ড্ৰাগছ সৰবৰাহৰ সৈতে জড়িত থকাৰ অভিযোগত বৃহস্পতিবাৰে মঙলদৈ আৰক্ষীয়ে এগৰাকী শিক্ষয়ত্ৰীৰ লগতে তেওঁৰ স্বামীক গ্ৰেপ্তাৰ কৰে। অভিযুক্ত দুগৰাকীক মঙলদৈ চহৰৰ...
Read moreDetailsএজন পশু চিকিৎসক আৰু পশুধনৰ অবৈধ সৰবৰাহৰ বিৰুদ্ধে মাত মতা ব্যক্তি হিচাপে চিহ্নিত এজন লোককে ধৰি মুঠ ১২জন লোকক চোৰাং গৰুৰ...
Read moreDetailsযোৰহাট জিলাৰ টীয়কৰ এখন চাহ বগিচাত সংঘটিত এক হত্যাকাণ্ডৰ চাঞ্চল্যৰ মাৰ নৌযাওঁতেই আজি পুনৰ তিনিচুকীয়া জিলাৰ ডুমডুমাৰ এখন চাহ বাগিচাত...
Read moreDetails‘ভাৰতত প্ৰতিবছৰে আধা মিলিয়ন পথ দুৰ্ঘটনা সংঘটিত হয় য'ত ডেৰ লাখৰো অধিক লোকে প্ৰাণ হেৰুৱাবলগীয়া হয়’ এই তথ্য ডাঙি ধৰে...
Read moreDetailsৰাজ্যত বৃহৎ চুপাৰি ছিণ্ডিকেটৰ সৈতে এজন প্ৰভাৱশালী মন্ত্ৰী জড়িত আছে বুলি আজি দাবী কৰিছে কৃষক মুক্তিৰ নেতা অখিল গগৈয়ে। কৃষক...
Read moreDetailsমাৰ্ঘেৰিটাত সুতখোৰৰ পৰা গিৰিয়েকে লোৱা ঋণৰ সুত আদায় দিব নোৱাৰাৰ বাবে বিধৱা পত্নী আৰু পুত্ৰই শাৰীৰিক-মানসিক অত্যাচাৰৰ সন্মুখীন হোৱাৰ এক...
Read moreDetailsঅসম চৰকাৰৰ নিৰ্দেশ নোহোৱাৰ বাবে ৰাজ্যত এতিয়াও অচল হৈ আছে মটৰ বাহন আইন ২০১৯। আইনখন ভাৰত চৰকাৰে যোৱা ১ ছেপ্তেম্বৰত...
Read moreDetailsঅসম চৰকাৰে এন আৰ চিৰ পৰা বাদ পৰা লোকসকলক বন্দীও কৰা নহয় বিদেশীও বোলা নহয় বুলি কৈ থাকিলেও, নিৰ্মাণ কৰি...
Read moreDetailsযদিহে আপোনাৰ আধাৰ কাৰ্ডত নতুন কিবা আপডেট অথবা সাল-সলনি কৰিব লগীয়া আছে তেনেহ’লে এতিয়াৰে পৰা আপুনি অন্য পদ্ধতি প্ৰয়োগ কৰিব...
Read moreDetailsপ্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈৰ সৈতে “বিৰোধ” সৃষ্টি কৰি অসমৰ উন্নীতকৃত এন আৰ চিক ঐতিহাসিক, বিজ্ঞানসন্মত আৰু আইনসন্মত দলিল আখ্যা...
Read moreDetailsGet the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd