উত্তৰ-পূব

মহিলা ক্ৰিকেট : ভাৰতৰ মিথালী ৰাজে সংগ্ৰহ কৰিলে ১০,০০০ আন্তঃৰাষ্ট্ৰীয় ৰাণ

ভাৰতীয় মহিলা ক্ৰিকেট দলৰ অধিনায়িকা মিথালী ৰাজ শুকুৰবাৰে এক অনন্য অভিলেখৰ গৰাকী হৈছে। আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত দ্বিতীয়গৰাকী মহিলা ক্ৰিকেটাৰ হিচাপে তেওঁ...

Read moreDetails

অখিল গগৈৰ নিৰ্বাচনী প্ৰতীক চিহ্ন হ’ব গেছ চিলিণ্ডাৰ

ৰাইজৰ দলৰ শিৱসাগৰ সমষ্টিৰ প্ৰাৰ্থী অখিল গগৈৰ নিৰ্বাচনী প্ৰতীক চিহ্ন প্ৰদান; গেছ চিলিণ্ডাৰ হব অখিল গগৈৰ প্ৰতীক চিহ্ন। আজি শিৱসাগৰ...

Read moreDetails

সুখবৰ! অপূৰ্ব কুমাৰ শইকীয়ালৈ সাহিত্য অকাডেমী বঁটা, দ্বিজেন কুমাৰ দাসলৈ যুৱ সাহিত্য বঁটা

২০২০ চনৰ সাহিত্য একাডেমী বঁটা ঘোষণা কৰা হৈছে। অসমৰ জনপ্ৰিয় গল্পকাৰ অপূৰ্ব কুমাৰ শইকীয়া আৰু কবি দ্বীজেন কুমাৰ দাসে এই...

Read moreDetails

বানে ছিগা কৃষ্ণাই ভেলাখামাৰ লালাবৰি গড়কাপ্তানি পথৰ বিধ্বস্ত অৱস্থাই উদঙাইছে পৰিৱৰ্তনৰ স্বৰূপ

কৃষ্ণাই-ভেলাখামাৰ-লালাবৰি সংযোগী পথটো এটা অতি গুৰুত্বপূৰ্ণ গড়কাপ্তানি পথ ৷ কৃষ্ণাই মৰনৈ গড়কাপ্তানি পথৰ খাৰিজা মানিকপুৰৰ পৰা ভেলাখামাৰ হৈ লালাবৰি বজাৰ...

Read moreDetails

তেজপুৰত মনোনয়ন প্ৰত্যাহাৰ কৰিলে বৃন্দাবন গোস্বামীয়ে

গৃহ কন্দলত জৰ্জৰিত অসম গণ পৰিষদে প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে প্ৰকাশ কৰা প্ৰথমখন প্ৰাৰ্থীৰ তালিকাত তেজপুৰত বৃন্দাবন গোস্বমীক টিকট প্ৰদান নকৰাত...

Read moreDetails

ঘৃণনীয়! চাৰি বছৰীয়া শিশুক যৌন নিৰ্যাতন, কাৰাগাৰলৈ গ’ল আশীৰোৰ্ধৰ এহাল দম্পত্তি

মহাৰাষ্ট্ৰৰ এখন বিশেষ ন্যায়ালয়ে এটা চাঞ্চল্যকৰ ৰায়প্ৰদান কৰিছে। এজনী চাৰি বছৰীয়া ছোৱালীক যৌন নিৰ্যাতন চলোৱাৰ শাস্তি হিচাপে আশীৰোৰ্ধৰ এহাল দম্পত্তিক...

Read moreDetails

কংগ্ৰেছৰ চাকৰি গেৰাণ্টি অভিযানত ৭০০০০ তকৈ অধিক পঞ্জীয়নভুক্ত

কংগ্ৰেছৰ চাকৰি গেৰাণ্টি অভিযানত ৭০০০০ তকৈ অধিক পঞ্জীয়ন ভুক্ত হোৱা বুলি সংবাদমেলত সদৰী কৰে কংগ্ৰেছৰ মিডিয়া বিভাগৰ অধ্যক্ষ ববিতা শৰ্মাই।...

Read moreDetails

চৰকাৰী কৰ্মচাৰী হ’ব নোৱাৰিব নিৰ্বাচনী আয়ুক্ত : উচ্চতম ন্যায়ালয়

উচ্চতম ন্যায়ালয়ে শুকুৰবাৰে কয় যে এটা গণতান্ত্ৰিক ব্যৱস্থাত নিৰ্বাচনী আয়োগৰ স্বতন্ত্ৰতাক কেতিয়াও আপোচ কৰিব নোৱাৰি। তদুপৰি এজন কেন্দ্ৰীয় অথবা ৰাজ্যিক...

Read moreDetails

আৰএছএছৰ অভিকেন্দ্ৰ হোজাইত দলৰ ভেটি হেৰওৱাৰ আশংকাত শিলাদিত্যৰ শৰণাপন্ন বিজেপি নেতৃত্ব

হোজাই সমষ্টিকলৈ বিজেপিৰ শীৰ্ষ নেতৃত্বই কথাবোৰ যিমান সহজ ভাবে ভাবিছিল সিমান সহজ হৈ নাথাকিল। সমষ্টিটোৰ বিজেপি বিধায়ক শিলাদিত্য দেৱক দলীয়...

Read moreDetails

কা আন্দোলনত ষড়যন্ত্ৰমূলকভাৱে মোক আটক কৰা হৈছিল: মনোৰঞ্জন বৰগোঁহাঞি

১২৪ নং মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী মনোৰঞ্জন বৰগোহাঁঞিয়ে শুকুৰবাৰে সংবাদমাধ্যমৰ আগত কয় যে কা আন্দোলনত তেওঁ গ্ৰেপ্তাৰ হৈ ১৩...

Read moreDetails
Page 2443 of 6173 1 … 2,442 2,443 2,444 … 6,173

Stay Connected

Recent News