উত্তৰ-পূব

জম্মু-কাশ্মীৰৰ ১০০ গৰাকী মেধাৱী ছাত্ৰ-ছাত্ৰীক ইণ্টাৰ্নশ্বিপ প্ৰদান কৰিব আই আই টি গুৱাহাটীয়ে

প্ৰধান মন্ত্ৰী বিশেষ জলপানি আঁচনিৰ অধীনত আই আই টি গুৱাহাটীয়ে জম্মু-কাশ্মীৰৰ ১০০ গৰাকী মেধাৱী ছাত্ৰ-ছাত্ৰীক শিক্ষানুষ্ঠানখনত নামভৰ্তি কৰাৰ সুবিধা প্ৰদান...

Read moreDetails

বোকাখাতৰ জে ডি এছ জি মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনত আছুৰ পৰাজয়

বোকাখাতৰ জে ডি এছ জি মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনত এইবাৰ সংগঠিত ছাত্ৰ শক্তিৰ হাতত পৰাজিত হয় সদৌ অসম ছাত্ৰ...

Read moreDetails

কোকৰাঝাৰত ৬জনকৈ এন ডি এফ বি (সং)ৰ কেডাৰক আটক

কোকৰাঝাৰত যোৱানিশা সেনা আৰু আৰক্ষীৰ এটা যুটীয়া অভিযানকাৰী দলে ৬জনকৈ এন ডি এফ বি (সং)ৰ কেডাৰ আটক কৰিছে। ঘটনাটোক উত্তৰ-পূবৰ...

Read moreDetails

পাষ্টিক বৰ্জন; জজ খেলপথাৰত মুখ্য মন্ত্ৰীয়ে অংশলোৱা অনুষ্ঠানত দেখা গ’ল কেটলি

মঙলবাৰে গুৱাহাটী মহানগৰীৰ জজ খেলপথাৰত ভলীবল কোচিং চেণ্টাৰত অনুষ্ঠিত হোৱা ‘স্বচ্ছ, সেউজ, সবল গাঁও’ অভিযানৰ শুভাৰম্ভণি অনুষ্ঠানত মুখ্য মন্ত্ৰী সৰ্বানন্দ...

Read moreDetails

এতিয়াৰ পৰা শুৱালকুছিৰ কাপোৰত থাকিব ট্ৰেডমাৰ্ক আৰু বাৰকোড

পূজাৰ বতৰত শুৱালকুচিৰ হস্ত নিৰ্মিত পাটমুগা অথবা আন বস্ত্ৰ ক্ৰয় কৰোঁতে সাৱধান হওঁক আপুনি। শুৱালকুচিৰ কাপোৰ বুলি আপুনি হয়তো ক্ৰয়...

Read moreDetails

ছিণ্ডিকেইটক এটা “উদ্যোগ” আখ্যা প্ৰদেশ কংগ্ৰেছৰ জ্যেষ্ঠ মুখপাত্ৰ দুৰ্গা দাস বড়োৰ

ৰাজ্যত চলি থকা ছিণ্ডিকেইটক এটা “উদ্যোগ” আখ্যা দিছে প্ৰদেশ কংগ্ৰেছৰ জ্যেষ্ঠ মুখপাত্ৰ দুৰ্গাদাস বড়োৱে। কয়লা ছিণ্ডিকেইট ৰোধত ৰাজ্যৰ বিজেপি নেতৃত্বাধীন...

Read moreDetails

শৰাইঘাট যুদ্ধৰ প্ৰতিফলন হোৱাকৈ গুৱাহাটীত স্থাপন হ’ব আধুনিক সংগ্ৰহালয়

শৰাইঘাটৰ যুদ্ধত বীৰ লাচিত বৰফুকনৰ পৰাক্ৰম, মোগলৰ হাতৰ পৰা অসমক ৰক্ষা কৰা, যুদ্ধৰ সময়ত ব্যৱহাৰ কৰা অস্ত্ৰ-শস্ত্ৰ প্ৰদৰ্শনৰ সুবিধা সন্নিবিষ্ট...

Read moreDetails

ৰীমা দাসলৈ আন এক সন্মান; জাগৰণ চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ পৰিচালকৰ বঁটা

পুনৰ আন এক সন্মান বুটলিবলৈ সক্ষম হৈছে চলচ্চিত্ৰ পৰিচালিকা ৰীমা দাসে। মুম্বাইত অনুষ্ঠিত দশম জাগৰণ চলচ্চিত্ৰ মহোৎসৱত দাসৰ বুলবুল কেন...

Read moreDetails

নলবাৰীত মাছৰ অস্বাভাৱিক মৃত্যু সন্দৰ্ভত উপায়ুক্তৰ তদন্ত ঘোষণা

নলবাৰী জিলাৰ মিলন দীঘেলী পুখুৰীত সোমবাৰে নিশা ভালেসংখ্যক বৃহৎ আকাৰৰ মাছৰ মৃত্যু হোৱা ঘটনা সন্দৰ্ভত জিলাখনৰ উপায়ুক্ত ভাৰত ভূষণ দেৱচৌধুৰীয়ে...

Read moreDetails

একেটা ভুলকে দ্বিতীয়বাৰ? চৰকাৰে ৰাজ্যত এদিন আগতীয়াকৈ আৰম্ভ কৰিলে ৬৫ সংখ্যক বন্যপ্ৰাণী সপ্তাহ

সমগ্ৰ দেশতে কাইলৈৰ পৰা (২-ৰ পৰা ৮ অক্টোবৰ) ৬৫ সংখ্যক বন্যপ্ৰাণী সপ্তাহ পালন কৰা হ’ব যদিও ৰাজ্য চৰকাৰে এদিন আগতীয়াকৈ...

Read moreDetails
Page 4117 of 6190 1 … 4,116 4,117 4,118 … 6,190

Stay Connected

Recent News