প্ৰস্তুতি অবিহনেই নিউজিলেণ্ডৰ বিৰুদ্ধে শৃংখলা খেলিবলৈ নামিছিল নেকি ভাৰত? হোৱাই ৱাশ্ব হোৱাৰ পিছতে প্ৰশ্ন উত্থাপন কৰিলে শচীন টেণ্ডুলকাৰে। ঘৰৰ মাটিত...
Read moreDetailsআটিল শৰীৰে আত্মবিশ্বাস বৃদ্ধি কৰাই নহয় বিভিন্ন ৰোগৰ আশংকাৰ পৰাও ৰক্ষা কৰে। কিন্তু আজিকালি ওজন বৃদ্ধি বহুতৰে বাবে এক ডাঙৰ...
Read moreDetailsশিৱসাগৰ জিলাৰ নামতিবাসীৰ বাবে এটা ভাল খবৰ ॥ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অনুষ্ঠিত হোৱা যোগ প্ৰতিযোগিতাত অংশ লৈ বৃহত্তৰ নামতি অঞ্চললৈ গৌৰৱ...
Read moreDetailsশেহতীয়া সময়ত ভাৰতীয় দলটোৱে ইমান লজ্জাজনক পৰিস্থিতিৰ সন্মুখীন হ’বলগীয়া হোৱা নাছিল। ঘৰৰ মাটিত টিম ইণ্ডিয়াই শেষবাৰৰ বাবে টেষ্টত পৰাস্ত হৈছিল...
Read moreDetailsগুৱাহাটী মহানগৰীৰ আন এখন ৰেষ্টুৰেণ্টত শনিবাৰে নিশা গুৱাহাটী পৌৰ নিগমে হঠাৎ অভিযান চলাই ছীল কৰি দিয়ে। খবৰ অনুসৰি জুৰোডত অৱস্থিত...
Read moreDetailsআমেৰিকাৰ ৰাষ্ট্ৰপতি কোন হ’ব তালৈ সমগ্ৰ বিশ্বই চাই আছে। কমলা হেৰিছ বা ড’নাল্ড ট্ৰাম্প যিয়ে ক্ষমতালৈ নাহক, আমেৰিকাৰ সৈতে সম্পৰ্ক...
Read moreDetailsএইবাৰ উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথক মৃত্যুৰ ভাবুকি দিয়া হৈছে। শনিবাৰে নিশা মুম্বাই আৰক্ষীয়ে লাভ কৰে এক ভাবুকি বাৰ্তা। য'ত...
Read moreDetailsএক মৰ্মান্তিক দুৰ্ঘটনা। ৰে’লপথ চাফা কৰি থাকোঁতে হঠাতে চলন্ত ৰে’লৰ খুন্দা। এই ভয়ংকৰ দুৰ্ঘটনাত একেলগে প্ৰাণ হেৰুৱালে ৰে’লৱেৰ চাৰিজন চাফাই...
Read moreDetailsনতুন ছিজন আৰম্ভ হোৱাৰ পৰাই নৰ্থইষ্ট ইউনাইটেড এফ চি দুৰন্ত ফৰ্মত আছে। আই এছ এলৰ এই দলটোৱে শক্তিশালী মোহন বাগান...
Read moreDetailsআপোনাৰ আটোমটোকাৰিকৈ ৰখা ঘৰখনত নিগনি থাকিলে কেনেকুৱা লাগে? নিগনিৰ উপদ্ৰৱমুক্ত ঘৰ অতি কম। নিগনিয়ে ঘৰত বীজাণু আৰু মলি বিয়পাই আপোনাৰ...
Read moreDetailsGet the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd