উত্তৰ-পূব

কৃষক বিদ্ৰোহৰ সময়ত পঞ্জাৱত ১৫৬১ টা মোবাইল টাৱাৰ ধ্বংস; ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ মুখ্য মন্ত্ৰী সিঙৰ

কৃষি আইনৰ বিৰোধিতাৰে পঞ্জাৱত চলি থকা কৃষক বিদ্ৰোহৰ ফলত পঞ্জাৱত ১৫৬১ টা মোবাইলৰ নেটৱৰ্ক যোগানকাৰী টাৱাৰ ধ্বংস হৈছে। পঞ্জাৱ চৰকাৰৰ...

Read moreDetails

নিউমোনিয়াৰ থলুৱা ভেকচিন ‘নিউমোচিল’ উন্মোচন স্বাস্থ্য মন্ত্ৰী হৰ্ষ বৰ্দ্ধনৰ

ভাৰতৰ স্বাস্থ্য মন্ত্ৰী হৰ্ষ বৰ্দ্ধনে ভাৰতৰ প্ৰথমটো থলুৱাভাৱে নিৰ্মিত নিউমোনিয়াৰ ভেকচিন ‘নিউমোচিল’ আনুষ্ঠানিকভাৱে মুকলি কৰে। চেৰাম ইষ্টিটিউট অফ ইণ্ডিয়া(এছ আই...

Read moreDetails

কোকৰাঝাৰত বিটিচিৰ ৬ মনোনীত সদস্যৰ শপতগ্ৰহণ অনুষ্ঠান

আজি কোকৰাঝাৰত বিটিচিৰ সচিবালয় প্ৰেক্ষাগৃহত বিটিচিৰ মনোনীত সদস্যৰ শপতগ্ৰহণ অনুষ্ঠান  অনুষ্ঠিত হয়। ছয় মনোনীত সদস্যক শপতগ্ৰহণ কৰোৱায় বিটিচিৰ বিধান পৰিষদৰ...

Read moreDetails

মেলবৰ্ণত ৩৪ বছৰীয়া ৰবিচন্দ্ৰন অশ্বিনে ভাঙিলে মুৰুলীধৰণৰ অভিলেখ

মেলবৰ্ণত অনুষ্ঠিত দ্বিতীয়খন টেষ্টত চমকপ্ৰদ প্ৰদৰ্শনেৰে ভাৰতে অষ্ট্ৰেলিয়াক শোচনীয়ভাৱে পৰাস্ত কৰে। ভাৰতৰ বলাৰসকলৰ নিয়ন্ত্ৰিত বলিঙৰ সহায়ত দুয়োটা ইনিংছতে অষ্ট্ৰেলিয়া দলৰ...

Read moreDetails

দালাই লামক সুৰক্ষা প্ৰদান কৰা অন্তিম গৰাকী জীৱিত ব্যক্তিগত দেহৰক্ষী এনেন দাৱাৰ দেহাৱসান

বৌদ্ধ ধৰ্মগুৰু দালাই লামাক ১৯৫৯ চনত ভাৰতলৈ পলাই অহাৰ ক্ষেত্ৰত নিৰাপত্তা প্ৰদান কৰা অন্তিম গৰাকী জীৱিত ব্যক্তিগত সুৰক্ষাদাতা এনেন দাৱাৰ...

Read moreDetails

দহ বছৰ ধৰি বন্ধ কোঠাত উলংগ অৱস্থাত আৱদ্ধ তিনি উচ্চ শিক্ষিত ভাই-ভনী, কিন্তু কিয়?

এদিন বা এবছৰ নহয়, সুদীৰ্ঘ ১০ বছৰ ধৰি এটা বন্ধ আন্ধাৰ কোঠাৰ ভিতৰতে আৱদ্ধ হৈ আছে তিনি ভাই-ভনী। বিগত দহটা...

Read moreDetails

সিদ্ধান্ত সলনি, সক্ৰিয় ৰাজনীতিত খোজ নিদিয়ে ছুপাৰষ্টাৰ ৰজনীকান্তে

দক্ষিণৰ ছবি জগতৰ ছুপাৰষ্টাৰ ৰজনীকান্তে সক্ৰিয় ৰাজনীতিত খোজ নিদিয়ে। স্বাস্থ্যজনিত কাৰণৰ বাবেই তেওঁ এই সিদ্ধান্ত গ্ৰহণ কৰা বুলি জনায়। ৰজানীতিত...

Read moreDetails

বিদায়ৰ পূৰ্বে চীনৰ বুকুত মৰ কামোৰ মাৰি গ’ল ট্ৰাম্পে, কি কৰিলে তেওঁ?

মাৰ্কিন ৰাষ্ট্ৰপতি নিৰ্বাচনত সদ্য পৰাস্ত ডোনাল্ড ট্ৰাম্প কাগজে-কলমে এতিয়াও ৰাষ্ট্ৰপতি হৈয়েই আছে। নতুন বছৰৰ জানুৱাৰী মাহত কাৰ্যকাল অন্ত পৰিবলগীয়া ট্ৰাম্পে...

Read moreDetails

সুৰক্ষা বাহিনীৰ সৈতে হোৱা সংঘৰ্ষত নিহত দুগৰাকী মহিলা মাওবাদী কেডাৰ

চত্তিশগড়ৰ দান্তেৱালা জিলাত সুৰক্ষা বাহিনীৰ সৈতে যোৱা সংঘৰ্ষত দুগৰাকী চিপিআই(মাওবাদী)ৰ মহিলা কেডাৰৰ মৃত্যু হয়। সংঘৰ্ষত নিহত হোৱা মহিলা মাওবাদী কেডাৰ...

Read moreDetails

ভাচান চৰলৈ আৰু অধিক ৰোহিংগিয়া শৰণাৰ্থীক পঠোৱাৰ সিদ্ধান্ত বাংলাদেশ চৰকাৰৰ

বাংলাদেশে সোমবাৰে ৰোহিংগিয়া শৰণাৰ্থীৰ দ্বিতীয়টো দল ভাচান চৰলৈ পাঠিয়াই। বাংলাদেশ চৰকাৰৰ এই সিদ্ধান্তক পশ্চিমীয়া বেচৰকাৰী সংস্থা আৰু ৰাষ্ট্ৰসংঘই সমালোচনা কৰে।...

Read moreDetails
Page 2667 of 6176 1 … 2,666 2,667 2,668 … 6,176

Stay Connected

Recent News