় ২ কিলোমিটাৰ নিলগত অৱস্থিত  জৰাজীৰ্ণ বৰপাত্ৰ আলি (টাইমুৱা আলি) নিৰ্মাণৰ দাবীত আজি সদৌ টাই আহোম ছাত্ৰ...

Read moreDetails

চামগুৰিত বনৰীয়া হাতীৰ অস্বাভাৱিক মৃতদেহ উদ্ধাৰ

ৰাজ্যৰ বিভিন্ন প্ৰান্তত খাদ্যৰ অভাৱত জনাঞ্চললৈ ওলাই অহা হাতী-মানুহৰ মাজৰ সংঘাত চলি থকাৰ মাজতে নগাঁও জিলাৰ চামগুৰি বিধানসভা সমষ্টিৰ বৰদলত আজি...

Read moreDetails
Page 4923 of 5963 1 4,922 4,923 4,924 5,963

Stay Connected

Recent News