উত্তৰ-পূব

শততম টেষ্টত শতক বা অৰ্দ্ধশতক কৰিব নোৱাৰিলেও বিৰাট অভিলেখ স্পৰ্শ কৰিলে কোহলিয়ে

মোহালিত শ্ৰীলংকাৰ বিৰুদ্ধে খেলা বিৰাট কোহলিৰ শততম টেষ্টখনক লৈ ক্ৰিকেট অনুৰাগীসকলৰ মাজত ব্যাপক উৎসুকতা দেখা গৈছিল। অৱশ্যে দৰ্শকৰ প্ৰত্যাশা পূৰণ...

Read moreDetails

নিলামত বিক্ৰী কৰাৰ প্ৰস্তুতি গুৱাহাটী ক্ৰীড়াগ্ৰামৰ ৩০টা ফ্লেট

গুৱাহাটী ক্ৰীড়াগ্ৰামৰ ৩০টাকৈ ফ্লেট নিলামৰ বাবে যাৱতীয় সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে অসম ৰাজ্যিক গৃহ নিৰ্মাণ পৰিষদে । অসম ৰাজ্যিক...

Read moreDetails

ৰাছিয়াক ইউক্ৰেইনত ‘গুলীবৰ্ষণ, বোমা বিস্ফোৰণ, ধ্বংস, হত্যা বন্ধ কৰিবলৈ’ আহ্বান অভিনেতা আদিল হুছেইনৰ

আন্তৰ্জাতিক পৰ্যায়ত বহু প্ৰশংসিত অসমৰ অভিনেতা আদিল হুছেইনে ৰাছিয়াক ইউক্ৰেইনত "গুলীবর্ষণ, বোমা বিস্ফোৰণ, ধ্বংস, হত্যা আদি বন্ধ কৰিবলৈ" আহ্বান জনাইছে।...

Read moreDetails

পাকিস্তানৰ পেছোৱাৰত নামাজৰ সময়তে মছজিদত বিস্ফোৰণ,নিহত কমেও ৩০ জন লোক

বিগত কিছুদিন ধৰি শান্ত হৈ থকা পাকিস্তানক আজি কঁপাই গ'ল এক ভয়ংকৰ বোমা বিস্ফোৰণে। আজি শুকুৰবৰীয়া নামাজৰ সময়তে দেশ খনৰ...

Read moreDetails

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ব্ৰহ্মপুত্ৰৰ চাপৰিত ঘৰিয়াল: বন্যপ্ৰাণী গৱেষকৰ মাজত চাঞ্চল্য

বিশ্ব বন্যপ্ৰাণী দিৱসৰ দিনাই ব্ৰহ্মপুত্ৰত ঘৰিয়ালৰ সন্ধান পোৱা গৈছে ৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ষষ্ঠ সংযোজন এলেকাৰ শিলঘাটৰ এটা চাপৰিত দেখিবলৈ...

Read moreDetails

“মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বৰ বিজেপি চৰকাৰখনে অসমীয়া জাতি সত্তাৰ ভেঁটি ধ্বংস কৰাত লাগি পৰিছে”-অজিত কুমাৰ ভূঞা

শুকুৰবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞাই এক সংবাদমেল অনুষ্ঠিত কৰি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বৰ বিজেপি...

Read moreDetails

কাজিৰঙাত চোৰাং কাঠসহ বাহন জব্দ

কাজিৰঙাত অব্যাহত আছে কাঠৰ চোৰাং সৰবৰাহ। শুক্ৰবাৰে বন বিভাগে অভিযান চলাই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দাঁতিকাষৰীয়া ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত অভিযান...

Read moreDetails

বঙাইগাঁও পৌৰসভা এলেকাত ড্ৰাই ডে ঘোষণা

অহা ৬ মাৰ্চত অনুষ্ঠিত হ'বলগীয়া বঙাইগাঁও পৌৰসভা নিৰ্বাচন সুকলমে অনুষ্ঠিত কৰাৰ বাবে বঙাইগাঁও জিলাৰ উপায়ুক্ত ডা:এম এছ লক্ষ্মী প্ৰিয়াই পৌৰসভা...

Read moreDetails

গোৱালপাৰা জিলাৰ আগিয়াত বিশ্ব শ্ৰৱন দিৱস উদযাপন

গোৱালপাৰা জিলাৰ আগিয়াত বৃহস্পতিবাৰে বিশ্ব শ্ৰৱন দিৱস উদযাপন কৰাহয়৷ ৰাষ্ট্ৰীয় বধিৰতা নিয়ন্ত্ৰণ আৰু প্ৰতিৰোধ আচঁনি চমুকৈ NPPCD অধীনত জিলা স্বাস্থ্য...

Read moreDetails

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ এনিমেল ক’ৰিডৰত থকা দুখনকৈ ধাবা উচ্ছেদ কৰিলে প্ৰশাসনে

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ এনিমেল ক’ৰিডৰৰ অন্তৰ্গত কলিয়াবৰ মহকুমাৰ ৰাঙলুস্থিত দুখনকৈ ধাবাত প্ৰশাসনে আজি উচ্ছেদ অভিযান চলায়। কলিয়াবৰ ৰাঙলুৰ Go green...

Read moreDetails
Page 1707 of 6193 1 … 1,706 1,707 1,708 … 6,193

Stay Connected

Recent News