সাধাৰণ লোকৰ মাজত বিজ্ঞানমনষ্কতা প্ৰসাৰৰ লক্ষ্যৰে সজাগতামূলক কৰি অহা ৰাজ্যৰ অন্যতম প্ৰগতিশীল অনুষ্ঠান ইলোৰা বিজ্ঞান মঞ্চৰ বৃহত্তৰ ঢেকিয়াজুলি শাখাৰ এখন...
Read moreDetailsৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ প্ৰভাৱৰ বাবে শীতকালত ইউৰোপত ইন্ধনৰ সংকটৰ সম্ভাৱনা আছে। যদি ৰাছিয়াই ইন্ধন যোগান নধৰে, ইউৰোপৰ বিভিন্ন পৰিস্থিতিৰ অৱনতি হ'ব...
Read moreDetailsউচ্চতম ন্যায়ালয়ে দিয়া এক গুৰুত্বপূৰ্ণ ৰায়ত অৰ্থনৈতিকভাৱে পিছপৰা শ্ৰেণীকো সংৰক্ষণৰ অধীনলৈ অনাৰ সপক্ষে মতপোষণ কৰিছে। পাঁচ জনীয়া বিচাৰপীঠে কয় যে...
Read moreDetailsইউক্ৰেইনৰ সামৰিক বাহিনীয়ে ৰাছিয়া নিয়ন্ত্ৰিত খেৰচন অঞ্চলৰ কাখোভকা জলবিদ্যুৎ প্ৰকল্পত আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিৰ্মিত হিমাৰ্ছ মিছাইলেৰে আক্ৰমণ চলাইছে। জলবিদ্যুৎ প্ৰকল্পৰ এখন...
Read moreDetailsইয়াৰ প্ৰায় ৫০ শতাংশ কৰ্মচাৰীৰ চাকৰি কৰ্তন কৰাৰ মাত্ৰ দুদিন পিছতে টুইটাৰে পুনৰ তেওঁলোকক ঘূৰাই মাতিছে। এলন মাস্কৰ টুইটাৰে এতিয়া...
Read moreDetailsকেন্দ্ৰীয় চৰকাৰে ভাৰতত বাংলাদেশী নাগৰিকৰ অবৈধ বসবাসৰ বিষয়ে সতৰ্কতা জাৰি কৰিছে। ৰাজ্য তথা কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ আৰক্ষী সঞ্চালক প্ৰধানক পশ্চিম...
Read moreDetailsফেচবুকৰ মূল কোম্পানী মেটাই বৃহৎ সংখ্যক কৰ্মচাৰীক ছাঁটাই কৰা কাম আৰম্ভ কৰিবলৈ আগবাঢ়িছে। আন্তৰ্জাতিক সংবাদ সংস্থাৰ বাতৰি অনুসৰি এই অভিযান...
Read moreDetailsনৱেম্বৰৰ দ্বিতীয় সপ্তাহত বাংলাদেশৰ চিটাগং পাহাৰীয়া অঞ্চলৰ দুখন গাঁৱত অসমৰ ১৫ জনীয়া সাংস্কৃতিক দলে বিহু আৰু বাগৰুম্বা প্ৰদৰ্শন কৰিব। দেওবাৰে...
Read moreDetailsঅসমৰ চুবুৰীয়া ৰাজ্য ত্ৰিপুৰাত সংঘটিত এক নৃশংস হত্যাকাণ্ডই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। ৰাজ্যখনৰ ধলাই জিলাৰ এখন ভিতৰুৱা গাঁৱত এগৰাকী কিশোৰে...
Read moreDetailsতিৰুমালা তিৰুপতি মন্দিৰ কৰ্তৃপক্ষই নগদ ধন আৰু সোণকে ধৰি মন্দিৰৰ মুঠ সম্পত্তি ঘোষণা কৰিছে । তেওঁলোকে প্ৰকাশ কৰা শ্বেতপত্ৰ অনুসৰি...
Read moreDetailsGet the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd