২৫০ বছৰ পিছত আমেৰিকাত ৰাষ্ট্ৰীয় চৰাই হিচাপে স্বীকৃতি পালে বগামূৰীয়া ঈগলে (Bald eagle)

আনুষ্ঠানিকভাৱে আমেৰিকাৰ ৰাষ্ট্ৰীয় চৰাই হিচাপে স্বীকৃতি দিয়া হৈছে বগামূৰীয়া ঈগলক (Bald Eagle)। যোৱা মঙলবাৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনে এখন আইনত...

Read moreDetails

বিৰাট বিতৰ্ক! ছেম কনষ্টাসক খুন্দিয়াই বিপদত কোহলি; নিষেধাজ্ঞাৰ সন্মুখীন হ’ব পাৰে আইচিচিৰ!

কোহলি এক বিৰাট বিতৰ্কত লিপ্ত হৈ পৰিছে। বক্সিং ডে’ টেষ্টৰ প্ৰথম দিনাই বিৰাট কোহলিয়ে ক্ৰীজত নৱাগত ছেম কনষ্টাসক কান্ধত খুন্দা...

Read moreDetails

শ্ৰাদ্ধকৰ্ম শেষ কৰি থৈছিল পৰিয়ালে; ২৫ বছৰৰ মূৰত ঘৰলৈ উভতি আহিল ‘নিৰুদ্দিষ্ট’ মহিলা

বিধিৰ বিধান খণ্ডাৱ নোৱাৰি! একেৰাহে ২৫ বছৰ ধৰি নিৰুদ্দেশ হৈ থকা এগৰাকী মহিলাৰ পৰিয়ালে তেওঁক মৃত বুলি ধৰি লৈ শ্ৰাদ্ধকৰ্ম...

Read moreDetails

নদীৰ সৈতে নদীৰ সংযোগ! পৰিৱেশবিদৰ সতৰ্কবাণীক আওকাণ কৰি মোদীৰ পদক্ষেপ

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মধ্যপ্ৰদেশত উপস্থিত হৈ এক ঐতিহাসিক নদী সংযোগ প্ৰকল্প - কেন-বেতোয়া নদী সংযোগ প্ৰকল্পৰ শুভাৰম্ভ কৰে। এই প্ৰকল্পটো...

Read moreDetails

নিৰ্বাচনী প্ৰতিবাদৰ মাজতে মোজাম্বিকৰ কাৰাগাৰৰ পৰা পলায়ন ডেৰ হাজাৰৰো অধিক কয়দীৰ

বিতৰ্কিত নিৰ্বাচনৰ ফলাফলৰ পিছত চলি থকা ৰাজনৈতিক অশান্তিৰ সুযোগ লৈ মোজাম্বিকৰ এখন কাৰাগাৰৰ পৰা ১৫০০ৰো অধিক কয়দী পলায়ন কৰিছে বুলি...

Read moreDetails

উত্তৰ দিশলৈ মূৰ ৰাখি কিয় শুব নালাগে? কেৱল শাস্ত্ৰই নহয়, বিজ্ঞানেও কয়…

বয়োজ্যেষ্ঠসকলে কয় যে কোনো কাৰণতে শোৱাৰ সময়ত মূৰটো উত্তৰ দিশলৈ কৰি শুব নালাগে। উত্তৰ দিশলৈ মূৰ থৈ শুলে মৃত্যু হ’ব...

Read moreDetails

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ নিৰ্দেশলৈ ভ্ৰূক্ষেপ নাই বোকাখাত পৌৰসভাৰ; বোকাখাত লতাবাৰীৰ ডাম্পিং গ্ৰাউণ্ড স্থানান্তৰত বিলম্ব

অৱশেষত সংবাদ মাধ্যমৰ ধাৰাবাহিক বাতৰি পৰিৱেশন, আৰ.টি. আই কৰ্মী ৰুহিত চৌধুৰীৰৰ এলানী তথ্য উন্মোচন আদিৰ প্ৰভাৱত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰদূষণৰ...

Read moreDetails

আমোদজনক কাহিনী! জিংগল বেল আচলতে বৰদিনৰ গীত হয়নে? কোনে ৰচিছিল, কিয় গাইছিল?

জিংগল বেলছ, এনেকুৱা এটা নাম, এটা সুৰ, যিটো বৰদিন উদযাপনৰ সৈতে অবিচ্ছেদ্যভাৱে জড়িত। বৰফেৰে ঢকা প্ৰকৃতি, ঘণ্টাৰ শব্দ আৰু বন্ধৰ...

Read moreDetails

Breaking News: মাটি স্পৰ্শ কৰাৰ লগে লগেই বিস্ফোৰণ, ১০০ যাত্ৰীসহ ভাঙি পৰিল বিমান, চাওক ভিডিঅ’

বৰদিন উদযাপনৰ মাজতে ভয়ংকৰ বিমান দুৰ্ঘটনা। কাজাখস্তানৰ আকটাউ বিমানবন্দৰৰ সমীপত যাত্ৰীবাহী বিমান দুৰ্ঘটনা সংঘটিত হৈছে। জানিব পৰা মতে, দুৰ্ঘটনাগ্ৰস্ত বিমানখনত...

Read moreDetails

কোকৰাঝাৰত দুই সন্দেহযুক্ত জেহাদী গ্ৰেপ্তাৰ অসম আৰক্ষীৰ বিশেষ টাস্ক ফ’ৰ্চৰ

কোকৰাঝাৰৰ পৰা অসম আৰক্ষীৰ বিশেষ টাস্ক ফ’ৰ্চে (এছটিএফ)গ্ৰেপ্তাৰ কৰিছে দুজন সন্দেহযুক্ত জেহাদী সদস্যক। শেহতীয়াকৈ উৎখাত কৰা জেহাদী মডিউলৰ ওপৰত অব্যাহত...

Read moreDetails
Page 590 of 5960 1 589 590 591 5,960

Stay Connected

Recent News