বিজয় হাজাৰে ট্ৰফী : তামিলনাডুৰ বিপক্ষে ১৩০ ৰাণৰ বৃহৎ ব্যৱধানত পৰাস্ত অসম

চেন্নাইত অনুষ্ঠিত হৈ থকা বিজয় হাজাৰে ট্ৰফী এদিনীয়া ক্ৰিকেটত অব্যাহত আছে অসমৰ হতাশাজনক প্ৰদৰ্শন। ঝাৰখণ্ড, হাৰিয়ানাৰ বিৰুদ্ধে শোচনীয়ভাৱে পৰাস্ত হোৱাৰ...

Read moreDetails

ৰাইজলৈ সকাহ নহয় বোজা : শীঘ্ৰে ৫ শতাংশলৈ বৃদ্ধি হ’ব বিদ্যুৎ মাচুল

ৰাজ্য চৰকাৰে বিদ্যুৎ মাচুল ৫ শতাংশ বৃদ্ধিৰ প্ৰস্তাৱ ৰখা বিধেয়ক এখন বৃহস্পতিবাৰে বিধানসভাত গৃহীত কৰে। আনহাতে, বিৰোধী কংগ্ৰেছ দলে ইয়াৰ...

Read moreDetails

ঘূৰ্ণীবতাহে উৰুৱাই নিলে বিদ্যালয়গৃহৰ টিনপাত; কথমপি ৰক্ষা পৰিল শতাধিক ছাত্ৰ-ছাত্ৰী

শোণিতপুৰ জিলাৰ অসম-অৰুণাচল সীমান্তৱৰ্তী চাৰিদুৱাৰত বৃহস্পতিবাৰে বিয়লি হঠাতে অহা এজাক ঘূৰ্ণিবতাহত এখন চৰকাৰী বিদ্যালয়ৰ বিদ্যালয়গৃহৰ টিনপাত উৰুৱাই নিয়াৰ লগতে পাঁচজনকৈ ছাত্ৰ-ছাত্ৰী আহত হোৱাৰ...

Read moreDetails

বিশ্বনাথত আৰক্ষী আৰু চি আৰ পি এফ বাহিনীৰ যৌথ অভিযানত ২৩ কাৰ্টন অবৈধ সুৰা জব্দ

বিশ্বনাথ চাৰিআলি আৰক্ষী আৰু চি আৰ পি এফ বাহিনীৰ যুটীয়া অভিযানত বৃহস্পতিবাৰে সন্ধিয়া জব্দ কৰা হয় বৃহৎ পৰিমানৰ অবৈধ সুৰা।...

Read moreDetails

আৰক্ষীৰ জালত নগাঁও জিলা পৰিষদৰ প্ৰাক্তন উপ-সভানেত্ৰী ৰেণুমাই টেৰনপি

অৱশেষত নগাঁও জিলা পৰিষদৰ প্ৰাক্তন উপ সভানেত্ৰী ৰেণুমাই টেৰনপি আৰক্ষীৰ জালত পৰিছে। উল্লেখ্য যে, যোৱা ২৩ আগষ্টত গুৱাহাটীৰ পৰা অহা...

Read moreDetails

মহানগৰীৰ ভঙাগড়ত শিশু অপহৰণৰ ঘটনাক কেন্দ্ৰ কৰি তীব্ৰ উত্তেজনা : এজনক ৰাইজৰ প্ৰহাৰ

বৃহস্পতিবাৰে নিশা মহানগৰীৰ ভঙাগড়ত শিশু অপহৰণৰ ঘটনা এটাক কেন্দ্ৰ কৰি তীব্ৰ উত্তেজনামূলক পৰিস্থিতিৰ সৃষ্টি হয়। ভঙাগড়ৰ নেমকেয়াৰ হাস্পাতালৰ সন্মুখতে এই...

Read moreDetails

শিৱসাগৰত উদযাপন বিশ্ব পৰ্য্যটন দিৱস

সমগ্ৰ বিশ্বৰ লগতে শিৱসাগৰতো বৃহস্পতিবাৰে পালন কৰা হয় বিশ্ব পৰ্যটন দিৱস। জিলা পৰ্যটক তথ্য বিষয়াৰ কাৰ্যালয়ত দিৱস উদযাপনৰ কাৰ্য্যসূচীৰ অংশৰূপে...

Read moreDetails

মুখ্যমন্ত্ৰীৰ বিশেষ উদ্যোগ : পৰ্যটন ক্ষেত্ৰ হিচাপে গঢ় দিব গুৰুজনাৰ জন্মস্থান বটদ্ৰৱাক

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ পবিত্ৰ জন্মভূমি শ্ৰীশ্ৰী বটদ্ৰৱা থানখনক ধৰ্মীয় আৰু সাংস্কৃতিক পৰ্যটন ক্ষেত্ৰ হিচাপে গঢ়ি তুলিবলৈ অসম চৰকাৰে পদক্ষেপ...

Read moreDetails

মাতৃভূমিত উপস্থিত মাজুলীৰ কন্যা স্বৰ্ণজয়ী ৰুণজুন পেগু; বিভিন্ন দল-সংগঠনৰ আদৰণি

লক্ষ্ণৌত অনুষ্ঠিত হৈ যোৱা ৰাষ্ট্ৰীয় জেভলিন থ্ৰ’ প্ৰতিযোগিতাৰ চিনিয়ৰ শাখাত স্বৰ্ণ পদক জয়েৰে ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হোৱা মাজুলীৰ...

Read moreDetails

বুঢ়ীদিহিঙত উটি অহা গ্ৰেনেড-আবৃত দেহটো আলফা (স্বাধীন) কে’ডাৰ জান অসমৰ?

তিনিচুকীয়া জিলাৰ পেঙেৰী আৰক্ষী থানাৰ অন্তৰ্গত তাকেৰিত বুঢ়ীদিহিং নৈত উটি অহা অৱস্থাত সন্দেহজনক আলফা (স্বাঃ) সদস্য এজনৰ মৃতদেহক লৈ অঞ্চলটোত...

Read moreDetails
Page 5006 of 5961 1 5,005 5,006 5,007 5,961

Stay Connected

Recent News