নামানে বিধেয়ক, মোদীকে চিধা জনাই দিলে মিজোৰাম বিজেপিয়ে

নাগৰিকত্ব বিধেয়কৰ বিৰুদ্ধে অসমৰ খিলঞ্জীয়াৰ সৰ্বাত্মক বিৰোধক বিজেপিয়ে বুঢ়া আঙুলি দেখুওৱাৰ বিপৰীতে দলটোৰ মিজোৰাম প্ৰদেশে এইক্ষেত্ৰত স্পষ্ট বিৰোধিতা চিধা জনাই...

Read more

কেপ্তেইনক ‘চুমা’ খাই বৰ্খাস্ত ভাৰতীয় সেনাৰ মে’জৰ জেনেৰেল

এগৰাকী মহিলা কেপ্তেইনক যৌন নিৰ্য্যাতন চলোৱাৰ অভিযোগত এম এছ জচৱাল নামৰ ভাৰতীয় সেনাৰ মে’জৰ জেনেৰেল এজনক বৰ্খাস্তকৰণৰ নিৰ্দেশ দিছে জেনেৰেল...

Read more

নাগা বিদ্ৰোহী জেনেৰেল খ’লিলৈ ডিমাপুৰত বিদায় সম্ভাষণ; একাকাৰ চৰকাৰ-বিৰোধী, সতীৰ্থ-গুণমুগ্ধ

নাগা জাতীয় সেৱা (Naga National Service)ত আজীৱন সেৱা আগবঢ়াই ৯০ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰা এন এচ চি এন...

Read more

ডিমাপুৰৰ লিভিষ্টোন ফাউণ্ডেশ্যন এইচ্চ এছ স্কুললৈ ভাৰতৰ শীৰ্ষতম বিদ্যালয়ৰ বঁটা

ইডুকেশ্যন টুডে’ৰ এটা শেহতীয়া সমীক্ষা অনুসৰি, ডিমাপুৰৰ লিভিষ্টোন ফাউণ্ডেশ্যন উচ্চতৰ মাধ্যমিক বিদ্যালয় (LFHSS) সহ-পাঠ্যক্ৰম শিক্ষাৰ ক্ষেত্ৰত শীৰ্ষতম স্থান লাভ কৰিছে।...

Read more

অভূতপূৰ্ব দৰ্শকৰ সমাহাৰেৰে সামৰণি পৰিল নাগালেণ্ডৰ ‘হৰ্নবিল মহোৎসৱ’

যোৱা ১ ডিচেম্বৰৰ পৰা নাগালেণ্ডৰ ৰাজধানী চহৰ কোহিমাৰ পৰা ১০ কিঃমিঃ দূৰত অৱস্থিত কিছামা হেৰিটেজ ভিলেজত ১০ দিনীয়াকৈ অনুষ্ঠিত হোৱা...

Read more

বেংগালুৰুৰ ৰ’ক বেণ্ডে জিনিলে হৰ্নবিল ইণ্টাৰনেশ্যনেল ৰ’ক কন্টেষ্ট

নাগালেণ্ডৰ হৰ্নবিল মহোৎসৱৰ লগত সংগতি ৰাখি আয়োজন কৰা হৰ্নবিল ইণ্টাৰনেশ্যনেল ৰ'ক কন্টেষ্টত বেংগালুৰুৰ ৰ'ক বেণ্ড পাৰ্ফেক্ট ষ্ট্ৰেঞ্জাৰ্ছে শ্ৰেষ্ঠ বেণ্ডৰ খিতাপ...

Read more

নাগালেণ্ডৰ হৰ্নবিল মহোৎসৱ : দ্বিতীয় দিনালৈকে ৬০,০০০ দৰ্শকৰ উপস্থিতি

শনিবাৰে নাগালেণ্ডৰ ৰাজধানী চহৰ কোহিমাৰ পৰা ১০ কিঃমিঃ দূৰত অৱস্থিত কিছামা হেৰিটেজ ভিলেজত উদ্বোধন হোৱা হৰ্নবিল মহোৎসৱত দেশৰ বিভিন্ন স্থানৰ...

Read more

১ লাখ টকাত ডিমাপুৰৰ শ্বাৰ্প শ্বুটাৰে হাফলঙলৈ আহি কাৰ্য্যালয়তে গুলীয়াইছিল বিষয়াক

ডিমাপুৰৰ পৰা আহি চুপাৰি শ্বাৰ্প শ্বুটাৰে গুলীয়াইছিল হাফলঙৰ খাদ্য আৰু অসামৰিক বিষয়া ৰূপম দিব্ৰাগেডে ওৰফে ডনাল্ডক। ঘটনাটোৰ মাষ্টাৰমাইণ্ড আৰু সহযোগী...

Read more
Page 2 of 36 12336

Recent News