নেৰানেপেৰা বৰষুণত জলস্তৰ বৃদ্ধি ব্ৰহ্মপুত্ৰকে ধৰি উত্তৰ-পূবৰ ভালেকেইখন নদীৰ

বিগত কিছুদিনৰ পৰা হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত ব্ৰহ্মপুত্ৰকে ধৰি উত্তৰ-পূৰ্বাঞ্চলৰ ভালেকেইখন মুখ্য নদীৰ জলপৃষ্ঠ ওফন্দি উঠিছে। কেন্দ্ৰীয় জল আয়োগে...

Read moreDetails

প্ৰলয়ংকাৰী ঘূৰ্ণী বতাহ ‘ফেনি’ৰ গতিবেগ অসমত কিমান হোৱাৰ সম্ভাৱনা?

ওড়িশাত হোৱা প্ৰলয়ংকাৰী ঘূৰ্ণী বতাহ 'ফেনি'ৰ প্ৰভাৱ অসমতো পৰাৰ সম্ভাৱনা। অৱশ্যে ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰা জাননী অনুসৰি এই...

Read moreDetails

ভয়াৱহ গতিত অসম অভিমুখী ফেনি, বংগোপ সাগৰত শক্তিবৃদ্ধি; শনিবাৰে হ’ব প্ৰচণ্ড বৰষুণ

চেফিৰ চিম্পছন হাৰিকে’ন ৱিন্দ স্কে’ল (Saffir-Simpson Hurricane Wind Scale)ত ১ নং কেতে’গৰিৰ ধুমুহাৰূপে চিনাক্ত ফেনি ভয়াৱহ গতিৰে আগবাঢ়িছে উত্তৰ-পূব অভিমুখে।...

Read moreDetails

শ্বিলঙৰ এফ চি আই গুডামৰ সমীপত দুৰ্বৃত্তৰ অগ্নি সংযোগ; ট্ৰাক ভস্মীভূত

মেঘালয়ৰ ৰাজধানী শ্বিলঙৰ মাউৰহত থকা এফ চি আই গুডামৰ সমীপত ৰখাই থোৱা ৩খনকৈ ট্ৰাকত কালি মাজনিশা কোনো অচিনাক্ত দুৰ্বৃত্তই অগ্নি...

Read moreDetails

পবিত্ৰ কাশীত মহানায়ক প্ৰণামত শাৰী বিধেয়ক বিৰোধিতাৰ চং দিয়া উত্তৰ-পূবৰ নায়কগণ

লোকসভা নিৰ্বাচনৰ প্ৰাৰ্থীৰূপে বাৰাণসীত শুকুৰবাৰে নৰেন্দ্ৰ মোদীৰ মনোনয়ন দাখিল পৰ্বত বাধ্য সৈনিকৰ দৰে উপস্থিত থাকে বিজেপি প্ৰতিপালিত নাগৰিকত্ব বিধেয়ক বিৰোধিতাৰে...

Read moreDetails

শ্ৰীলংকাৰ ভয়ংকৰ বোমা বিস্ফোৰণক গৰিহণা মেঘালয় আৰু নাগালেণ্ডৰ মুখ্য মন্ত্ৰীৰ

দ্বীপৰাষ্ট্ৰ শ্ৰীলংকাত আজি হোৱা ভয়ংকৰ বোমা বিস্ফোৰণৰ ঘটনাক গৰিহণা দিছে মেঘালয় আৰু নাগালেণ্ডৰ মুখ্য মন্ত্ৰীয়ে। “শ্ৰীলংকাত গীৰ্জা আৰু নিৰীহৰ ওপৰত...

Read moreDetails

মাজুলীলৈ নাহিল স্বীকৃতি; বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ বাবে কেন্দ্ৰৰ মনোনয়ন ‘গাৰো পাহাৰ সংৰক্ষিত অঞ্চল’ক

বিশ্ব ঐতিহ্যক্ষেত্ৰৰ তালিকাত স্থান লাভৰ দিশত এটা খোজ প্ৰকৃতিৰ অপূৰ্ব শোভাই বাস কৰা মেঘালয়ৰ ‘গাৰো পাহাৰ সংৰক্ষিত অঞ্চল’ (GHCA)ৰ। দক্ষিণ...

Read moreDetails

মেঘালয়ৰ গাৰো পাহাৰত উদ্ধাৰ অসমৰ ব্যৱসায়ীৰ মৃতদেহ

মেঘালয়ৰ গাৰো পাহাৰত আজি উদ্ধাৰ হয় দেওবাৰৰ পৰা অপহৃত হৈ থকা অসমৰ ব্যৱসায়ী নুৰ আজিজৰ মৃতদেহ। পূৱ গাৰো পাহাৰ জিলাৰ...

Read moreDetails

মোদীৰ সন্মুখতে আত্মহত্যাৰ সকীয়নি শ্বিলং লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থীৰ

পুনৰ শাসনলৈ আহিলে নাগৰিকত্ব বিধেয়ক গৃহীত কৰিব বুলি প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী তথা বিজেপিয়ে লোকসভা নিৰ্বাচনত গ্ৰহণ কৰা ৰাষ্ট্ৰীয় সংকল্পৰ...

Read moreDetails

গাৰো পাহাৰৰ ৰাভা ভাই-ভনীৰ মাজত ৰঙালীৰ উলাহ, মাণিকগঞ্জত দিনে-নিশাই বিহুৰ আখৰা

সমগ্ৰ অসমৰ লগতে চুবুৰীয়া মেঘালয়ৰ গাৰো পাহাৰবাসী ৰাভা ভাই-ভনীসকলৰ মাজলৈয়ো আহিছে ৰঙালীৰ উলাহ৷ উত্তৰ গাৰো পাহাৰ জিলাৰ মাণিকগঞ্জ, জংলা, ৰোম,...

Read moreDetails
Page 38 of 84 1 37 38 39 84

Stay Connected

Recent News