উত্তৰ-পূব

বনভোজথলীত নাও দুৰ্ঘটনা : শিশু-মহিলাসহ কথমপি প্ৰাণৰক্ষা অৰ্ধ শতাধিক লোকৰ

২০২১ বৰ্ষৰ প্ৰথমটো ৰবিবাৰ ৩ জানুৱাৰীত বগামাটিৰ বৰনদীত সংঘটিত হয় এক নাও দুৰ্ঘটনা। কথমপি ৰক্ষা পৰে প্ৰায় অৰ্ধ শতাধিক বনভোজকাৰী।...

Read moreDetails

কলিয়াবৰত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত ৰাজ্যিক পৰ্যায়ৰ সমৰকলা প্ৰতিযোগিতা সম্পন্ন

কলিয়াবৰৰ কুঁৱৰীটোলত শনিবাৰৰ পৰা ৩দিনীয়াকৈ অনুষ্ঠিত হৈছে ৰাজ্যিক পৰ্যায়ৰ সমৰকলা প্ৰতিযোগিতা। আশীহাৰা কাৰাটে স্কুলৰ উদ্যোগত অনুষ্ঠিত “1st All Assam all...

Read moreDetails

২০২০ বৰ্ষত অৰ্থনৈতিক আৰু শৈক্ষিকভাৱে অসম ভীষণ ক্ষতিৰ সন্মুখীন হ’ল: ডঃ হিমন্ত বিশ্ব শৰ্মা

অসম চৰকাৰৰ উচ্চ শিক্ষা বিভাগৰ প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত ডঃ বাণীকান্ত কাকতি বঁটাৰ অন্তৰ্গত জিলাখনৰ ৯৪৮ গৰাকী মেধাৱী ছাত্ৰীক দেওবাৰে...

Read moreDetails

বিশিষ্ট কবি গংগামোহন মিলিক ‘স্বর্ণলিপি কাব্য বঁটা ২০২০’ প্ৰদান

বিশিষ্ট কবি গংগামোহন মিলিক আজি গুৱাহাটী গ্ৰন্থমেলাৰ এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত প্রদান কৰা হয় ‘স্বৰ্ণলিপি কাব্য বঁটা ২০১৯'। এই বঁটাৰ সৈতে...

Read moreDetails

২০-২৫ বছৰলৈ শাসনলৈ নাহে কংগ্ৰেছ : লাহৰীঘাটত অগপত ডেৰ শতাধিক লোকৰ যোগদান

মৰিগাঁও জিলাৰ টেঙাগুৰি বজাৰত আজি বিয়লি আঞ্চলিক দল অসম গণ পৰিষদৰ লাহৰীঘাট বিধান পৰিষদৰ উদ্যোগত আৰু টেঙাগুৰি পঞ্চায়ত পৰিষদৰ সহযোগত...

Read moreDetails

গুৱাহাটী গ্ৰন্থমেলাত গ্ৰন্থপ্ৰেমীৰ ভিৰ : ১ কোটি টকাৰো অধিক গ্ৰন্থ বিক্ৰী!

অসম প্রকাশন পৰিষদৰ ৩৩ সংখ্যক গুৱাহাটী গ্ৰন্থমেলাত আজি পৰিলক্ষিত হয় বিপুল জনস্ৰোত। দিনৰ পৰা নিশালৈকে হাজাৰ হাজাৰ গ্ৰন্থপ্ৰেমীৰ সমবেত হৈ...

Read moreDetails

নগাঁৱত ড° বাণীকান্ত কাকতি মেধা বঁটাৰ স্কুটী বিতৰণ কৰিলে মন্ত্ৰী পিযুজ হাজৰিকাই

আজি নগাঁওৰ নেহেৰুৱালীত অসম চৰকাৰৰ স্বাস্থ্য বিভাগৰ ৰাজ্যিক মন্ত্ৰী পিয়ুয হাজৰিকাই প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত ২০২০ বৰ্ষৰ উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত...

Read moreDetails

নগাঁৱত সাহিত্যিক, বিশিষ্ট সাংবাদিক মনোজ কুমাৰ গোস্বামীক কলংপাৰ বঁটা প্ৰদান

নগাঁৱৰ পৰা প্ৰকাশিত সাপ্তাহিক কলংপাৰ কাকতৰ উদ্যোগত আজি বিশিষ্ট সাংবাদিক, গল্পকাৰ মনোজ কুমাৰ গোস্বামীক কলংপাৰ বঁটা ২০২০ প্ৰদান কৰা হয়।...

Read moreDetails

টীয়কত অগপৰ জাতীয় ঐক্য সন্মিলনত কংগ্ৰেছক কৰ’ণা ভাইৰাছৰ লগত তুলনা অতুল বৰাৰ

ন সাজেৰে ন উদ্যমেৰে সুস্থ চিন্তাৰে, প্ৰগতিশীল জাতীয়তাবাদেৰে বৃহত্তৰ অসমীয়া জাতি গঠন লক্ষ্যেৰে আজি যোৰহাটৰ জিলাৰ ১০২ নং টীয়ক বিধানসভা...

Read moreDetails

‘সহায় The Helping Hand’ৰ উদ্যোগত মাৰ্ঘেৰিটাত বুঢ়ীদিহিং নৈৰ আৱৰ্জনা পৰিস্কাৰ

'সহায় The Helping Hand' নামৰ মাৰ্ঘেৰিটাৰ স্বেচ্ছাসেৱী সংগঠনটোৰ উদ্যোগত আজি ইংৰাজী নৱবৰ্ষ তৃতীয়টো দিনত মাৰ্ঘেৰিটা নগৰৰ মাজেৰে বৈ যোৱা বুঢ়ীদিহিং...

Read moreDetails
Page 2651 of 6176 1 … 2,650 2,651 2,652 … 6,176

Stay Connected

Recent News