মেঘালয়ত উদ্বেগজনকভাৱে বৃদ্ধি পাইছে এইডছ; এইচ আই ভিত আক্ৰান্ত ৩০০ৰো অধিক শিশু

মেঘালয়ত উদ্বেগজনক পৰিস্থিতি। ৩৬৪ টা শিশু এইচ আই ভি আক্ৰান্ত। পৰিস্থিতিৰ সৈতে মোকাবিলা কৰাৰ উপায় সন্ধান কৰা হৈছে। উত্তৰ-পূৰ্বাঞ্চলৰ পৰ্যটন...

Read moreDetails

প্ৰাথমিক শিক্ষকৰ পদৰ বিজ্ঞাপন প্ৰকাশতে দায়িত্ব সামৰিছে অসম চৰকাৰে; তাৎক্ষণিকভাৱে শিক্ষক নিযুক্তিৰ প্ৰক্ৰিয়া সমাপন কৰাৰ দাবী ডিৱাইএফআইৰ

প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ত খালী হৈ থকা ৫৫৫০ টা শিক্ষক পদৰ বাবে ২০২৩ চনৰ ২৬ ডিচেম্বৰতেই বিজ্ঞাপন প্ৰকাশ কৰি...

Read moreDetails

অসমৰ বান সমস্যাক ৰাষ্ট্ৰীয় সমস্যাৰূপে ঘোষণাৰ দাবী ডাঃ ভবেন চৌধুৰীৰ

"অসমৰ ১৯ খন জিলাৰ ৬৭ টা ৰাজহ চক্ৰ এলেকা বানৰ কবলত পৰিছে। ভয়ংকৰ বানে প্ৰাণ কাঢ়ি নিছে ২৭ জন লোকৰ।...

Read moreDetails

ত্যাগ কৰক এই ৭টা বস্তু, অচিৰেই আহিব সফলতা! শিক্ষাৰ্থীসকলক উদ্দেশ্যি কৈছিল চাণক্যই

চাণক্য আছিল এজন অৰ্থনীতিবিদ, দাৰ্শনিক আৰু ৰাজ উপদেষ্টা তথা অৰ্থশাস্ত্ৰ নামৰ ৰাজনীতি বিজ্ঞানৰ বিখ্যাত গ্ৰন্থখনৰ লেখক। তেওঁ প্ৰাচীন ভাৰতৰ অন্যতম...

Read moreDetails

পেটৰ তাড়নাত বিচাৰি গৈছিল মাছ! দুই মাছমৰীয়া ভাই-ককাইক এনকাউণ্টাৰ বনকৰ্মীৰ

নগাঁৱৰ লাওখোৱা অভয়াৰণ্যত বন বিভাগৰ এনকাউন্টাৰ নিহত হৈছে দুজন মাছুৱৈ। নগাঁৱৰ লাওখোৱা অভয়াৰণ্য চৰাইহাগী বন শিবিৰ এলেকাত মনে মনে মাছ...

Read moreDetails

অসমৰ প্ৰসিদ্ধ কণ্ঠশিল্পী দ্বীপেন বৰুৱালৈ ‘ৰঙালী’ৰ মঞ্চত জীৱনজোৰা সাধনা বঁটা

গুৱাহাটী খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত আজিৰ পৰা আৰম্ভ অসমৰ সৰ্ববৃহৎ অনুষ্ঠান ৰঙালীৰ অষ্টম সংস্কৰণ। ২১ জুন দশম আন্তঃৰাষ্ট্ৰীয় যোগ...

Read moreDetails

কৰ্মচাৰীক শোষণৰ অপৰাধত ব্ৰিটেইনৰ অন্যতম ধনী হিন্দুজা পৰিয়ালৰ চাৰিজন সদস্যক কাৰাদণ্ড

ব্ৰিটেইনৰ আটাইতকৈ ধনী ভাৰতীয় মূলৰ হিন্দুজা পৰিয়ালক ছুইজাৰলেণ্ডৰ আদালতে কৰ্মচাৰীক শোষণৰ অপৰাধত দোষী সাব্যস্ত কৰিছে। একেটা পৰিয়ালৰ চাৰিজন সদস্যক ৪...

Read moreDetails

আজিৰে পৰা শক্তিপীঠ কামাখ্যাত মহা অম্বুবাচী মেলা; দৰ্শনাৰ্থীৰ বাবে কি নীতি-নিৰ্দেশনা প্ৰশাসনৰ?

নীলাচল পাহাৰৰ বুকুত আজিৰে পৰা আৰম্ভ হৈছে মহা অম্বুবাচী মেলা। ইতিমধ্যে প্ৰতিবছৰৰ দৰে এইবাৰো দেশৰ বিভিন্ন প্ৰান্তৰ পৰা অহা অগণন...

Read moreDetails

Euro 2024: আগবাঢ়িও পৰাস্ত শ্লোভাকিয়া, দুৰ্দান্ত প্ৰত্যাৱৰ্তনেৰে ২-১ গ’লত জয়ী যুদ্ধবিধ্বস্ত ইউক্ৰেইন

ইউৰোত গ্ৰুপ ‘ই’ৰ যুঁজখন আকৰ্ষণীয় হৈ পৰিছে। প্ৰথমখন মেচত বেলজিয়ামক পৰাস্ত কৰি চমক দিছিল শ্লোভাকিয়াই। কিন্তু শুকুৰবাৰে তেওঁলোকে প্ৰথমে গ’ল...

Read moreDetails

প্ৰশ্নকাকত ফাদিল বিতৰ্কৰ মাজতে NTA-ই স্থগিত ৰাখিলে CSIR-UGC NET পৰীক্ষা

NET পৰীক্ষাৰ পিছত পিছুৱাই দিয়া হৈছে CSIR-UGC NET পৰীক্ষা। সমগ্ৰ দেশতে প্ৰশ্নকাকত ফাদিলৰ বিতৰ্কৰ মাজতে ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থা (NTA)ই সৰ্বভাৰতীয়...

Read moreDetails
Page 758 of 5963 1 757 758 759 5,963

Stay Connected

Recent News