উত্তৰ-পূব

বালিত উপস্থিত হোৱাৰ পিছতে অসুস্থ ৰাছিয়াৰ বৈদেশিক মন্ত্ৰী লাভৰভ; চিকিৎসালয়ত ভৰ্তি!

মঙলবাৰে ইণ্ডোনেছিয়াৰ বালিত জি-২০ সন্মিলন অনুষ্ঠিত হ'ব। ৰাছিয়াৰ বৈদেশিক মন্ত্ৰী ছেৰ্গেই লাভৰভে সন্মিলনত ৰাছিয়াক প্ৰতিনিধিত্ব কৰিছে। আন্তৰ্জাতিক একাংশ সংবাদ সংস্থাৰ...

Read moreDetails

ভাৰতৰ নব নিযুক্ত মুখ্য ন্যায়াধীশৰ পৰা আমি কি আশা কৰোঁ?

যোৱা ৯ নৱেম্বৰৰ দিনা ন্যায়াধীশ ডি ওৱাই চন্দ্ৰচূড়ে ভাৰতৰ ৫০ তম মুখ্য ন্যায়াধীশ হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰিছে।উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশজন...

Read moreDetails

মোডীৰ সমাৱেশত ভাড়াতীয়া ‘সমৰ্থক’! আধা টকা পৰিশোধ কৰাত প্ৰতিবাদ; লজ্জানত বিজেপি

বেংগালুৰুত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সমাৱেশত ভাড়া কৰি অনা হৈছিল 'সমৰ্থক'! অভিযোগ কৰা হৈছে যে সেই সমৰ্থকসকলক প্ৰতাৰণা কৰা হৈছে। স্থানীয়...

Read moreDetails

বীভৎস! প্ৰেয়সীক হত্যা কৰি ৩৫ টুকুৰা কৰিলে প্ৰেমিকে! হত্যাকাৰী প্ৰেমিকক গ্ৰেপ্তাৰ আৰক্ষীৰ

এক নৃসংশ হত্যাকাণ্ড পোহৰলৈ আহিছে। এজন যুৱকে নিজৰ প্ৰেয়সীক হত্যা কৰি শৰীৰটো ৩৫ টুকুৰা কৰি বিভিন্ন স্থানত খণ্ডকৈ খণ্ডকৈ পেলাই...

Read moreDetails

দৌৰি তৎ পোৱা নাই নাড্ডা-শ্বাহ! গুজৰাটত নতুন, দলত্যাগীসকলক টিকট দি সংকটত বিজেপি

Amit Shah rushes to Gujarat to douse rebellion প্ৰাৰ্থীৰ তালিকা প্ৰকাশ হোৱাৰ লগে লগে গুজৰাট বিজেপিৰ ভিতৰচ’ৰাত প্ৰায় বিদ্ৰোহৰ জুই...

Read moreDetails

শিৱসাগৰৰ কোঁৱৰপুৰত অঘটন: দলঙৰ পৰা জঁপিয়াই আত্মহত্যাৰ চেষ্টা বৃদ্ধাৰ

শিৱসাগৰ জিলাৰ কোঁৱৰপুৰ অঞ্চলত কিছু সময় পূৰ্বে সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। অঞ্চলটোৰ মাজেৰে পাৰ হৈ যোৱা দিখৌ নদীৰ ওপৰত...

Read moreDetails

মাটিয়াত হাতীৰ গচকত মৃত্যু মাতৃ-পুত্ৰৰ; বন বিভাগৰ বিৰুদ্ধে ক্ষোভ স্থানীয় ৰাইজৰ

গোৱালপাৰাৰ মাটিয়া কাৰিপাৰাত সংঘটিত হৈছে এক শোকাৱহ ঘটনা। পুৱতি নিশা এটা অকলশৰীয়া প্ৰকাণ্ড হাতীৰ গচকত মৃত্যু হ’ল মাতৃ আৰু পুত্ৰৰ...

Read moreDetails

শ্বাহৰ অধিবক্তা হোৱাৰ পুৰস্কাৰ নাছিল পদ; ৰিজিজুৰ কলেজিয়াম প্ৰশ্নৰো উত্তৰ প্ৰাক্তন মুখ্য ন্যায়াধীশৰ

ভাৰতৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ উদয় উমেশ ললিতে ছোহৰাবুদ্দিন শ্বেখ ভুৱা এনকাউণ্টাৰ গোচৰত অমিত শ্বাহৰ অধিবক্তা হিচাপে কাম কৰাৰ কথা স্বীকাৰ...

Read moreDetails

ভাৰতত পুনৰ ভূমিকম্প; এইবাৰ কঁপি উঠিল পঞ্জাৱ

Earthquake hits Punjab this morning নেচনেল চেণ্টাৰ ফৰ চিচমোলজি-য়ে জানিবলৈ দিয়া মতে দেওবাৰ আৰু সোমবাৰৰ মাজনিশা পঞ্জাৱৰ অমৃতসৰত ৰিখটাৰ স্কেলত...

Read moreDetails

স্লোভেনিয়াৰ প্ৰথম মহিলা ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত নাটাছা; আছিল মেলানিয়া ট্ৰাম্পৰ অধিবক্তা

আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰাক্তন ফাৰ্ষ্ট লেডী মেলানিয়া ট্ৰাম্পৰ অধিবক্তা নাটাছা পিৰক মুছাৰ স্লোভেনিয়াৰ প্ৰথম গৰাকী মহিলা ৰাষ্ট্ৰপতি নিৰ্বাচিত হৈছে। নাটাছা আইনী...

Read moreDetails
Page 1361 of 6192 1 … 1,360 1,361 1,362 … 6,192

Stay Connected

Recent News