উত্তৰ-পূব

পুৱা ১১ বজাতে দোকান-পোহাৰ বন্ধ! : কি হ’ব সুৰাপায়ীসকলৰ? কেতিয়া খুলিব সুৰাৰ বিপণী?

ৰাজ্যত কোভিড পৰিস্থিতি ক্ৰমাৎ গুৰুতৰ ৰূপ ধাৰণ কৰাৰ পৰিপ্ৰেক্ষিতত পুনৰ নতুন কোভিড বিধি বলৱৎ কৰাৰ কথা ঘোষণা কৰিছে ৰাজ্যৰ প্ৰশাসনে।...

Read moreDetails

ক্ৰৱেছিয়াত বিমানৰ ভিতৰতে আবদ্ধ কৰি ৰখা হ’ল চাৰি ভাৰতীয় পাইলট-এয়াৰ হোষ্টেছক, কিন্তু কিয়?

ক্ৰৱেছিয়াত বিমানৰ ভিতৰতে আবদ্ধ হৈ থাকিবলগীয়া হ’ল ভাৰতৰ পৰা বিমান উৰুৱাই যোৱা চাৰি গৰাকীকৈ পাইলটকে ধৰি আন কেইবাগৰাকীও বিমান কৰ্মীয়ে।...

Read moreDetails

ৰাজ্যত পুনৰ নতুন কোভিড বিধি : সান্ধ্য আইনৰ সময় বৃদ্ধি, দোকান-পোহাৰ খোলাৰ সময় হ্ৰাস

ৰাজ্যৰ কোভিড পৰিস্থিতিৰ উন্নত নোহোৱাৰ পৰিপ্ৰেক্ষিতত ৰাজ্যত পুনৰ নতুন কোভিড বিধি বলৱৎ কৰা হৈছে। ১৬ মে’ৰ পৰা নতুন কোভিড বিধি...

Read moreDetails

ক’ভিড নীতি অমান্য : আৰ ডি জুনিয়ৰ কলেজৰ ১২ গৰাকী শিক্ষক-কৰ্মচাৰীক আটক

সমগ্ৰ দেশতে  কৰ'না ভাইৰাছৰ ব্যাপক সংহাৰ চলি থকাৰ সময়তে অসমতো কভিড-১৯ নিয়ন্ত্রণৰ বাবে ৰাজ্য চৰকাৰে ১৩মেৰ পৰা জাৰি কৰা কঠোৰ...

Read moreDetails

নগাঁৱত কোভিড পৰিস্থিতিৰ বুজ ল’লে স্বাস্থ্য মন্ত্ৰীয়ে : বিৰোধী সাংসদ প্ৰদ্যুৎ বৰদলৈৰ সৈতেও আলোচনা

অসমৰ স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই শনিবাৰে নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয় পৰিদৰ্শন কৰি চিকিৎসালয়খনে কোভিড-১৯ পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ গ্ৰহণ...

Read moreDetails

মমতা বেনাৰ্জীৰ ভাতৃ অসীম বেনাৰ্জীৰ কোভিডত মৃত্যু

কোভিডৰ সংক্ৰমণে দেশত বিষম পৰিস্থিতিৰ সৃষ্টি কৰাৰ সময়তে আজি বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ ভাতৃ অসীম বেনাৰ্জীৰ কোভিডত মৃত্যু ঘটে। প্ৰাপ্ত...

Read moreDetails

অসম চিকিৎসা মহাবিদ্যালয়লৈ বিচিপিএলে আগবঢ়াইছে ১.৫০ কোটি টকাৰ অনুদান

ডিব্ৰুগড়স্থিত অসম চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়লৈ ১.৫০ কোটি টকা অনুদান আগবঢ়াইছে ব্ৰহ্মপুত্ৰ ক্ৰেকাৰ আৰু পলিমাৰ লিমিটেড(BCPL)এ। চিকিৎসা মহাবিদ্যালয়খনৰ জৰুৰী সেৱা...

Read moreDetails

ৰাজ্যত পুনৰ কিশোৰীক ধৰ্ষণ : কোকৰাঝাৰত ৮ বছৰ ধৰি কিশোৰীক ধৰ্ষণ অসম আৰক্ষীৰ এগৰাকী বেটেলিয়নৰ

ৰাজ্যত অন্য এক জঘন্য ধৰ্ষণৰ ঘটনা পোহৰলৈ আহিছে | এই জঘন্য ঘটনা ঘটিছে কোকৰাঝাৰত। জানিব পৰা মতে কোকৰাঝাৰ চৰাইখলাস্থিত 7...

Read moreDetails

ভয়াৱহ কোভিড পৰিস্থিতিত মুখ্যমন্ত্ৰীলৈ ১২ টা পৰামৰ্শৰে অসম জাতীয় পৰিষদৰ স্মাৰকপত্ৰ

কোভিড পৰিস্থিতিক লৈ মুখ্যমন্ত্ৰীলৈ AJP য়ে আজি এখন  স্মাৰক পত্ৰ প্ৰদান কৰে। ৰাজ্যৰ মুখ্য সচিবৰ হাতত প্ৰদান কৰে এই পত্ৰ।...

Read moreDetails

ডাইনিং টেবুলত পাৰিলে জাতীয় পতাকা, বঙাইগাঁৱত মহিলাসহ পাঁচ গৰাকী লোকক গ্ৰেপ্তাৰ

জাতীয় পতাকাক চূড়ান্ত অপমান কৰি গ্ৰেপ্তাৰ হ’বলগীয়া হ’ল মহিলাসহ পাঁচ গৰাকীকৈ ব্যক্তি। ঘটনাটো বঙাইগাঁও জিলাৰ অভয়াপুৰীৰ টেংনামাৰী অঞ্চলৰ। টেংনামাৰী নিবাসী...

Read moreDetails
Page 2247 of 6168 1 2,246 2,247 2,248 6,168

Stay Connected

Recent News